নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞান
INSTRUCTIONAL TECHNOLOGY
Chapter 4
প্ৰশ্নাৱলী
1. প্ৰশ্ন উত্তৰঃ
a. আচৰণ মূলক প্ৰযুক্তিবিজ্ঞান কি ?
What is behavioural technology?
উত্তৰঃ
b. আচৰণমূলক প্ৰযুক্তিজ্ঞানৰ অৰ্থ লিখা ।
Write the meaning of behavioural technology.
উত্তৰঃ
c. আচৰণমূলক প্ৰযুক্তিজ্ঞানৰ বৈশিষ্ট্যসমূহ লিখা ।
Write the characteristics of behavioural technology.
উত্তৰঃ
d. আচৰণমূলক প্ৰযুক্তিবিজ্ঞলৰ প্ৰধান ধাৰণাসমূহ কি কি ?
What are the basic assumptions of behavioural technology?
উত্তৰঃ
e. অনু-শিক্ষণ কি ?
What is micro-teaching ?
উত্তৰঃ
f. অনু-শিক্ষণৰ এটা সংজ্ঞা দিয়া ।
Give the concept of micro-teaching.
উত্তৰঃ
g. পৰিকল্পিত শিক্ষণৰ সুফলসমূহ লিখা ?
উত্তৰঃ
h. অনু- শিক্ষণৰ ধাৰণাটো কোনে বিকাশ কৰিছিল ?
Who developed the concept of micro teaching ?
উত্তৰঃ
i. অনুশিক্ষণৰ উল্লেখনীয় বৈশিষ্ট্যবোৰ লিখা
Write the salient features of micro-teaching.
উত্তৰঃ
j. অনু-শিক্ষণৰ দুটা প্ৰধীন ধাৰণাৰ বিষয়ে লিখা ।
Write two baci assumptions of micro teaching.
উত্তৰঃ
k. অনু-শিক্ষণৰ স্তৰসমূহ কি কি ?
What are the phrases of micro-teaching ?
উত্তৰঃ
l. অনু-শিক্ষণৰ চক্ৰটো অংকন কৰা।
Draw the micro-teaching.
উত্তৰঃ
m. শিক্ষাৰ অনু-শিক্ষণৰ ব্যৱহাৰিতা সম্পৰ্কে লিখা ।
Write the uses of micro-teaching in the eudcational process.
উত্তৰঃ
2.
a. অনু-শিক্ষণৰ সংজ্ঞা দিয়া। অনু-শিক্ষণ বৃওৰ বিভিন্ন পৰ্যায় আলোচনা কৰা ।
Define micro-teaching. Discuss the various steps of micro-teaching cycle.
উত্তৰঃ
b.অনু- শিক্ষণৰ ইতিহাস বৰ্ণনা কৰা ।
Trace the history of micro- teaching.
উত্তৰঃ
c.অনু-শিক্ষণৰ বিভিন্ন নীতি ব্যাখ্য কৰা ।
Explain the various principles of micro-teaching.
উত্তৰঃ
d.অনু- শিক্ষণৰ পৰ্যায়সমূহ আলোচনা কৰা ।
Discuss the procedure of micro-teaching.
উত্তৰঃ
e. অনু-শিক্ষণ আৰু প্ৰচলিত শিক্ষণৰ তুলনা কৰা ।
Compare between micro-teaching and traditional teaching.
উত্তৰঃ
f.অনু-শিক্ষণৰ গুণ আৰু দোষসমূহ আলোচনা কৰা ।
Discuss the advantages and disadvantages of micro-teaching.
উত্তৰঃ
g. অনুশিক্ষণৰ শৈক্ষিক তাৎপৰ্য্য আলোচনা কৰা ।
Discuss the educational implications of micro-teaching.
উত্তৰঃ
Type Himashree Bora .