নাগৰিক আৰু প্ৰশাসন [Citizen and Administration] Chapter 4 Suggestion | B.A 4th Semester Political Science Solution | B.A 4th Semester Political Science Question and Answer | B.A 4th Semester Political Science Question and Answer Assamese Medium | B.A 4th Semester Political Science Free Question and Answer Noets | নাগৰিক আৰু প্ৰশাসন [Citizen and Administration] পাঠটো প্ৰশ্ন আৰু উত্তৰ | লোক প্ৰশাসন | ড° কৃপেশ চন্দ্ৰ পাল, অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক আৰু ড° জয়ন্ত কৃষ্ণ শৰ্মা

নাগৰিক আৰু প্ৰশাসন 

[Citizen and Administration]

প্ৰশ্নাৱলী 

A. Objective Type Questions: 

1. Define Accountability 

দায়বদ্ধতাৰ সংজ্ঞা দিয়া  

উত্তৰঃ

2. Whether accountability indicates right to information? 

দায়বদ্ধতাৰ তথ্য লাভৰ অধিকাৰকো সূচায়নে? 

উত্তৰঃ

3. Whether’ accountability is an essential prerequisite of good – governance ” ? [GU . 2014 ( Gen.)] 

‘দায়বদ্ধতা – সুপ্রশাসনৰ এটি অতি প্রয়ােজনীয় পূর্বচত হয়নে? 

উত্তৰঃ

4. In which year was the Right to Information Act adopted by the Government of Assam ? 

(অসম চৰকাৰে কোন চনত তথ্য জনাৰ অধিকাৰ আইন গ্ৰহণ কৰিছিল?) [GU. 2017 (M)] 

উত্তৰঃ

5. What is downsizing of government ?

চৰকাৰৰ সংকোচন মানে কি? 

উত্তৰঃ

6. Write one remedial measure of corruption in India Administration. [ GU. 2014 (M)] 

উত্তৰঃ

7. Write one difference between Development Administration and Non – Development Administration . [G.U. 2014 (M)] 

উত্তৰঃ

8. In which State of India , Lokayukta was first established? 

(ভাৰতৰ কোনখন ৰাজ্যত লােকায়ুক্ত প্ৰথমবাৰৰ বাবে স্থাপিত হৈছিল?) [GU . 2016 (Gen.)] 

উত্তৰঃ

9. Who is the first Lokayukta of Assam . [G.U.2018 (M)] 

অসমৰ প্ৰথমগৰাকী লােকায়ুক্ত কোন? 

উত্তৰঃ

10. In Which year the RTI act was enacted in India ? 

(ভাৰতবৰ্ষত কোন চনত আৰ . টি . আই আইন গৃহীত কৰা হৈছিল?)

উত্তৰঃ


11. Mention one mean of judicial control over public administration . 

(লােকপ্রশাসনৰ পৰত ন্যায়পালিকা নিয়ন্ত্ৰণৰ এটা আহিলা উল্লেখ কৰা।) [G.U. 2018 (M)] 

উত্তৰঃ

12. Write one feature of the Right to Information Act , 2005 . 

( তথ্য জনাৰ অধিকাৰ আইন , ২০০৫ ৰ এটা বৈশিষ্ট্য লিখা । ) [GU . 2016 ( Gen .) ] 

উত্তৰঃ

13. In democracy there should be effective control upon executive was said by – White / Willoughby / Pfiffner . [ D.U. 2005 ) 

গণতান্ত্রিক দেশত কাৰ্যপালিকাৰ ওপৰত প্ৰকৃত নিয়ন্ত্রণ থকা উচিত । এই কথাষাৰ কৈছিল — হােৱাইটে । উইলবীয়ে । পিফনাৰে । 

উত্তৰঃ

14. ” Anybody who has ever worked in a Civil Service Department would agree with one that if this is some major thing which leads civil servant to be careful …… it is the fear of parliamentary question . ” This was said by – Gaitskell / Lowell / Morrison .  

‘অসামৰিক সেৱাৰ লােক হিচাবে চাকৰি কৰা যিকোনাে ব্যক্তিয়ে নিশ্চয় মােৰ লগত একমত হ’ব যে সংসদত উত্থাপন কৰা প্রশ্নবাণেহে তেওঁলােকক সাৱধান হ’বলৈ বাধ্য কৰে ” । এই কথাষাৰ কৈছিল গেইটস্কিলে / লােৱেলে / মৰিছনে। 

উত্তৰঃ

15. ” The extreme control of the Judiciary makes the administration very careful . ” This was said by White / Lowell / Morrison. 

