ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনৰ 1 এপ্ৰিলত স্থাপিত হৈছিল ।