বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা?

উত্তৰঃ বিনিময় প্ৰধান দুটা অসুবিধা হল – (১) সংগতিবিহীন অভাব (২) হিচাব-নিকাচৰ উমৈহতীয়া এককৰ অভাব।