“ ন্যায়পালিকাৰ চৰম নিয়ন্ত্রণে প্রশাসন অধিক সচেতন কৰি তােলে। ” এই কথাষাৰ কৈছে — হােৱাইটে / লােৱেলে / মৰিছনে।

উত্তৰঃ

16. The Government of India passed the RTI Act in the year 2003 / 2004 / 2005 . [G.U . 2014 (M.)] 

উত্তৰঃ

17. The Administrative Reforms Commission was set up on 5th Jan / 1966 under the chairmanship of Nehru / Desai / Kamath . [G.U. 2004 (M), 2014 (Gen.)]

উত্তৰঃ

18. The first Lokpal Bill was introduced in the Parliament in 

( সংসদত প্রথম লােকপাল বিধেয়ক কোন চনত উত্থাপন কৰিছিল ? ) [G.U 2017 (M)]

(i) 1971 (১৯৭১) (ii) 1967 ( ১৯৬৭ ) [ G.U. 2017 (M)] (iii) 1968 (১৯৬৮) 

১৯৬৬ চনৰ জানুৱাৰী মাহৰ ৫ তাৰিখে গঠন কৰা প্ৰশাসনীয় সংস্কাৰ আয়ােগৰ সভাপতি আছিল — নেহৰু / দেশাই / কামাথ । 

উত্তৰঃ

19. The Indian Civil Service was replaced by Indian Administrative Service as per the recommendations of Appleby / ARC / Bajpai Reports .[D.U. 2006 (M)] 

ভাৰতীয় অসামৰিক সেৱাক ভাৰতীয় প্রশাসনীয় সেৱালৈ পৰিৱৰ্তিত কৰা হৈছিল এপ্লিবাইৰ পৰামর্শ মতে / প্রশাসনীয় সংস্কাৰ আয়ােগৰ পৰামর্শ মতে / বাজপেয়ী আয়ােগৰ পৰামর্শ মতে। 

উত্তৰঃ

20. The Report on Public Administration ( Gorwalla ) was submitted in — 1947 / 1951 / 1961 . [ D.U. 2004 ( M )] 

লােক প্রশাসনৰ বিষয়ে গৰৱালা কমিটিয়ে প্রতিবেদন দাখিল কৰিছিল —১৯৪৭ / ১৯৫১ / ১৯৬১ চনত। 

উত্তৰঃ

21. The Socond Administrative Reforms Commission was constituted in India in 2001/2005/2010/2011 . ভাৰতবৰ্ষত দ্বিতীয় প্রশাসনীয় সংস্কাৰ আয়ােগ গঠন কৰা হৈছিল —২০০১ / ২০০৫ / ২০১০ / ২০১১ । 

উত্তৰঃ


22. In 2005 , is Appointed as the Chairman of Second Administrative Reforms Commission – Veerappa Moily / Morarji Desai / Meghnad Desai / Amartya Sen. ২০০৫ চনত, দ্বিতীয় প্রশাসনীয় সংস্কাৰ আয়ােগৰ অধ্যক্ষ হিচাবে নিযুক্ত হৈছিল বীৰাপ্পা মৈলী / মােৰাৰজী দেশাই / মেঘনাদ দেশাই / অমর্ত্য সেন। 

উত্তৰঃ

23. The institution of ombudsman was first introduced in Sweden in the year ( চুইডেনে লােকপাল প্রতিষ্ঠানটো প্রথম অনুষ্ঠিত হৈছিল কোন চনত ? ) [ GU . 2018 (M)] 

( i ) 1808 ( ii ) 1809 ( iii ) 1810 ( Choose the correct one ) 

B. Short Answer type Questions : 

1. ( a ) Organisational accountability ( সাংগঠনিক দায়বদ্ধতা ) 

উত্তৰঃ 

(b) Political accountability (ৰাজনৈতিক দায়বদ্ধতা) [G.U. 2018 (M)] 

উত্তৰঃ

(c) Changing perspectives of accountability (দায়বদ্ধতাৰ পৰিৱৰ্তিত স্বৰূপ) 

উত্তৰঃ

(d) Accountability and disinvestment (দায়বদ্ধতা আৰু নির্বিনিয়ােগ) 

উত্তৰঃ

(e) Habeas corpus (বন্দী উপস্থাপন) 

উত্তৰঃ

(f) Lokayukta in Assam (অসমত লােকায়ুক্ত) 

উত্তৰঃ

(g) Necessarity of Lokayukta on State (ৰাজ্যত লােকায়ুক্তৰ প্ৰয়ােজনীয়তা) 

উত্তৰঃ

(h) Lokpal in Indian ( ভাৰতবৰ্ষত লােকপাল ) [GU. 2014 (Gen .) 

