শৈক্ষিক প্ৰযুক্তিবিদ্য়া
(EDUCATIONAL TECHNOLOGY)
Chapter 1
১। শৈক্ষিক প্ৰযুক্তি বিজ্ঞান কি ?
What is education technology ?
উত্তৰঃ
২। শৈক্ষিক প্ৰযুক্তিবিজ্ঞান সংজ্ঞা দিয়া ।
Define educational technology.
উত্তৰঃ
৩। “শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ” শব্দই কি বুজায় ?
What do you understand by the term “educational psychology”?
উত্তৰঃ
৪। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ কেতবোৰ বৈশিষ্ঠ্য উল্লেখ কৰা।
Mention few characteristics of educational technology?
উত্তৰঃ
৫। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ লক্ষ্যসমূহ লিখা ।
write the aims of educational technology.
উত্তৰঃ
৬। কোনটো শব্দৰপৰা প্ৰযুক্তিবিজ্ঞান শব্দটো অনা হৈছে ?
In which word the term “technology” is derived?
উত্তৰঃ
৭। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ কোনে চতুৰ্থ বিপ্লৱ বুলি কৈছিল?
Who said educational technology as a fourth revolution?
উত্তৰঃ
৮। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ সামগ্ৰিক উদ্দেশ্যসমূহ কি কি ?
What is the Macro level objective?
উত্তৰঃ
৯। শিক্ষাত প্ৰযুক্তিবিজ্ঞান আৰু শিক্ষাৰ প্ৰযুক্তিবিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
Distinguish between technology in educationa dn technology of education.
উত্তৰঃ
১০। কঠিনতাৰ অভিগমন কি ?
What is hardware approach?
উত্তৰঃ
১১। কোমলতাৰ অভিগমন কি ?
What is software approach ?
উত্তৰঃ
১২। নিদেশনামূলক প্ৰযুক্তিবিজ্ঞান কি ?
What is instructional technology ?
উত্তৰঃ
১৩। পদ্ধতিমূলক অভিগমন কি ?
what is system appraoch.
উত্তৰঃ
১৪।আচৰণমূলক প্ৰযুক্তি বিজ্ঞান কি ?
What is behavioural technology?
উত্তৰঃ
১৫। শিকন/শিক্ষন প্ৰযুক্তি বিজ্ঞান কি ?
What is teching technology ?
উত্তৰঃ
১৬। কঠিনতা অভিগমন আৰু কোমলতা অভিগমন পাৰ্থক্য বিচাৰ কৰা ।
Differentiate between hardware and software approach.
উত্তৰঃ
১৭। নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ দুটা বৈশিষ্ট্য লিখা ।
Write two charactesristics of instructional technology.
উত্তৰঃ
১৮। শৈক্ষিক প্ৰযুক্তিবিজ্ঞান আৰু নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ পাৰ্থক্য বিচাৰ কৰা ।
Differentiate between educational technology and instructional technology.
উত্তৰঃ
১৯। আচৰণমূলক প্ৰযুক্তি বিজ্ঞানৰ কেতবোৰ বৈশিস্ট্য উল্লেখ কৰা ।
Mention few characteristics of behavioural technology.
উত্তৰঃ
২০।পদ্ধতিগত অভিগমনৰ চাৰিতা স্তৰ কি কি ?
What ae the four stages of system approach?
উত্তৰঃ
২১। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ উৎসসমূহ উল্লেখ কৰা।
Mention the sources of educational technology.
উত্তৰঃ
২২। শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা ।
Discuss the scope of educational technology
উত্তৰঃ
২৩। শিক্ষাৰ বিভিন্ন দিশত শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ প্ৰয়োগ আলোচনা কৰা ।
Discuss the application of educational technology in different aspects of education.
উত্তৰঃ
২৪। দূৰত্ব শিক্ষাত প্ৰযুক্তিবিজ্ঞানৰ গুৰুত্ব আলোচনা কৰা ।
Discuss the importance of technology in distance education.
উত্তৰঃ
২৫। শৈক্ষিক প্ৰযুক্তিবিজ্ঞান আৰু নিৰ্দেশনাত্মক প্ৰযুক্তিবিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
Differentiate between teaching technology and instructional tecnology.
উত্তৰঃ