Chapter: 1
ছোৰেণ কীৰ্কেগাৰ্ডৰ দৰ্শন
1. What are the three existential transformation of human ? Explain them briefly .
মানৱ অস্তিত্বৰ তিনিটা পৰিৱৰ্তন কি কি ? সেইবোৰ চমুকৈ ব্যাখ্যা কৰা ৷
উত্তৰঃ
2. What do you mean by stages of life ? Explain after Kierkegard ?
জীৱনৰ স্তৰ বা পৰ্যায় বুলিলে কি বুজা ? কীর্কেগার্ডক অনুসৰণ কৰি আলোচনা কৰা ।
উত্তৰঃ
3. Discuss critically Kierkegard’s concept of subjectivity and truth .
কীৰ্কেগাৰ্ডৰ আত্মিকতা আৰু সত্যতাৰ ধাৰণাটো সমালোচনামূলক আলোচনা কৰা।
উত্তৰঃ
4. Is truth subjective ? Explain after Kierkegard .
সত্য আত্মিক নে ? কীৰ্কেগার্ডক অনুসৰণ কৰি ব্যাখ্যা কৰা ৷
উত্তৰঃ
5. Subjectivity is the truth . ‘ Explain and examine the statement .
“ আত্মিকতা বা বিষয়ীগততাই সত্যতা ” – এই উক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা ।
উত্তৰঃ
6 . What are the three stages of human existence ? Discuss .
মানৱ অস্তিত্বৰ তিনিটা স্তৰ বা পর্যায় কি কি ? আলোচনা কৰা ।
উত্তৰঃ
7. Explain the religious stage of human existence .
মানৱ অস্তিত্ব সম্পৰ্কীয় ধর্মীয় স্তৰটো ব্যাখ্যা কৰা ।
উত্তৰঃ
8 . What do you mean by aesthetic stage of life ? Explain after Kierkegard .
সৌন্দার্যত্মক বা সাংবেদনিক স্তৰ বুলিলে কি বুজা ? কীর্কেগার্ডক অনুসৰণ কৰি ব্যাখ্যা ।
উত্তৰঃ
9. Discuss after Kierkegard the ethical stage of human existence .
কীৰ্কেগার্ডক অনুসৰণ কৰি মানৱ জীৱনৰ নৈতিক স্তৰটো আলোচনা কৰা ।
উত্তৰঃ
10. Explain the religious stage of human existential transformation .
মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধর্মীয় স্তৰটো ব্যাখ্যা কৰা ৷
উত্তৰঃ
11.What do you mean by subjectivity of truth ? Explain characteristcs of subjective truth
আত্মিক সত্যতা বুলিলে কি বুজা ? আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
12. What are the characteristic features of subjective truth ? Discuss .
আত্মিক সত্যতাৰ বৈশিষ্ট্যসমূহ কি কি ? আলোচনা কৰা ।
উত্তৰঃ
13. Explain briefly Kierkegaard’s concept of truth .
কীর্কেগাৰ্ডৰ সত্যৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
2 . সংক্ষিপ্ত প্রশ্ন ( Short questions )
1 . Who is the father of existentialism ?
অস্তিত্ববাদৰ জনক কোন ?
উত্তৰঃ
2. Name of any two books of Kierkegaard
কীর্কেগাৰ্ডৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ
3. When and where Kierkegaard was born ?
ক’ত আৰু কেতিয়া কীৰ্কেগার্ডে জন্মগ্ৰহণ কৰিছিল ?
উত্তৰঃ
4.Who was the father of Kierkegaard?
কীৰ্কেগাৰ্ডৰ পিতৃ কোন আছিল?
উত্তৰঃ
5. Who is the author of ‘ Concluding Unscientific Postscript ‘ ?
‘ Concluding Unscientific Postscript ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
6. Who is the author of ‘ Either / or ‘ ?
‘ Either / or ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
7. Who is the author of ‘ Fear and Trembling ‘ ?
Fear and Trembling ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
8. Who is the author of ‘ Journals ‘ ?
‘ Journals ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
9. Who is the author of ‘ Philosophical Fragments ” ?
” Philosophical Fragments ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
10. Who is the author of ‘ The Point of View ‘ ?
‘ The Point of View ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
11. Who is the author of ‘ Stages on Life’s Way ?
‘ Stages on Life’s Way ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
12. Who is the author of ‘ The Sickness Unto Death ‘ ?
” The Sickness Unto Death ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
13. Who is the author of ‘ Training in Christianity ‘ ?
‘ Training in Christianity ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
14. Who is the author of ‘ The Concept of Dread ’ ?
‘ The Concept of Dread ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
15. Who is the author of ‘ Works of Love ‘ ?
‘ Works of Love ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ?
উত্তৰঃ
16. What are the three stages of human existence ?
মানৱ অস্তিত্বৰ তিনিটা স্তৰ কি কি ?