উত্তৰঃ

(i) Write a note on the RTI Act, 2005. 

( RTI আইন , ২০০৫ ৰ ওপৰত এটি টোকা লিখা ।) [ GU . 2014 ( Gen.)] 

উত্তৰঃ

(j) RTI Act and good governance (তথ্য জনাৰ অধিকাৰ আইন আৰু সুপ্রশাসন) 

উত্তৰঃ

(k) RTL Act 2005 and people’s participate (তথ্য জনাৰ অধিকাৰ আইন ২০০৫ আৰু জনসাধাৰণৰ যােগদান) 

উত্তৰঃ

(l) Transparency for Administration and RTI Act , 2005 ( প্রশাসনত স্বচ্ছতা আৰু আৰ . টি . আই আইন , ২০০৫ 

উত্তৰঃ

(m) Lokpal and Lokayukta . ( লােকপাল আৰু লােকায়ুক্ত । )

উত্তৰঃ

2. How far Judicial Control over Public Administration is effective ? ( D.U. 2005 (Major) , D.U. 2006 ) লােক প্রশাসনৰ ওপৰত ন্যায়পালিকাৰ নিয়ন্ত্রণ কিমানদূৰ কাৰ্যকৰী ? 

উত্তৰঃ


3. Write note on effectiveness of Executive Control upon Public Administration .[ D.U. 2005]লােক প্রশাসনৰ ওপৰত কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ বিষয়ে টোকা লিখা ।

উত্তৰঃ

4. Main features of Lokpal Bill , 2011. ( লােকপাল বিল , ২০১১ ৰ মূল বৈশিষ্ট্যসমূহ । ) [ GU . 2018 ( M)] 

উত্তৰঃ

5. Mention four devices by which the legislature can exercise control over administration .

প্রশাসনৰ ওপৰত বিধানমণ্ডলে নিয়ন্ত্রণ চলােৱাৰ চাৰিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ

6. Why legislative control is not effective ? Write four reasons . বিধায়িনী নিয়ন্ত্রণ কিয় কার্যকৰী নহয় ? চাৰিটা যুক্তি দিয়া । 

উত্তৰঃ

7. Discuss the parliamentary control over Public Administration. [G.U. 2014 ( Gen.)

লােক প্রশাসনৰ ওপৰত সংসদীয় নিয়ন্ত্ৰণৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

8. Mention four devices by which the legislature can exercise control over administration in Presidential System . ( ৰাষ্ট্রপতীয় পদ্ধতিৰ চৰকাৰৰ ওপৰত বিধায়িনী নিয়ন্ত্রণ চলােৱাৰ চাৰিটা উপায় উল্লেখ কৰা । ) 

উত্তৰঃ

9. Explain four means by which the Executive can Exercise control over Administration. প্রশাসনৰ ওপৰত কাৰ্যপালিকাই নিয়ন্ত্রণ চলােৱা চাৰিটা উপায় ব্যাখ্যা কৰা। 

উত্তৰঃ

10. Write four means by which Judiciary can exercise control over Administration . [ G.U . 2009 ( Major ) ] প্রশাসনৰ ওপৰত ন্যায়পালিকাই নিয়ন্ত্রণ চলােৱাৰ চাৰিটা উপায় লিখা । 

উত্তৰঃ

11. Evaluate the Judicial Control over administration . [ G.U. 2009 ( Major ) ] 

প্রশাসনৰ ওপৰত ন্যায়পালিকাৰ নিয়ন্ত্ৰণৰ মূল্যায়ন কৰা । 

উত্তৰঃ


12. Discuss the modes of People’s Participation in Administration .

জনসাধাৰণৰ প্ৰশাসনত অংশগ্ৰহণৰ পর্যায়সমূহ আলােচনা কৰা । 

উত্তৰঃ

13. Discuss the importance of People’s Participation in Administration .

জনসাধাৰণৰ প্ৰশাসনত অংশগ্ৰহণৰ গুৰুত্ব আলােচনা কৰা । 

উত্তৰঃ

14. “People’s Participation Implies Citizens’ control over Administration’ . Do you agree with the statement ? Give reasons . 

