Chapter: 3
শিক্ষা আয়োগ ১৯৬৪-৬৬(Education Commission, 1964-66)
প্ৰশ্নাৱলী
(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Question of very short Answer)
১। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছি?(
Who was the President go Education Commission of 1964-66?)
Answer:
২। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগত কিমানটা কাৰ্য্যদল আৰু কাৰ্য্য সমিতি আছিল?
(How many task force and working group are there in the Education Commission of 1964-66?)
Answer:
৩। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে আগবঢ়াৱা শিক্ষাৰ গাঁঠনিটো উল্লেখ কৰা।
(Mention the education structure according to the Education Commission of 1964-66.)
Answer:
৪। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগখন ভাৰতৰ কিমাল সংখ্যক শিক্ষা আয়োগ?
(What is the edition of the? Education Commission of 1964-66 in India?)
Answer:
৫। ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগখন জনপ্ৰিয় ভাবে কি নামেৰে জনা যায়?
(What is the popular name of Indian Education Commission of 1964-66?)
Answer:
৬। ভাৰতীয় শিক্ষা আয়োগখনে কিমান চনত ইয়াৰ প্ৰতিবেদন প্ৰস্তত কৰি তুলিছিল?
(In Which year did the education commission submit its report?)
Answer:
৭। ভাৰতীয় শিক্ষা আয়োগখনৰ সদস্য সংখ্যা কিমান আছিল?
(How many person ewer there in Indian Education Commission?)
Answer:
(II) চমু উত্তৰৰ প্ৰশ্ন ( Questions of Short Answer)
১। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ নিযুক্তিৰ প্ৰধান কাৰণসমূহ কি আছিল?
(What were the reasons of appointment the Education Commission of 1964-66?)
Answer:
২। শিক্ষাত আধুনিকীৰণ বুলিলে কি বুজা?
(What is modernization?)
Answer:
৩। ভাৰতীয় শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ মতে উৎপাদনমুখিতাৰ ধাৰণা লিখা।
(Write the concept of Productivity according to Indian Education Commission (1964-66)। )
Answer:
৪। সামাজিক আৰু জাতীয় সংহতি কি?
(What is social and national integration?)
Answer:
৫। কৰ্ম-অভিজ্ঞতাৰ ধাৰণা দিয়া।
(Write the concept of work experience.)
Answer:
৬। ভাৰতীয় শিক্ষাত ধৰ্মনিৰপেক্ষতাৰ নীতি সম্বন্ধে শিক্ষা আয়োগখনৰ মতামত লিখা।
(Write the secularism in education according to Education Commission?)
Answer:
৭। বিজ্ঞানভিত্তিক শিক্ষাৰ বিষয়ে লিখা।
(Write about the concept of science based education.)
Answer:
৮।সাধাৰণ বিদ্যালয় কাক বোলে?
(What is common school?)
Answer:
৯। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ তিনিটা সবলতা লিখা।
(Write about the merits of Education Commission (1964-66).)
Answer:
১০। শিক্ষা আয়োগখনৰ দুৰ্বলতা তিনিটা লিখা।
(Mention three demerits of Education Commission (1964-66).)
Answer:
১১। শিক্ষা বৃত্তিমুখীকৰণ সম্পৰ্কে শিক্ষা আয়োগে কি মতামত দিছে?
(What was the view of Education Commission regarding Vocationization of education.)
Answer:
(III) দীঘল প্ৰশ্ন ( Long Question)
১। ১৯৬৬-৬৬ চনৰ শিক্ষা আয়োগখনৰ উদ্দেশ্যসমূহ কি আছিল? এই আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাথঁনি সম্পৰ্কে লিখা।
(What were objectives of Education Commission of 1964-66? Wtite the pattern of education according to commission.)
Answer:
২। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনে শিক্ষাৰ লক্ষ্য সম্বন্ধে কি হৈছিল? এই লক্ষ্য সমূহ কিমান দূৰ সফল হৈছিল?
(What were the aims of education suggested by Education Commission of 1964-66. How far these had been fulfilled?)
Answer:
৩। শিক্ষা আৰু ৰাষ্ট্ৰীয় উৎপাদনৰ ক্ষেত্ৰত শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ পৰামৰ্শসমূহ কি কি আছিল?
(What were the recommendations of Education Commission (1964-66) regarding Education and National P:roductivity?)
Answer:
৪। ১০+২+৩ শিক্ষা সংগঠনৰ বিষয়ে আলোচনা কৰা।
(Discuss about the educational structure of 10+2+3.)
Answer:
Type: Dikha Bora