ৰাষ্ট্ৰ-সংঘৰ যিকোনো পাঁচটা অংগৰ নাম লিখা?

উত্তৰঃ ৰাষ্ট্ৰ-সংঘৰ পাঁচটা অংগ হ’ল – (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্যায়ালয়।