আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰেক্ষাপটসমূহ । Lesson 1 | BA 4th Semester Political Science | Question Answer And Solutions Assamese Medium |

 প্ৰথম অধ্যায় 

আন্ত:ৰাষ্টীয় সম্পৰ্কৰ পেক্ষাপটসমূহ

আৰ্হি প্ৰশ্নাৱলী (Model Questions)

A. Very Objective Type Questions (I mark for each)

    (Give the name of the Paul S. Reisen’s book.)

Answer-

2. “আন্ত:ৰাষ্ট্ৰীয় ৰাজধানীতি হৈছে ৰাষ্ট্ৰবিলাকৰ মাজত ক্ষমতা আহৰণ বাবে চলা সংগ্ৰাম।” কোনো কৈছিল?

    (International Politics is a struggle for the Power among nations. Who remarked this?)

Answer-

3.  আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি বিভাগটো পোনপ্ৰথমবাৰৰ বাবে ক’ত আৰু কেতিয়া পতিষ্ঠা কৰা হৈছিল?

    (Who and the where the Department of International Politics was started?) 

Answer-

4. কোনে কৈছিল – ‘আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি হৈছে ৰাষ্টবিলাকৰ মাজৰ সম্পৰ্ক”?

    (Who viewed-“International Politics is the relation among states”?)

Answer-

5. আন্ত:ৰ্জাতিক শব্দটি পোনপ্ৰথমবোৰৰ বাবে কোন ব্যৱহাৰ কৰিছিল?

    (Who for the first used the team International?)

Answer-

6. “International jurisprudence”গ্ৰন্থখন কোনে লিখিছিল?

    (Who wrote the book “International jurisprudence?”)

Answer-

7. “Contemporary Theory of International Relations” শীৰ্ষক গ্ৰন্থখন ষ্টেনলী হফমেনে লিখিছিল। (শুদ্ধনে অশুদ্ধ লিখা)

    “contemporary Theory of International Relational Relations” was written by Stanley Hoffman. (Yes/no)

Answer-

8. “Where have Theories Gone” গ্ৰন্থখন িখিছিল….য়ে।

     “Where have Theories Gone”  was written by……..(Fill up the Gap)

Answer-

9. “theory of International Relations” গ্ৰন্থখন কোনে লিখিছিল?

    (Who Wrote the book” Theory of International Relations”?)

Answer-

10. আন্তৰ্জাতিক ৰাজনীতি আন্তৰ্জাতিক সম্পৰ্কৰ অৰ্থ প্ৰকৃতি পৰিসৰ। (শুদ্ধ উত্তৰটো বাছা)

    (International Politics is the Meaning/Nature/Scope of International Relations. (Correct answer)

Answer-

11. দুজন উদাৰ চিন্তাবিদৰ নাম লিখা।

    (Name of Two Liberal Thinkers.)

Answer-

12. ‘Politics Among Nations’-গ্ৰন্থখনৰ লেখক কোন?

    (Wrote the book ‘politics Among Nation’s?

Answer-

13. এজন নৱ্য আদৰ্শবাদীৰ নাম লিখা।

    (Name of Neo-Realists.)

Answer-

14.”The End of History”ৰ লেখক কোন?

    (Who wrote “the End of History.?)

Answer-

15. “Fragment on war” – গ্ৰন্থখন কোনে িখিছিল?

    (Who Wrote the book “Fragment on War”?)

Answer-

16.  উদাৰ দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষক কোন আছিল?

    (Who Was the Chief Exponent of the Liberal approach in the study of International Relations?)

Answer-

17. শুদ্ধ উত্তৰটো বাছি উলিওৱা 

    (Select the correct answer?)

(ক)তলৰ কোনজনক আদৰ্শবাদী তথা উদাৰতাবাদী হিচাপে অভিহিত কৰা হয়?

    (Which one of the following is regarded as an Idealist or a Liberalist?)

