১। শিলৰ সাঁকোৰ কত কত সন্ধান পোৱা গৈছিল।

উওৰ = শিলৰ সাঁকোৰ জয়ন্তীয়া পাহাৰ,উওৰ কাছাৰ সন্ধান পোৱা গৈছিল।

২। অসমত ইতিহাস সমলবোৰ অংগ কি কি আছিল।

উওৰ = অসমত ইতিহাস সমলবোৰ অংগ হল পুখুৰী,গড় আৰ দুগ আছিল ।

৩। অসমত ইতিহাস সমলবোৰ পোৱা ঠাই কেইখন নাম কি কি ।

উওৰ = অসমত ইতিহাস সমলবোৰ পোৱা ঠাই কেইখন নাম হল গুৱাহাটী,তেজপুৰ , ডিমাপুৰ, নগাঁও, শদিয়া আদি ঠাইত পোৱা যায়।

৪। তেজপুৰত থকা পুখুৰী টো নাম কি আছিল।

উওৰ = তেজপুৰত থকা পুখুৰীটো নাম হল কুম্ভাণ্ড আছিল ।

৫। ৰজা হৰ্জাৰবমণে খন্দা পুখুৰীটো কি নামেৰে জনা যায় ।

উওৰ = ৰজা হৰ্জাৰবমণে খন্দা পুখুৰীটো হৰ্জাৰ নামেৰে জনা যায়।

৬। প্ৰতাপপুৰৰ পৰা দফলা পাহাৰলৈ কিমান মাইল দীঘল আছিল।

উওৰ = প্ৰতাপপুৰৰ পৰা দফলা পাহাৰলৈ ১২ মাইল দীঘল আছিল ।

৭। দফলা পাহাৰত কি কি গড় চিহ্ন পোৱা গৈছে।

উওৰ = দফলা পাহাৰত প্ৰতাপ গড়,মায়াপুৰ আৰ ৰত্নপুৰত গড়ৰ চিহ্ন পোৱা গৈছে।

৮। অসমত পূব-আহোমত কোনবিধ মুদ্ৰা বেছি প্ৰচলন আছিল।

উওৰ = অসমত পূব – আহোমত গুপ্তৰ অনুকৰণ মুদ্ৰা বেছি প্ৰচলন আছিল।

৯।গোৱালপাৰা জিলাৰ ব্ৰক্ষাপুএত উওৰ পাৰৰ কি মন্দিৰ উদ্ধাৰ কৰা হৈছিল ।

উওৰ = গোৱালপাৰা জিলাৰ ব্ৰক্ষাপুএত উওৰ পাৰৰ পাগলাটেক মন্দিৰ উদ্ধাৰ কৰা হৈছিল।

১০। বাংলাদেশ আৰ এিপুৰা কিমান শতিকাৰ উদ্ধাৰ কৰা হৈছিল।

উওৰ = বাংলাদেশ আৰ এিপুৰা সপ্তম শতিকাৰ উদ্ধাৰ কৰা হৈছিল।

১১। তেজপুৰত মুদ্ৰাৰ কিমানটা ৰপত আছে।

উওৰ = তেজপুৰত মুদ্ৰাৰ ৩৩টা ৰপত আছে।

১২। জয়পালে ব্ৰক্ষাণক জন কিমানটা সোণৰ মুদ্ৰা উপহাৰ দিছিল।

উওৰ = জয়পালে ব্ৰক্ষাণক জন ৯০০টা সোণৰ মুদ্ৰা উপহাৰ দিছিল।