১। অসমত অতীত সংস্কৃতি মন্দিৰ নাম লিখা ।

উওৰ= অসমত অতীত বিশ্বনাথত বিশ্বনাথ মন্দিৰ,উমা মন্দিৰ ,চণ্ডি মন্দিৰ আদি ।

২। শিংৰীত নৱম শতিকাত কি কি উদ্ধাৰ কৰা হৈছে ।

উওৰ = শিংৰীত নৱম শতিকাত বুদ্ধ, শিৱ, দুৰ্গাৰ মন্দিৰৰ উদ্ধাৰ কৰা হৈছে।

৩। কাম্যাখ্য পাহাৰত কি কি মূতি পোৱা যায় ।

উওৰ = কাম্য়াখ্য়া পাহাৰত ব্ৰক্ষা , শিৱ আৰ গণেশ মূতি পোৱা যায় ।

৪। ডবকা অঞ্চল কি কি মন্দিৰ পোৱা গৈছিল।

উওৰ = ডবকা অঞ্চল দেৱহান,ডকমকাৰ মহামায়াৰ , বৰগঈা ,বঢুাগোহাঁই থান আৰ আকাশগঈা ।

৫। অসমত অতীত পূজা কৰা মূতিসমূহ নাম কি আছিল ।

উওৰ = অসমত অতীত পূজা কৰা মূতিসমূহ নাম হল শিৱক মহেশ্বৰ ৰদ্ৰ, পশুপতি , কামেশ্বৰ ,ভৈৱৰ ,বিশ্বনাথ, মহাদেৱ,এিপুৰা আদি আছিল।

৬। আন কেইটামান নাম লিখা ।

উওৰ = কাম্যাখ্যা,ভূৱনেশ্বৰী,দীঘেশ্বৰী,মহাভৈৰৱী,তাম্ৰেশ্বৰী, দুৰ্গা,কালী,মহাগৌৰী আদি।

৭। অসমত কি কি অঞ্চলত ইটাৰে নিমিত পকীঘৰ অৱিষ্কাৰ হৈছে।

উওৰ = অসমত দেওপানী আৰ নুমলীগড অঞ্চলত ইটাৰে নিমিত পকীঘৰ অৱিষ্কাৰ হৈছে।