    (ক) উড্ৰো উইলছন (Woodrow Wilson)

    (খ)  কাৰ্ল ডিউটছ (Karl Deutch)

    (গ) মৰ্টন কাপলান (Morton Kaplan)

Answer-

(খ) আদৰ্শবাদী বা উদাৰতাবাদী তত্ত্ব সমৰ্ওথন কৰিছিল-

    (The Idealist Theory was supported by)-

    (ক) কাণ্ট (Kant)

    (খ) মেকিয়াভালি (Machiavelli)

    (গ) থুচিদিয়াছ (Thucydides)  

Answer-

(গ) নৱ্য বাস্তৱবাদৰ সমৰ্থক আছিল –

    (The supporter of Neo-Realism was)-

    (ক) হবচ (Hobbes)

    (খ) কেনেথ ৱাল্টজ (Kenneth Waltz)

    (গ) ই. এইচ. কাৰ (E. H. Carr)

Answer-

   (ঘ) তলত দিয়া কোনজনক নৱ্য ৱাস্তৱবাদী সুস্থিৰতা তত্ত্ব পৃষ্ঠপোষক বুলি কোৱা হয়?

    (Which one of the following is regarded as the exponent of Neo-Realist Stability Theory?)

    (ক) জন মিয়াৰশ্বেমাৰ (john Mearsheimer)

    (খ) মৰগেনাথো (Morgenthau)

    (গ) মাৰ্গাৰেট স্প্ৰাউট (Margaret Sprout)

Answer-

(ঙ) তলত দিয়া কোনজনক ব্যৱস্থাপক দৃষ্টিভংগীৰ সমৰ্থক বুলি কোৱা হয়?

    (Which one  of the following is called as the supporter of the System Theory?)

    (ক) মৰটন কালপান (Morton Kaplan)

    (খ) মাৰ্টিন শ্বুবিক (Martin Shubik)

    (গ) ৰিচাৰ্ড চি. ছিণ্ডাৰ (Richard c. Snyder)

Answer-

(চ) তলত দিয়া কোনজনক সিদ্ধান্ত গ্ৰহণকাৰী তত্ত্বৰ পূষ্ঠপোষক বুলি কোৱা হয়?

    (Which one of the following is called as the founder of Decision Making Approach?)

    (ক) ৰিচাৰ্ড চি. ছিণ্ডাৰ (Richard C. Synder)

    (খ) কণ্ডোৰচেট (Condorcet)

    (গ) জেমচ এন. ৰজেনু (Games N. Rosenau) 

Answer-

b. Short Type Questions (4/5 Mark for each)

    1. আন্তজাৰ্তিক সম্পৰ্ক আৰু আন্তজাৰ্তিক ৰাজনীতিৰ চাৰিটা প্ৰভেদ নিৰ্ণয় কৰা।

    (Explain Four differences between International Politics and International Relations)

Answer-

2. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ অৰ্থ বাখ্যা কৰা।

    (What do you understand by the term “International Relations”?)

Answer-

3. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতি সম্বন্ধে এটি টোকা যুগুত কৰা ।

    (Write a note on the Nature of International Relations.)

Answer-

4. আন্তৰ্জাতিক সম্পৰ্কৰ বিকাশৰ চাৰিটা পৰ্যায় আলোচনা কৰা।

    (Discuss the four stages of the growth of International Relations.)

Answer-

5. ‘ৰাজনীতি’ বুলিলে কি বুজা-বাখ্যা কৰা।

    (What do you understand by the term ‘Politics’- Explain)

Answer-

6. আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতি মানে কি ? বাখ্যা কৰা।

    (What is meant by International Politics-Explain)

Answer-

7. সমসাময়িক আন্তৰ্জাতিক সম্পৰ্কৰ চাৰিটা প্ৰবাহ উল্লেখ কৰা।

    (Mention four emerging trends in contemporary)

Answer-

8. আন্ত:ৰ্জাতিক ৰাজনীতিত উদাৰ দৃষ্টিভংগীৰ মৌলিক পূৰ্বানুমানবিলাক আলোচনা কৰা।

    (Explain the basic assumptions of liberal Approach of International Politics.)

Answer-

9. আন্তজাৰ্তিক ৰাজনীতিত বাস্তৱবাদী দৃষ্টিভংগীৰ মূল ধাৰণাবোৰ উল্লেখ কৰা।

    (Explain the basic assumptions of Realist approach of International politics)

Answer-

10. মৰগেনথোৰ ৰাজনৈতিক বাস্তৱবাদৰ চাৰিটা নীতি উল্লেখ কৰা।

    (Explain four principles of Morgenthau’s political Realism.)

Answer-

11. নৱ্য উদাৰতাবাদৰ বিষয়ে এক চমু টোকা লিখা।

    (Write a short note on Neo-Idealism.)