‘জনসাধাৰণৰ যােগদানে প্রশাসনত নাগৰিকৰ নিয়ন্ত্রণক সূচায়’ — এই উদ্ধৃতিটো সমর্থন কৰানে ? যুক্তি দিয়া । 

উত্তৰঃ

15. Mention four basic recommendations of Appleby ARC . Q. 1935 . [ D.U. 2006 ( M ) ] 

এপ্লিবাই আয়ােগৰ চাৰিটা প্রধান পৰামর্শ উল্লেখ কৰা । 

উত্তৰঃ

16. What according to Gorwala Commission causes delay in Administration ? Mention four causes. গৰৱালা আয়ােগৰ মতে প্রশাসনৰ মন্থৰ গতিৰ কাৰণ কি? চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

17. Write four suggestions of the Gorwala Commission for removal of inefficiency and delay . 

প্রশাসনৰ অদক্ষতা আৰু মন্থৰতা আঁতৰ কৰাৰ উদ্দেশ্যে গৰৱালা আয়ােগৰ চাৰিটা পৰামর্শ লিখা । 

উত্তৰঃ

18. Mention four recommendations of the ARC regarding Personnel Administration . বিষয় প্রশাসনৰ বিষয়ে ARC- এ দিয়া চাৰিটা পৰামর্শ উল্লেখ কৰা । 

উত্তৰঃ

19. Write four recommendations of the ARC regarding Public Sector Undertakings . | চৰকাৰী উদ্যোগৰ বিষয়ে আগবঢ়োৱা ARC- ৰ চাৰিটা পৰামর্শ লিখা । 

উত্তৰঃ

20. Mention four recommendations of the ARC regarding State Administration . ৰাজ্যিক প্রশাসনৰ বিষয়ে ARC- এ দিয়া চাৰিটা পৰামর্শ উল্লেখ কৰা । 

উত্তৰঃ

21. Write four recommendations of the ARC regarding District Administration . . জিলা প্রশাসনৰ বিষয়ে ARC- এ আগবঢ়োৱা চাৰিটা পৰামর্শ লিখা । 

উত্তৰঃ

C. Essay type Questions : 

1. Discuss the concept , nature and Scope of Accountability . 

দায়বদ্ধতাৰ ধাৰণা , প্রকৃতি আৰু পৰিসৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ


2. Discuss different types of accountability . ( দায়বদ্ধতাৰ বিভিন্ন প্ৰকাৰসমূহ আলােচনা কৰা । )

উত্তৰঃ

3. Explain the tools of accountability . ( দায়বদ্ধতাৰ আহিলাসমূহ বর্ণনা কৰা । 

উত্তৰঃ

4. Discuss the relationship between accountability and good – governance . 

দায়বদ্ধতা আৰু সুপ্রশাসনৰ মাজৰ সম্পর্ক আলােচনা কৰা । 

উত্তৰঃ

5. What is RTI ? Discuss the importance of RTI in redressal of public grievances . ( GU.2014 , 2018 ( M ) ] 

উত্তৰঃ

6. Discuss the importance and jurisdiction of Lokayukta in the states , ৰাজ্যসমূহৰ লােকায়ুক্তৰ গুৰুত্ব আৰু অধিকাৰক্ষেত্র সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ

7. Discuss the need and importance of Lokpal or Rastriya Lokayukta as an institution to redress the grievances of the people . ( জনসাধাৰণৰ অভিযােগ নিৰাময়কাৰী অনুষ্ঠান হিচাবে লােকপাল বা ৰাষ্ট্ৰীয় লােকায়ুক্তৰ প্রয়ােজনীয়তা আৰু গুৰুত্ব সম্পর্কে আলােচনা কৰা । ) 

উত্তৰঃ

8. Explain the provisions of the RT1 Act , 20 ( ) 5 . ( আৰ , টি . আই আইন ২০০৫ – ৰ ব্যৱস্থাৱলীসমূহ বর্ণনা কৰা । ) 

উত্তৰঃ

9. What are the different forms of control over administration ? Evaluate the various means of executive control over public administration . [ G.U. 2014 ( M . ) ] 