উত্তৰঃ
17. What are the three spheres of existence ?
মানৱ অস্তিত্বৰ তিনিটা অৱস্থিতি কি কি ?
উত্তৰঃ
18. What are the symptoms of Aesthetic Stage ?
সাংবেদনিক স্তৰৰ লক্ষ্যণ কেইটা কি কি ?
উত্তৰঃ
19. Who is called by Kierkegaard the ‘ father of faith ’ ?
কীর্কেগার্ডে ‘ বিশ্বাসৰ জনক ’ বুলি কাক কৈছে ?
উত্তৰঃ
20. What is truth , according to Kierkegaard ?
কীর্কেগাৰ্ডৰ মতে সত্য কি ?
উত্তৰঃ
21. ” is the truth ” ( fill the blank )
‘ সত্য হ’ল – ’ ( খালী ঠাই পুৰণ কৰা )
উত্তৰঃ
22. According to Kirkegaard , truth is concrete / abstract .
কীর্কেগাৰ্ডৰ মতে , সত্য মূর্ত / অমূর্ত বিষয় ।
উত্তৰঃ
23. According to Kierkegaard , truth is Subjectivity / objectivity .
কীর্কেগাৰ্ডৰ মতে , সত্য আত্মগত / বস্তুগত ।
উত্তৰঃ
24. Was Kierkegaard a theistic ?
কীর্কেগার্ড এজন আস্তিক নে ?
উত্তৰঃ
25. Give Kierkegaard’s difinition of truth .
কীৰ্কেগাৰ্ডৰ সত্যৰ সংজ্ঞাটো দিয়া ।
উত্তৰঃ
26. What is the first stage of existential transformation according to Kierkegaard ?
কীর্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় প্রথম স্তৰটো কি ?
উত্তৰঃ
27. What is the second stage of existential transformation according to Kierkegaard ?
কীর্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় দ্বিতীয় স্তৰটো কি ?
উত্তৰঃ
28. What is the last stage of existential transformation according to Kierkegaard ?
কীৰ্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সর্বশেষ স্তৰটো কি ?
উত্তৰঃ
29. Why did Kierkegaard reject the emphasis upon objectivity ?
বস্তুগততাৰ আধিপত্যক কীর্কেগার্ডে কিয় অস্বীকাৰ কৰিছে ?
উত্তৰঃ
30. Why did Kierkegaard emphasis upon subjectivity ?
আত্মিকতাৰ ওপৰত কীকেগার্ডে কিয় জোৰ দিছে ?
উত্তৰঃ
31. What is aesthetic stage of existential transformation , according to Kierkegaard ?
কীৰ্কেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় সাংবেদনিক স্তৰটো কি ?
উত্তৰঃ
32. What is ethical stage of existential transformation , according to Kierkegaard ?
” কীকেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় নৈতিক স্তৰটো কি ?
উত্তৰঃ
33. What is religious stage of existential transformation , according to Kierkegaard ?
কীকেগাৰ্ডৰ মতে , মানৱ অস্তিত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় ধৰ্মীয় স্তৰটো কি ?
উত্তৰঃ
34. What are the three symptoms of aesthetic stage , according to Kierkegaard ?
কীৰ্কেগাৰ্ডৰ মতে , সাংবেদনিক স্তৰৰ তিনিটা লক্ষণ কি কি ?
উত্তৰঃ
35. What is ethical despair , according to Kierkegaard ?
কীকেগাৰ্ডৰ মতে , নৈতিক হতাশা কি ?
উত্তৰঃ
36. What is the stage of faith , according to Kierkegaard ?
কীর্কেগাৰ্ডৰ মতে , বিশ্বাসৰ স্তৰ কোনটো ?
উত্তৰঃ
37. What is the highest morality , according to Kierkegaard ?
কীর্কেগাৰ্ডৰ মতে , শ্রেষ্ঠ নৈতিকতা কি ? ——
উত্তৰঃ
38. According to Kierkegaard , God can be known by – ( subjectively /objectively ) . ( Choose the correct alternative ) –
কীৰ্কেগাৰ্ডৰ মতে , ঈশ্বৰক জনা যায় ( আত্মিকভাৱে / বস্তুগতভাৱে ) ( শুদ্ধ বিকল্পটো বাছি উলিওৱা )
উত্তৰঃ
39. ” I do not know Truth except when it becomes life with me ” Who is associated with this statement ?
“ I do not know Truth except when it becomes life with me ” এই উক্তিটোৰ লগত জড়িত দার্শনিক গৰাকী কোন ?
উত্তৰঃ
40. ” Truth is subjectivity . ” —- Who expressed this view ?
“ সত্য আত্মিক ” —– এই মত কোনে আগবঢ়াইছে ?
উত্তৰঃ
Type: Apurba Kakati
Post id DABP000888