Answer-

12.  নৱ্য উদাৰতাবাদৰ বিষয়ে এটা টোকা যুগুত কৰা।

    (Write a short note on Neo-Realism.)

Answer-

13. আদৰ্শবাদৰ বা উদাৰতাবাদৰ চাৰিটা বৈশিষ্ট ব্যাখায কৰা।

    (Explain four features of Idealism or Liberalism.)

Answer-

14. আদৰ্শবাদৰ চাৰিটা সীমাবদ্ধতা ব্যাখ্যা কৰা।

    (Explain four limitations of Idolism(liberalism)

Answer-

15. সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভংগীৰ সীমাবদ্ধতাসমূহ ব্যাখ্যা কৰা।

    (Discuss the limitations of the Decision Making Approach.)

Answer-

16. আন্তৰ্জাতিক ৰাজনীতি অধ্যয়নৰ এক তত্ত্ব হিচাপে আদৰ্শবাদৰ মূল্যায়ন কৰা।

    (Make an assessment on Idealism as a Theory of International Politics.)

Answer-

C. Essay Type Questions (10/12 mark for each)

1. আন্তৰ্জাতিক সম্পৰ্কৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ সম্বন্ধে আলোচনা কৰা।

    (Discuss the meaning, nature and scope of International Relations.)

Answer-

2. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ বিকাশৰ বিভিন্ন পৰ্যায়বিলাক আলোচনা কৰা।

    (Critically examine the different stages of the development of International Relations?)

Answer-

3. এক স্বতন্ত্ৰ বিষয় হিচাপে আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ বিকাশ সম্বন্ধে আলোচনা কৰা।

    (Discuss the development of International Relations as an autonomous discipline?)

Answer-

4. শীতল যুদ্ধৰ সময়ছোৱাক কিয় দীৰ্ঘকালীন ‘শান্তিৰ সময়’ বুলি অভিহিত কৰা হয়? আলোচনা কৰা।

    (Who cold War period is regarded as a period of ‘Long peace’? Discuss)

Answer-

5. আন্ত:ৰাষ্ট্ৰীয় ব্যৱস্থাৰ অভ্যুত্থান সম্বন্ধে আলোচনা কৰা।

    (Discuss about the emergence of International State System.

Answer-

6. পৰস্পৰাগত জাতি ৰাষ্টকেন্দ্ৰিক আন্ত:ৰাষ্ট্ৰীয় ব্যৱস্থাৰ অৱসান ঘটনাৰ অন্তৰালৰ কাৰকসমূহ আলোচনা কৰা।

    (Examine the factors acting as a source of set back for the Traditional ?Nation-State centric International System.)

Answer-

7. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ বাস্তাৱবাদী দৃষ্টিভংগীত আলোচনা কৰা।

    (Discuss the Realist Approach to International Relations.)

Answer-

8. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ উদাৰনৈতিক দৃষ্টিভংগীটো বৰ্ণনা কৰা।

    (Discuss the liberal Approach to International Relations.)

Answer-

9. মৰগেনথোৰ বাস্তৱবাদী দৃষ্টিভংগীটো বৰ্ণনা কৰা।

    (Explain Morgenthau’s Realist Approach.)

Answer-

10. আন্তৰ্জাতিক ৰাজনীতিত নৱ্য বাস্তৱবাদৰ বিষয়ে বৰ্ণনা কৰা।

   (Briefly Discuss about Neo-Realism in International Politics).

Answer-

11. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ নাৰীবাদী প্ৰেক্ষাপটৰ মৌলিক বৈশিষ্টবোৰ আলোচনা কৰা।

    Examine the basic features of Feminist Perspective to the study of International Relations.

Answer-

12. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কৰ নাৰীবাদী প্ৰেক্ষাপট সম্পৰ্কে টিকনাৰৰ অভিমত সমালোচনাত্মকভাৱে ব্যাখ্যা কৰা।

    Critically discuss about the Feminist perspective in International Relation as explained by Tickner.

Answer-

13. জটিল অন্ত:নিৰ্ভৰশীলতা উদাৰতাবাদ সম্পৰ্কে এটি টোকা লিখা।

    Write a note on complex Interdependence Liberalism.

Answer-

14. আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কত বিশ্ব ব্যৱস্থাপক তত্ত্বৰ বিষয়ে আলোচনা কৰা।

    Critically discuss WST in International Relation. 

Answer-

 Type-Bharat Kalita