Chapter: 5
ভাৰতবৰ্ষৰ শিক্ষাত সাম্প্ৰতিক বিকাশ আৰু কাৰ্যসূচী
(Recent Developments and programmes in Indian Education)
(I ) অতি চমু উত্তৰৰ প্ৰশ্ন( Question of very Short Answer)
প্ৰশ্নাৱলী
১। কোন চনত ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল?
(In Which year, National Knowledge Commission was constituted?)
Answer:
২। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অধ্যক্ষ কোন আছিল?
(Who was the chairman of National Knowledge Commission?)
Answer:
৩। জ্ঞানৰ সুগমতা মানে কি?
(What is access of Knowledge?)
Answer:
৪। কোন চনত উচ্চ শিক্ষাৰ সংস্কাৰ আৰু পুৰ্ননিৰ্মাণৰ বাবে পৰামৰ্শদান কমিটি গঠন কৰা হৈছিল?
(In Which year, the Committee to Advise on Renovation and Rejuvenation of Higher Education was constituted? )
Answer:
৫। অধ্যাপক যশ পাল উচ্চ শিক্ষাৰ কোনখন কমিটিৰ লগত সম্বন্ধিত ?
(With which committee of higher education, Prof. Yash pal is related?)
Answer:
৬। NCF ৰ সম্পূৰ্ণ গঢ়টো লিখা।
(Write the full form of NCF)
Answer:
৭। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা নীতি উল্লেখ কৰা।
(Mention one principle of National curriculum Framework, 2005.)
Answer:
৮। পৰীক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা পৰামৰ্শ আগবঢ়োৱা।
(Give one suggestion of National curriculum Framework, 2005 regarding examination reform.)
Answer:
৯। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ সদস্য কিমানজন?
(How many members are there in National Knowledge Commission?)
Answer:
১০। যশ পল কমিটিৰ সদস্য সংখ্যা কিমান জন?
(How many members are there in Yashpal Committee?)
Answer:
১১। SSA ৰ সম্পূৰ্ণ গঢ়টো লিখা।
(Write the full form of SSA.)
Answer:
১২। সৰ্বশিক্ষা অভিযানৰ এটা বৈশিষ্ট্য লিখা।
(Write one feature of Sarva Shiksha Abhiyan.)
Answer:
১৩। সৰ্বশিক্ষা অভিযানৰ এটা উদ্দেশ্য উল্লেখ কৰা।
(Mention one objective of Sarva Shiksha Abhiyan.)
Answer:
১৪। PPP ৰ সম্পূৰ্ণ গঢ়টো লিখা।
(Write the full form of PPP.)
Answer:
১৫। RMSA ৰ সম্পূৰ্ণ গঢ়টো লিখা।
(Write the full form of RMSA.)
Answer:
১৬। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা উদ্দেশ্য লিখা।
(Write one objective of Rastriya Madhyamika Shiksha Abhiyan.)
Answer:
১৭। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা উদ্দেশ্য লিখা।
(Write one objective of Rastriya Uchchatar Shiksha Abhiyan.)
Answer:
১৮। RUSA ৰ সম্পূৰ্ণ গঢ়টো লিখা।
Write the full form of RUSA.
Answer:
১৯। ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ কোন চনত গঠিত হৈছিল?
(In which year, National Assessment and Accreditation Council was set up?)
Answer:
২০। IQAC ৰ সম্পূৰ্ণ গঢ়টো লিখা?
(What is the full form of IQAC?)
Answer:
(II) চমু উত্তৰৰ প্ৰশ্ন(Questions of Short Answer)
(১) ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ কাৰ্য কৰিষৰৰ বিষয়ে লিখা।
(Write about the terms of reference of National Knowledge Commission.)
Answer:
(২) ৰাষ্ট্ৰীয় জ্ঞান আয়োগে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কি পৰামৰ্শ আগবঢ়াইছিল?
(What are the suggestions made by National Knowledge Commission on School education?)
Answer:
(৩) যশ পাল কমিটিৰ মতে উচ্চ শিক্ষাক্ষেত্ৰৰ দুটা প্ৰত্যাহ্বান উল্লেখ কৰা।
(Mention two challenges suggested by Yashpal Committee regarding higher education sector. )
Answer:
(৪) বিশ্ববিদ্যালয়ৰ ধাৰণাৰ বিষযে চমুকৈ লিখা।
(Write shortly about the idea of university.)
