তীব্ৰ এছিড কাক বোলে ? উদাহৰণ দিয়া ।

 যি এছিড জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নলৈ ভাঙি যায় তেনে এছিডবোৰ তীব্ৰ এছিড বোলে ।যেনেঃ ছালফিউৰিক এছিড হাইড্ৰক্লৰিক এছিড  আদি।