Chapter 1
বিষয় আৰু ব্যাখ্যা
Text and Interpretation
প্ৰশ্নাৱলী
১। ছোফিষ্টসকলৰ মতে, ৰাষ্ট্ৰ কেনেকুৱা অনুষ্ঠান ?
উত্তৰঃ
২। ‘ৰাষ্ট্ৰ এক স্বাভাৱিক বা প্ৰাকৃতিক অনুষ্ঠান’ কথাষা কোনে কৈছিল ?
উত্তৰঃ
৩। নৈৰাজ্যবাদীসকলে ৰাষ্ট্ৰক কেনেধৰণৰ অনুষ্ঠান বুলি কৈছিল ?
উত্তৰঃ
৪। ‘ৰাষ্ট্ৰ হ’ল স্ব-পৰিচালিত সত্তা’_ কথাষাৰ কাৰ ?
উত্তৰঃ
৫। দুজন ৰোমন চিন্তাবিদৰ নাম লিখা ।
উত্তৰঃ
৬। মধ্যযুগীয় ৰাজনৈতিক পৰম্পৰাৰ ঘাই বিশেষত্ববোৰ উল্লেখ কৰা ।
উত্তৰঃ
৭। নিৰ্বিকাৰবাদীসকলৰ মূল দৰ্শনবোৰ উল্লেখ কৰা ।
উত্তৰঃ
৮। মধ্যযুগীয় ৰাজনৈতিক পৰপৰাবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰঃ
৯। প্ৰাকৃতিক আইন আৰু ইতিবাক আইনৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ
১০। প্ৰাচীন ৰাজনৈতিক দৰ্শনৰ অধ্যয়নৰ দৃষ্টিভংগীবোৰ আলোচনা কৰা ।
উত্তৰঃ
১১। নাৰীবাদী দৃষ্টিভংগীৰ দুজন প্ৰবক্তাৰ নাম লিখা ।
উত্তৰঃ
১২। ‘On Tyranny’ কিতাপখনৰ লিখক কোন ?
উত্তৰঃ
Type: Krishna Bora