Answer:
(৫) পদ্ধতিৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ পৰামৰ্শবোৰ লিখা।
(Write the suggestions of National curriculum Framework, 2005 regarding system reform.)
Answer:
(৬) ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনাৰ পাঠ্যক্ৰম বিকাশৰ নিৰ্দেশনাত্মক নীতিবোৰ লিখা।
(Write the guiding principles of curriculum development of National curriculum Framework, 2005.)
Answer:
(৭) সৰ্বশিক্ষা অভিযানৰ লক্ষ্যবোৰ উল্লেখ কৰা।
(Mention the iams of Sarva Shiksha Abhiyan.)
Answer:
(৮) সৰ্বশিক্ষা অভিযানৰ কাৰ্যসূচীৰ দুটা কৌশল লিখা।
(Write two strategies of the Sarva Shiksha Abhiyan.)
Answer:
(৯) মাধ্যমিক শিক্ষাৰ সুগতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰামৰ্শ লিখা।
(Write the recommendations of Rashtriya Madhyamik Shiksha Abhiyan.)
Answer:
(১০) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ উপাদানবোৰ লিখা।
(Write the components of Rashtriya Uchchatar Shiksha Abhiyan.)
Answer:
(১১) শিক্ষাৰ অধিকাৰ আইনৰ দুটা সুবিধা লিখা।
(Write two provisions of Right to Education Act.)
Answer:
(১২) চমুটোকা লিখাঃ
Write short notes:
ক) ৰাষ্ট্ৰীয় শিক্ষা আয়োগ
(National Knowledge Commission.)
Answer:
খ) যশপাল কমিটি
(Yash pal Committee.)
Answer:
গ) ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫
(National Curriculum Framework, 2005)
Answer:
ঘ) সৰ্বশিক্ষা অভিযান
(Sarva Shiksha Abhiyan)
Answer:
ঙ) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান
(Rashtriya Madhyamik Shiksha Abhiyan)
Answer:
চ) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান
(Rashtriya Uchchatar Shiksha Abhiyan.)
Answer:
ছ) শিক্ষাৰ অধিকাৰ আইন
(Right to Education Act)
Answer:
জ) ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰতায়ন পৰিষদ
(National Assessment and Accreditation Council)
Answer:
(III) দীঘল উত্তৰৰ প্ৰশ্ন( Questions of Long Answer)
(১) জ্ঞানৰ ধাৰণাৰ ক্ষেত্তত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা।
(Describe the suggestions made by National Knowledge Commission regarding Knowledge concept.)
Answer:
(২) যশপাল কমিটিৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ লিখা।
(Write the suggestion made by Yash Pal Committee regarding higher education.)
Answer:
(৩) পাঠ্যক্ৰমিক ক্ষেত্ৰৰ পুনৰস্বীকৃতিকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা ২০০৫, ৰ পৰামৰ্শবোৰ লিখা।
(Write the recommendations made by National Curriculum, Framework, 2005 regarding reconceptualisation of curriculum aspect.)
Answer:
(৪) প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণত সৰ্বশিক্ষা অভিযানৰ ভূমিকা বৰ্ণনা কৰা।
(Describe the role of Sarva Shiksha Abhiyan regarding universalisation of primary education.)
Answer:
(৫) মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ভূমিকা বৰ্ণনা কৰা।
(Describe the role of Rashtriya Madhyamik Shiksha Abhiyan regarding universalisation of secondary education.)
Answer:
(৬) প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইনৰ বিষয়ে বিশ্লেষণ কৰা।
(Explain about Right to Education Act regarding Primary education.)
Answer:
(৭) ৰাষ্ট্ৰীয় ঞ্জান আয়োগে জ্ঞানৰ সুগমতাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা।
(Describe the suggestion made by National Knowledge Commission regarding Knowledge access.)
Answer:
(৮) উচ্চ শিক্ষাৰ গিণমান নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰতায়ন পৰিষদৰ ভূমিকা বৰ্ণনা কৰা।
(Describe the role of National Assessment and Accredition Council regarding quality control of higher education.)
Answer:
Type: Dikha Bora