উত্তৰঃ

10. Discuss the various means of Parliamentary Control over Public Administration . লােক প্রশাসনৰ ওপৰত সংসদৰ নিয়ন্ত্ৰণৰ বিভিন্ন দিশৰ বিষয়ে আলােচনা কৰা । [ D.U. 1985 , 1996 ( Major ) ] 

উত্তৰঃ

11. Discuss the nature of Administrative Control of Legislature over Executive . [ D.U. 1988 ) কার্যপালিকাৰ ওপৰত বিধানমণ্ডলৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

12. Discuss the Parliamentary Control over Public Administration . [ D.U. 1980 , 1996 ] লােক প্রশাসনৰ ওপৰত বিধানমণ্ডলৰ নিয়ন্ত্ৰণৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

13. Discuss the importance of Parliamentary Control over Public Administration . How is it exercised ? লােক প্রশাসনৰ ওপৰত বিধানমণ্ডলৰ গুৰুত্ব আলােচনা কৰা । এই নিয়ন্ত্রণ কেনেকৈ চলােৱা হয় ? [ D.U. 1986 ; G.U. 2006 ] 

উত্তৰঃ

14. What are the different forms of Control ? Explain the significance of one of them . [ D.U. 1987 ] বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্রণ কি কি ? ইয়াৰ ভিতৰত এবিধ নিয়ন্ত্ৰণৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ

15. What is the need of executive control over public administration in a parliamentary form of government ? Discuss critically the various means of executive control over public administration . ( সংসদীয় পদ্ধতিৰ চৰকাৰ এখনত লােকপ্রশাসনৰ ওপৰত কাৰ্যপালিকা নিয়ন্ত্ৰণৰ কি প্রয়ােজন ? লােকপ্রশাসনৰ ওপৰত কাৰ্যপালিকা নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহৰ সমালােচনামূলক আলােচনা কৰা । ) [ GU . 2018 ( M ) ] 

উত্তৰঃ

16. Discuss the various means of Executive Control over Public Administration . লােক প্রশাসনৰ ওপৰত কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ বিষয়ে আলােচনা কৰা । [ GU . 2009 , 2018 ( M ) ] 

উত্তৰঃ

17. Evaluate the Executive Control over Public Administration . লােক প্রশাসনৰ ওপৰত কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ মূল্যায়ন কৰা । [ D.U. 1996 , 2009 ( Gen. ) . GU . 2006 , 2008 ( M. ) ] 

উত্তৰঃ

18. Evaluate the Legislative Control over Public Administration . লােক প্রশাসনৰ ওপৰত বিধানমণ্ডলৰ নিয়ন্ত্ৰণৰ মূল্যায়ন কৰা । [ D.U. 2009 ( Gen. ) ] 

উত্তৰঃ

19. Explain the grounds on which the Judiciary can exercise Control over Public Administration . কি কি কাৰণত ন্যায়পালিকাই লােক প্রশাসনৰ ওপৰত নিয়ন্ত্রণ চলাব পাৰে ব্যাখ্যা কৰা । 

উত্তৰঃ

20. Evaluate the Judicial Control over Public Administration . লােক প্রশাসনৰ ওপৰত ন্যায়পালিকাৰ নিয়ন্ত্ৰণৰ মূল্যায়ন কৰা । [ GU . 2008 ( Major ) , D.U. 1997 , 2009 ( Major ) ] 

উত্তৰঃ

21. Discuss the means by which the people can exercise Control over Public Administration . কি কি উপায়ে জনসাধাৰণে লােক প্রশাসনৰ ওপৰত নিয়ন্ত্রণ চলাব পাৰে আলােচনা কৰা । 

উত্তৰঃ

22. How can Internal Control over Public Administration be exercised ? লোক প্রশাসনৰ ওপৰত কেনেকৈ আভ্যন্তৰীণ নিয়ন্ত্রণ সাব্যস্ত কৰিব পাৰি ? 

