সূচক কাক বোলে ?

কিছুমান ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰণ যিবিলাকক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্য়ৱহাৰ কৰা হয় তাকে সূচক বোলে ।