ইলেক্ট্রন কি?

উত্তৰঃ ই পৰমাণুত থকা ঋণাত্মক আধানযুক্ত কণিকা। ১৯ শতিকাৰ শেষৰফালে বিজ্ঞানী জোচেফ জন থমচনে ইলেকট্রন আৱিষ্কাৰ কৰিছিল।