২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ প্ৰতিবেদনখনত মানৱ উন্নয়নৰ সন্নিবিষ্ট কৰা ধাৰণাকেইটাই কি কি বিষয় প্ৰতিফলিত কৰিছে?

উত্তৰঃ ১। বৈষম্য সাপেক্ষে মানৱ উন্নয়ন dimensional Poverty index)।

২। লিংগ বৈষম্য সূচকাংক আৰু

৩। বহুমাত্ৰীয় দ্ৰৰিদ্ৰ সূচকাংক (Multi dimesional poverty index)