‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ?

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠতিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন ।