বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম | Chapter 2 | Veda Vyasa (Shantiparba): Rajadharma | Gauhati University BA 5th Semester বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম দ্বিতীয় অধ্য়ায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম Important Question Answer Solution Assamese Medium | GU TDC 5th Semester বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম Questions Paper Free Download PDF |

 দ্বিতীয় অধ্য়ায়

বেদ ব্যাস (শান্তিপৰ্ব)ঃ ৰাজধৰ্ম

Veda Vyasa (Shantiparba): Rajadharma 

প্ৰশ্নাৱলী

A. অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Type Questions) : 

শুদ্ধ উত্তৰটো লিখা :  

1. শান্তিপৰ্ব হৈছে. ৰ অধ্যায়। 

Shanti Parba is a Chapter of ………………….  

(a) অর্থশাস্ত্র (Arthasastra)  

(b) মহাভাৰত (Mahabharata)  

(c) ৰামায়ণ (Ramayana)  

(d) শুক্রনীতি (Shukranity) 

উত্তৰঃ 

2. শান্তিপৰ্ব মতে, ৰাষ্ট্ৰ উদ্ভৱ হোৱাৰ পূর্বে  

According to Shanti Parva before the advent of State-  

(a) মানুহে শান্তিপূর্ণভাৱে বসবাস কৰিছিল (People led a life of complete harmony)  

(b) সম্পূৰ্ণ নৈৰাজ্য আছিল (There was complete anarchy)  

(c) শাসক স্বেচ্ছাচাৰী আছিল (There was dectatorship of the ruler)  

(d) ওপৰৰ এটাও নহয় (Non of the above)

উত্তৰঃ

3. ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কত শান্তিপর্বত কেইটা তত্ত্ব পোৱা যায়? How many theories regarding the origin of state are contained in Shanti Parva?

(a) এটা (One)  

(b) দুটা (Two)

(c) তিনিটা (Three)

(d) চাৰিটা (Four) 

উত্তৰঃ

4. শান্তিপর্বত থকা মতে ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল— The Theories of origin of sate contained in Shanti Parva support the idea of 

(a) সামাজিক চুক্তি মতে (Social Contact) 

(b) দৈৱিক তত্ত্ব মতে (Divine Origin) 

(c) শক্তিতত্ত্ব মতে (Force Theory)

(d) ওপৰৰ এটাও নহয় (None of the above)

উত্তৰঃ   

5. শান্তি পর্ব মতে,  According to Shanti parva,  

(a) ৰজাই যদি অন্যায়মূলক আইন প্রণয়ন কৰে, প্ৰজাই ৰজাক অমান্য কৰিব পাৰে। The people can disobey the king if he enacts unjust laws. 

উত্তৰঃ 

(b) প্ৰজাই ৰজাক ইন্দ্ৰ আৰু বৰুণৰ দৰে জ্ঞান কৰিব লাগে।  The King should be treated by subjects as Indra and Varuna.

উত্তৰঃ

(c) ৰজা মণশীল আৰু প্ৰজাই সেই হিচাপে ৰজাক সন্মান কৰিব লাগে।  The King was a mortal and should be treated as such by the subjects. 

উত্তৰঃ

6. শান্তি পর্ব মতে, প্ৰজাই ৰজাৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিব লাগে কাৰণ —  According to Shanti Parva the subjects should render obedience to the king because

(a) ৰজাই প্ৰজাৰ স্বাৰ্থ সুৰক্ষিত কৰে (He is the defender of their interests.)

(b) ৰজাই ধর্ম প্রতিষ্ঠা কৰে (He is the promoter of Dharma.)  

(c) তেওঁ সকলো আইনৰ মূল (He is the chief source of all Laws.)  

(d) ওপৰৰ আটাইকেইটা (All the above.)

উত্তৰঃ 

7. শান্তি পর্বত থকা মতে, মন্ত্রীসভাত সদস্য থাকে—  Shanti parva provides for a council of ministers consisting of  

(a) ৭জন মন্ত্রী (Seven Ministers) 

(b) ৫জন মন্ত্রী (Five Ministers)

(c) ৯জন মন্ত্রী (Nine Ministers)

(d) অনির্দিষ্ট (Un-specified)

উত্তৰঃ  

৪. শান্তি পর্ব মতে, মন্ত্রী পৰিষদ হ’ল প্ৰধানকৈ The council of Ministers according to Shanti parva-  

(a) ব্ৰাহ্মণসকলৰ দ্বাৰা গঠিত (Mainly comprised of Brahmins)  

(b) ক্ষত্ৰিয়সকলৰ দ্বাৰা গঠিত (Mainly comprised with Kshatriyas) 

(c) ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ দ্বাৰা গঠিত (Comprised of Brahmin and Kshatriyas)

(d) এটাও নহয় (None of the above) 

