চলিত আমানত কি?

উত্তৰঃ চলিত আমানত হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা যত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ সঞ্চয় চেকৰ যোগেদি উলিয়াই আনিব পাৰে।