চাৰ্বাক দৰ্শন (Carvaka Philosophy) | Unit 3 | Carvaka Philosophy | B.A 2nd Semester Solution Assam | Gauhati University B.A 2nrd Semester (General) Unite 3 Carvaka Philosophy Question and Answer Assam | ভাৰতীয় দৰ্শন অধ্যায় ৩ চাৰ্বাক দৰ্শন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

অধ্য়ায়ঃ ৩
চাৰ্বাক দৰ্শন 

(Carvaka Philosophy)

প্ৰশ্নাৱলী (Questions)
Answer the following questions:

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।
1. Carvaka Philosophy is called Vaidika / Avaidika system system of Indian Philosophy.

চাৰ্বাক দৰ্শন হ’ল ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্ৰদায়।

উত্তৰঃ
2. Is there any scriptures of Carvaka Philosophy.

দাৰ্বাক দৰ্শনৰ মূল গ্ৰন্থ আছেনে?

উত্তৰঃ
3. Carvaka Philosophy is also known as ‘Lokayata darsana’. Why?

চাৰ্বাক দৰ্শনক ‘লোকায়ত দৰ্শন’ বুলি জনা যায়। কিয়?

উত্তৰঃ
4. Name the system of Indian Philosophy which is called ‘Nastikashiramani’.

ভাৰতীয় দৰ্শনত ‘নাস্তিক-শিৰোমণি’ বুলি কোৱা দাৰ্শনিক সম্প্ৰদায়টোৰ নাম লিখা।

উত্তৰঃ
5. What is the source of knowledge of Carvaka?

চৰ্বাক দৰ্শন মতে, জ্ঞানৰ উৎসটো কি?

উত্তৰঃ
6. Does Carvaka accept Anumana?

চাৰ্বাক দৰ্শনে অনুমানক স্বীকাৰ কৰে নে?

উত্তৰঃ
7. Does Cārvāka accept Testimony (ś abda) as source of vaildknowledge? Give two reasons.

চাৰ্বাক দৰ্শনে শব্দক যথাৰ্থ জ্ঞানৰ উৎস বুলি গ্ৰহণ কৰিছেনে? দুটা কাৰণ দেখুওৱা।

উত্তৰঃ
8. What is Vyāpti?

ব্য়াপ্তি বুলিলে কি বুজা?

উত্তৰঃ
9. What are the four elemants of world according to Carvaka?

চাৰ্বাকৰ মতে জড়গত কি কি চাৰিটৈা উপাদানেৰে গঠিত?

উত্তৰঃ
10 Carvaka Philosophy in known as materialism. (True of False)

চাৰ্বাক দৰ্শনক জড়বাদী বা বস্তুবাদী দৰ্শন বুলি জনা যায়। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ
11. Does Carvaka believe in Atman?

চাৰ্বাক দৰ্শনে আত্মাক বিশ্বাস কৰেনে?

উত্তৰঃ
12. Does Carvaka belive in God?

চাৰ্বাক দৰ্শনে ইশ্বৰক বিশ্বাস কৰেনে?

উত্তৰঃ
13. There is only one materakist school of Indian Philosophy. What is that?

ভাৰতীয় দৰ্শনত কেৱল এটাই বস্তুবাদী বা জড়বাদী দৰ্শন আছে। সেইটো কি?

উত্তৰঃ
14. ‘The Caravaka is a materialistic Philosophy’. It its true?

“চাৰ্বাক দৰ্শন এটি বস্তুবাদী বা জড়বাদী দৰ্শন।” এইটো সত্য় নে?

উত্তৰঃ
15. Why does Carvaka not accept eather as the basic element of the world?

চাৰ্বাক দৰ্শনে আকাশক কিয় জগতৰ মূল উপাদান হিচাপে মানি লোৱা হয়?

উত্তৰঃ
16. Why does Carvaka Philsosphy accept naturalism?

চৰ্বাক দৰ্শনে কিয় স্বাভাৱবাদ গ্ৰহণ কৰে?

উত্তৰঃ
17. What is accidentalism?

যদৃচ্ছাবাদ কাক বোলে?

উত্তৰঃ
18 The Carvaka recognizes the authority of the Vadas, Is it true?

চাৰ্বাকসকলে বেদৰ কৰ্তৃত্ব মানি লয়। উক্তিটো সঁচানে?

উত্তৰঃ
19. Why does Carvak Philosphy known as materiasism?

 চাৰ্বাক দৰ্শনক কিয় জড়বাদী বুলি কোৱা হয়?

উত্তৰঃ
20. By virtue of nature, Carvaka is a ____ Philosophy system.প্ৰকৃতিগত ফালৰ পৰা চৰ্বাক দৰ্শন______।


21. In the opinion of the Carvaka the four elements have created the world out of their very nature. What are they?

চৰ্বাক অভিমত অনুসাৰে চাৰিটা উপাদানে নিজৰ স্বাভাৱ অনুযায়ী জগত সৃষ্টি কৰছে। এইবোৰ উপাদান কি কি?

উত্তৰঃ
22. Out of the four human values , which two are accepted by Carvaka?

জীৱনৰ চাৰিটা পৰমমূল্যৰ ভিতৰত চাৰ্বাকেকোন দুটা স্বকাৰ কৰিছে?