উত্তৰঃ

9. শান্তি পৰ্বই ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কত কোনটো ধাৰণা সমৰ্থন কৰিছে?  The theories of origin of state contained in Shanti parva support the idea of 

(a) সামাজিক চুক্তি (Social contract)  

(b) দৈৱিক উৎপত্তি (Divine origin) 

(c) বল তত্ত্ব (Force theory)  

(d) এটাও নহয় (None of the above) 

উত্তৰঃ  

10. শান্তিপর্বত মানুহে নিজৰ ক্ষমতা অনুসৰি কৰ পৰিশোধ কৰিবপৰা অনুমতি আছিল। (শুদ্ধ নে অশুদ্ধ) 

Santi Parva favoured imposition of taxes according to the capacity of people.  (Write True or False) 

উত্তৰঃ  

11. শান্তিপৰ্ব মতে, ৰাষ্ট্ৰ হৈছে মানুহৰ মাজত হোৱা চুক্তিৰ ফল। (শুদ্ধ নে অশুদ্ধ)। 

According to Shanti Parva the institution of Kingship was the result of social contract among the people. (Write True or False)

উত্তৰঃ   

B. চমু উত্তৰ দিয়া (Write Short Answer) :  

1. মহাভাৰতৰ ৰচিয়তা কোন?  Who is the aouthor of Mahabharata? 

উত্তৰঃ  

2. দণ্ডনীতি কোনে প্রয়োগ কৰিব পাৰে?  Who can impose Danda Niti?

উত্তৰঃ   

3. শান্তিপর্বত কিমানটা অধ্যায় আৰু শ্লোক আছে?  How many chapters and shloks are there in Shanti Parva?

উত্তৰঃ   

4. ৰজাৰ দুটা কৰ্ত্তব্য লিখা। Write two duties of King.

উত্তৰঃ   

5. ৰজা এজনৰ থাকিবলগীয়া দুটা গুণ লিখা।  Write two Kingly Virtues.

উত্তৰঃ   

6. ৰাজধর্ম কি?  What is Rajadharma?

উত্তৰঃ   

7. দণ্ডনীতি কি? What is Dandaniti?  

উত্তৰঃ 

8. শান্তিপর্বত থকা উপ-পর্ব কেইটা কি কি?  What are the sub-parvas of Shanti Parva?

উত্তৰঃ   

9. মৎস্য ন্যায় বুলিলে কি বুজা? What is mean by Matsya Nyaya?

উত্তৰঃ   

10. ৰাজধৰ্মৰ দুটা গুৰুত্ব লিখা।  Write two importance of Rajadharma.

উত্তৰঃ 

C. চমু টোকা (Short Note) :  

1. দণ্ডনীতিৰ প্ৰয়োগ ( Impose of Dandaniti)

উত্তৰঃ   

2. সাম্প্ৰতিক সময়ত ৰাজধৰ্মৰ প্ৰাসংগিকতা (Relavance of Rajadharma today ) 

উত্তৰঃ  

3. ৰাজনৈতিক আনুগত্য (Political Obligation)

উত্তৰঃ   

4. ৰজাৰ সদাচাৰসমূহ (Kingly Virtues) 

উত্তৰঃ  

5. ৰজাৰ কৰ্ত্তব্য আৰু দায়বদ্ধতা (Duties and obligations of the King) 

উত্তৰঃ  

6. শান্তিপর্ব (Shanti Parva)

উত্তৰঃ   

D. ৰচনাধৰ্মী প্রশ্ন (Write Short Answer) :  

1. ৰজাৰ কৰ্ত্তব্যৰ প্ৰসংগ টানি শান্তিপৰ্বৰ ৰাজধৰ্ম ধাৰণাটোৰ সমালোচনামূলক আলোচনা কৰা। 

Critically describe the notion of Rajadharma in Shanti Parva with special reference to the duties of King.

উত্তৰঃ  

2. ‘ৰজা হ’ল আত্ম-সংযমী/অনুশাসিত’ –এই বাক্যষাৰিৰ আলমত বেদ ব্যাসৰ মতে আদৰ্শ ৰজা এজনৰ কি কি গুণ থাকিব লাগে আলোচনা কৰা।  

‘King is self-disciplined in Shanti Parva’ -In the light of this statement describe the attributes of the ideal king as per Veda Vyasa.

উত্তৰঃ   

3. ৰাজনৈতিক আনুগত্য সম্পৰ্কত শান্তিপৰ্বৰ ধাৰণা আলোচনা কৰা। Discuss the insights of Shanti Parva on Political Obligation.

উত্তৰঃ   

4. শান্তিপূৰ্বৰ থকা মতে ৰাজধৰ্ম ধাৰণাৰ বিষয়ে আলোচনা কৰা। Disucss the idea of Rajadharma as portrayed in Shanti Parva.

উত্তৰঃ 

Question Type-Bhabesh Bora.