অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা?

উত্তৰঃ ক) দেশৰ উমতি উন্নত ৰাজ্যসমূহৰ সম পর্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।

(খ) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ।

(গ) কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি করা।