উত্তৰঃ
23. Out of the four human values. Carvaka accepts only tow. What are these?

চাৰিটা পুৰুষাৰ্থৰ ভিতৰত চাৰ্বাকে কেৱল দুটা স্বীকাৰ কৰে। এই দুটা কি কি?

উত্তৰঃ
24. What is the summum bonum of Carvaka philosophy?

চাৰ্বাক দৰ্শনৰ মতে জীৱনৰ পৰম কাম্য কি?

উত্তৰঃ
25. Pleasure is the highest end of human life according to Carvaka. Is this true?

চাৰ্বাক দৰ্শনৰ মতে সুখেই জীৱনৰ পৰম লক্ষ্য। এইটো শুদ্ধ হয়নে।

উত্তৰঃ
26. Does Carvaka philosophy accept naturalism?

চাৰ্বাক দৰ্শনে স্বভাৱবাদ গ্ৰহণ কৰেনে?

উত্তৰঃ
27. Carvaka does not accept ether as the basic element of the world. Is this true?

চাৰ্বাক দৰ্শনে আকাশক জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই। এইটো সঁচানে?

উত্তৰঃ

Broad Questions: 

ৰচনাধৰ্মী প্ৰশ্নঃ
1. Discuss critically Carvaka’s view of materialism.

চাৰ্বাক দৰ্শনৰ জড়বাদ মতবাদটো আলোচনা কৰা।

উত্তৰঃ
2. Explain Carvaka’s theory of knowledge or epistemology.

 চাৰ্বাক দৰ্শনৰ জ্ঞান সম্পৰ্কীয় মতবাদটো আলোচনা কৰা।

উত্তৰঃ
3. Explain how the Carvaka reject the validity of testimony.

 চাৰ্বাকসকলে কেনেদৰে শব্দজ্ঞানৰ যথাৰ্থতা নাকচ কৰিছে, ব্যাখ্যা কৰা।

উত্তৰঃ
4.Why do the Carvakas recognize perception as the only source of valid knowledge? Explain.

চাৰ্বাকসকলৰ মতে প্ৰত্যক্ষই যথাৰ্থ জ্ঞানৰ একমাত্ৰ প্ৰমাণ কিয়? ব্যাখ্যা কৰা। 

উত্তৰঃ
5. Do you consider Carvaka materialism as satisfactory?

চাৰ্বাকসকলৰ জড়বাদক তুমি সন্তোষজনক বুলি গণ্য কৰানে?

উত্তৰঃ
6. The ethics of Carvaka is a crude individual hedonism. Discus

.চাৰ্বাক নীতিতত্ত্ব হ’ল স্থূল আত্মসুখবাদ। আলচ কৰা। 

Or/নাইবা 

6. Can Carvaka ethics be called a form of crude individual hedonism?

চাৰ্বাক নীতিতত্ত্বক ‘চৰম সুখবাদ’ বুলি কোৱা হয় কিয়?

উত্তৰঃ

7. Discuss Carvaka’s view about ‘Consciousness’.

চাৰ্বাক দৰ্শনত ‘চেতনা’ৰ ধাৰণা কি, আলোচনা কৰা।

উত্তৰঃ
8. Explain Carvaka epistemology. Why is inference not a valid source of knowledge?

চাৰ্বাক জ্ঞানবিজ্ঞানৰ বিষয়ে আলোচনা কৰা। এই দৰ্শনত অনুমানক কিয় যথাৰ্থ জ্ঞানৰ উপায় হিচাপে গ্ৰহণ কৰা নহয়।

উত্তৰঃ
9.Discuss metaphysical view of Carvaka Philosophy.

চাৰ্বাক আধ্যত্মবাদ বা অধিবিদ্যক মতবাদ আলচ কৰা।

উত্তৰঃ
10. Critically examine Carvaka view of inference. 

অনুমান সম্পৰ্কে চাৰ্বাকে কৰা আলোচনা সমালোচনাসহ ব্যাখ্যা কৰা।

উত্তৰঃ
11. Is pleasure the highest end of human life according to carvaka?

চাৰ্বাক দৰ্শনৰ মতে সুখেই জীৱনৰ পৰম লক্ষ্য হয়নে।

উত্তৰঃ
12. Perception is the only source of valid knowledge according to Carvaka. Explain.

চাৰ্বাক দৰ্শনৰ মতে প্ৰত্যক্ষই জ্ঞানৰ একমাত্ৰ উপায়। ব্যাখ্যা কৰা।

উত্তৰঃ
Write Short notes on: 

চমু টোকা লিখাঃ
1. Anumana of Carvaka.

চাৰ্বাক অনুমান। 

উত্তৰঃ
2. Pratyaksa of Carvaka.

চাৰ্বাক প্ৰত্যক্ষ।

উত্তৰঃ
3. Carvaka Ethics.

চাৰ্বাক নীতিতত্ত্ব।

 উত্তৰঃ
4. Dehatmavada.

দেহাত্মবাদ। 

উত্তৰঃ
5. Carvaka Atheism.

চাৰ্বাক নিৰীশ্বৰবাদ। 

উত্তৰঃ
6. Refutation of Testimony. 

শব্দ বা আপ্তবাক্য খণ্ডন।

উত্তৰঃ

TypeHirokjyoti Bora.