উত্তৰঃ

23. Critically examine the role of various means of legislative control over administration . প্রশাসনৰ ওপৰত বিভিন্ন প্ৰকাৰৰ বিধায়িনী নিয়ন্ত্ৰণৰ ভূমিকা সম্বন্ধে সমালােচনাত্মক মূল্যায়ন আগবঢ়োৱা । [ GU . 2017 ( M ) ]

উত্তৰঃ

24. Examine the legislative devices of control over administration . 

প্রশাসনৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে বিধায়নী ব্যৱস্থাসমূহ পৰীক্ষা কৰা । [ G.U. 2009 ( Gen. ) ]  

উত্তৰঃ

25. Discuss the means and limitations of Legislative Control over Public Administration . [ D.U. 1996 ; G.U. 2005 ( Major ) ]  

লােক প্রশাসনৰ ওপৰত বিধায়িনী নিয়ন্ত্ৰণৰ উপায় আৰু সীমাবদ্ধতা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ

26. Discuss the importance of Executive control over administration . How is it exercised ?

[ D.U. 2008 ( M. ) ] 

উত্তৰঃ

27. Write short notes on : 

( a ) Effectiveness of the Parliamentary Control upon Public Administration . [D.U. 1997 ( Major ) ]

লােক প্রশাসনৰ ওপৰত সংসদীয় নিয়ন্ত্রণ কার্যকাৰিতা । 

উত্তৰঃ

28. Discuss the Recommendations of the Gorwalla Commission . 

গৰৱালা আয়ােগৰ প্রতিবেদনৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ

29. What were the suggestions made by the Gorwalla Commission for the removal of inefficiency and delay in Indian Administration ? 

ভাৰতীয় প্রশাসনীয় ব্যৱস্থাত দেখা দিয়া অদক্ষতা আৰু মন্থৰতা আঁতৰ কৰাৰ উদ্দেশ্যে গৰৱালা আয়ােগে কি কি পৰামর্শ আগবঢ়াইছিল ? 

উত্তৰঃ

30. What is Lokpal ? Describe the composition and functions of Lokpal . ( লােকপাল কি ? লােকপালৰ গঠন আৰু কার্যাবলী বর্ণনা কৰা । ) [ GU . 2017 ( M ) ] 

উত্তৰঃ

31. What do you mean by ‘ Lokpal ‘ ? Do you think that introduction of Lokpal institution would be able to eradicate administrative corruption in India ? Discuss . 

উত্তৰঃ

32. Discuss the recommendations of the Appleby Commission . [GU. 2014 (M.)] . 

এপ্লিবাই আয়ােগৰ পৰামৰ্শ আলােচনা কৰা । 

উত্তৰঃ

33. What were the suggestions made by the Appleby Commission to increase efficiency in Administration . 

প্রশাসনৰ দক্ষতা বৃদ্ধিৰ কাৰণে এপ্লিবাই আয়ােগে কি কি পৰামৰ্শ আগবঢ়াইছিল ? 

উত্তৰঃ


34. Discuss the recommendations of the Administrative Reform Commission . 

প্রশাসনীয় সংস্কাৰ আয়ােগৰ পৰামর্শসমূহ আলােচনা কৰা ।

উত্তৰঃ

35. What do you mean by control over public administration ? Discuss various means of the Legislative control over public administration . [ GU . 2014 ( M . ) ] 

উত্তৰঃ

36. What is Lokayukta ? Explain its powers and functions . লােকায়ুক্ত কি ? ইয়াৰ ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰা । [ G.U. 2016 ( Gen. ) 

উত্তৰঃ

37. Evaluate the provision made in the Lokpal Bill . 

লােকপাল বিধেয়কৰ ধাৰাসমূহৰ মূল্যায়ন কৰা । 38. Evaluate the role of the Lokayuktas . লােকায়ুক্তৰ ভূমিকাৰ মূল্যায়ন কৰা । 

উত্তৰঃ

39. Discuss the various Administrative Reform Commissions constituteds since Independence of India . . স্বাধীনতাৰ পিছৰ পৰা নিয়ােগ হােৱা ভাৰতবৰ্ষৰ প্ৰশাসনীয় সংস্কাৰ আয়ােগসমূহ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ

40. Discuss the benifits and problem of People’s Participation in Development Administration . 

বিকাশ প্রশাসনত জনসাধাৰণৰ যােগদানৰ উপকাৰিতা আৰু সমস্যাসমূহ আলােচনা কৰা । 

উত্তৰঃ

41. Examine the challanges of People’s Participation in Administration . 

প্রশাসনত জনসাধাৰণৰ যােগদানৰ প্ৰত্যাহ্বানসমূহ বিশ্লেষণ কৰা । 

উত্তৰঃ

42. Discuss the main features of the Lokpal Bill , 2011 . 

২০১১ চনৰ লােকপাল বিধেয়কৰ মূল বৈশিষ্ট্যসমূহ আলােচনা কৰা ।উত্তৰঃ