শিক্ষকৰ শিক্ষা আৰু শৈক্ষিক প্ৰযুক্তিবিজ্ঞান
Teacher Education and education technology
Chapter 4
প্ৰশ্নাৱলী
১। শিক্ষাদানৰ যোগ্যতা বুলিলে কি বুজা ? শিক্ষাদানৰ যোগ্য়তাৰ প্ৰয়োজনীয় আৰু গুৰুত্ব কি ?
What do you mean by teaching competency? What are the need and importance of teaching competency?
উত্তৰঃ
২। অনুশিক্ষনৰ সংজ্ঞা দিয়া।
Define Micro teaching.
উত্তৰঃ
৩। অনুশিক্ষনৰ বিভিন্ন স্তৰসমূহ কি কি ?
What are the various steps of micro teaching.
উত্তৰঃ
৪। অনুশিক্ষনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
Mention the Characteristics of Micro teaching.
উত্তৰঃ
৫। শিক্ষাদানৰ যোগ্যতা কিদৰে উন্নত কৰিব পাৰি ?
How can teaching competencies be development?
উত্তৰঃ
৬। এজন শিক্ষকৰ প্ৰয়োজনীয় গুণাৱলীসমূহ উল্লেখ কৰা ?
Write the qualities of a teacher.
উত্তৰঃ
৭। অনুশিক্ষনৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।
Write the advantages and limitations of micro teaching.
উত্তৰঃ
৮। আন্তঃক্ৰিয়া বিশ্লেষণ বুলিলে কি বুজা ? শিক্ষকৰ শিক্ষাত আন্তঃক্ৰিয়া বিশ্লেষণৰ গুৰুত্ব বিষয়ে লিখা।
What do you mean by interactions analysis? Write about the importance of interaction analysis in teacher education.
উত্তৰঃ
৯। ফ্লেনদাৰচ আন্তঃক্ৰিয়া বিশ্লেষণৰ ধাৰণাটো ব্যাখ্যা কৰা।
Explain the concepts of flenders interaction analysis.
উত্তৰঃ
১০। উদ্দীপিত কৰি তোলা সামাজিক দক্ষতাৰ প্ৰশিক্ষন সম্পৰ্কে লিখা।
Write about the SSST.
উত্তৰঃ
১১। উদ্দীপিত কৰি তোলা সামাজিক দক্ষতাৰ প্ৰশিক্ষণৰ সুবিধাসমূহ উল্লেখ কৰা।
Mention the advantages of SSST.
উত্তৰঃ
১২। চমুটোকা লিখা।
Write shorts note.
(ক) অনুশিক্ষনৰ উপাদান
Elements of micro teaching.
উত্তৰঃ
(খ) প্ৰণালীগত ব্যৱস্থা
System approach.
উত্তৰঃ
(গ) অনুসূচীত শিক্ষন
Programmed learning.
উত্তৰঃ
(ঘ) অনুসূচীত শিক্ষনৰ প্ৰকাৰসমূহ
Types of programmed learning.
উত্তৰঃ
Type-Bhabesh Bora