স্বাধীনতাৰ পৰৱৰ্তী সময়ত মাধ্যমিক শিক্ষাৰ বিকাশ (Development Of Secondary Education In The Post Independent Period) | Chapter 2 | Gauhati University B.A 3rd Semester Education Question and Answer Assamese Medium | TDC 3rd Sem Education Solutions Assamese Medium | GU 3rd Sem Education Honours Model Assamese Medium | স্বাধানতাৰ পৰৱৰ্তী সময়ত মাধ্যমিক শিক্ষাৰ বিকাশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter: 2 

স্বাধীনতাৰ  পৰৱৰ্তী সময়ত মাধ্যমিক  শিক্ষাৰ বিকাশ

( Development of Secondary education in the post independent period)

(I) অতি চমু উত্তৰৰ প্ৰশ্ন ( Questions of very short Answer) 

১। ডঃ তাৰা চান্দ কমিটি কোন চনত নিয়োগ কৰা হৈছিল? 

(In Which year Dr. Tara Chand Committee was appointed?)

Answer:

২। মাধ্যমিক শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল?

(In Which year the Secondary Education Commission was constituted?)

Answer:

৩। মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ ৰ সভাপতি কোন আছিল?

(Who was the Chairman of Secondary Education Commission 1952-53?)

Answer:

৪। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি?

(What is the other name of Secondary Education Commission 1952-53?)

Answer:

৫। মাধ্যমিক শিক্ষাৰ এটা সমস্যা লিখা? 

(Write a problem of Secondary Education.)

Answer:

৬। মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ এটা আসোঁৱাহ লিখা।

(Write a defect of curriculum of Secondary Education.)

Answer:

৭। মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ এটা দোষ উল্লেখ কৰা।

(Mention one demerit of textbook of Secondary Education.)

Answer:

৮। মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ এটা আসোঁৱাহ লিখা।

(Write a defect of teaching method of Secondary Education.)

Answer:

৯। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ এটা সবলতা উল্লেখ কৰা।

(Mention a merit of Secondary Education Commission 1952-53)

Answer:

১০। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ এটা দুৰ্বলতা লিখা।

(Write a demerit of Secondary Education Commission 1952-53.)

Answer:

(II) চমু  উত্তৰৰ প্ৰশ্ন ( Question of short Answer)

১। ডঃ তাৰা চান্দ কমিটিৰ পৰামৰ্শৰ বিষয়ে লিখা।

(Write about the recommendations of  Dr. Tara Chand Committee.)

Answer:

২। মাধ্যমিক শিক্ষা আয়োগৰ কাৰ্য পৰিষৰ চৰ্তাৱলীৰ বিষয়ে লিখা।

(Write about the terms and conditions of Secondary Education Commission.)

Answer:

৩। মাধ্যমিক শিক্ষাৰ লক্ষ্য- উদ্দেশ্যসমূহ কি কি? 

(What are  the aims and objectives of Secondary Education.)

Answer:

৪। মাধ্যমিক শিক্ষাৰ যিকোনো  পাঁচটা দোষ ক্ৰটি লিখা।

(Write any five demerits of Secondary Education.)

Answer:

৫। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ আসোঁৱাহ সমূহ  কি কি ? 

(What are the defects of curriculum of Secondary Education according to Secondary Education Commission 1952-53?)

Answer:

৬। মাধ্যমিক শিক্ষা আয়োগৰ মতে পাঠ্যক্ৰম প্ৰস্ততকৰণৰ মৌলিক নীতিকেইটা কি কি ? ‘

(What are the basis Principles of curriculum construction according to Secondary Education Commission 1952-53.)

Answer:

৭। মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ যিকোনো চাৰিটা বিসংগতি লিখা।

(Write any four defects of text-book of Secondary Education.)

Answer:

৮। মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ দোষ-ক্ৰটিসমূহ লিখা।

(Write the demerits of Method of Teaching of Secondary Education.)

Answer:

৯। অনুশাসনৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ লিখা।

(Write the recommendations of Secondary Education Commission regarding Discipline.)

Answer:

১০। মাধ্যমিক শিক্ষা  আয়োগৰ যিকোনো পাঁচটা সবলতা লিখা।

(Write any five merits of Secondary Education Commission 1952-53.)

Answer:

১১। মাধ্যমিক শিক্ষা আয়োগৰ যিকোনো পাঁচটা দুৰ্বলতা লিখা।

(Write any five demerits of Secondary Education Commission 1952-53.)

Answer:

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer)

১। মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিশত মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the recommendation of Mudaliar Commission regarding organisation pattern of Secondary Education.)

Answer:

২। মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ সাংগঠনিক দিশ সম্বন্ধে মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা।

(Discuss the recommendation’s of Secondary Education Commission about organisation of Secondary Curriculum.)

Answer:

৩। মাধ্যমিক স্তৰৰ শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা।

(Discuss the recommendations of Secondary Education Commission about method of teaching in Secondary stage.)

Answer:

৪। শিক্ষাৰ্থীৰ শাৰীৰিক কল্যানৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা।

(Discuss the recommendations of Secondary Education Commission about Physical Welfare of students.)

Answer:

৫। মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক স্তৰৰ পাঠ্যপুথি প্ৰস্ততিৰ আসোঁৱাসহসমূহ কি কি ? ইয়াৰ সমাধানৰ বাবে আয়োগে কি কি পৰামৰ্শ আগবঢ়াইছিল?

(What are the defects of text-book preparation in Secondary stage according problems as prescribed by the commission.)

Answer:

৬। মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক স্তৰৰ পৰীক্ষা পদ্ধতি আৰু মূল্যায়নত থকা সমস্যাসমূহ কি কি ? ইয়াৰ সমাধানৰ বাবে আয়োগে কি পৰামৰ্য  আগবঢ়াইছিল।

(What are the problems of examination system and evaluation of Secondary stage according to Secondary Education Commission?  What were the recommendations that puts forwarded by Secondary Education commission to solve these problems?)

Answer:

৭। মাধ্যমিক শিক্ষা আয়োগৰ সবলতাসমূহ আলোচনা কৰা।

(Discuss the merits of Secondary Education Commission.)

Answer:

৮। মাধ্যমিক শিক্ষা  আয়োগৰ  দুৰ্বলতাসমূহ আলোচনা কতৰা।

(Discuss the demerits of Secondary Education Commission.)

Answer:

৯। নিম্নোক্ত বিষয়সমূহৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ লিখা।

(Write the recommendations of Secondary   Education Commission regarding the following.)

(i) নৈতিক আৰু ধৰ্মীয় শিক্ষা

(Moral and religious education.)

Answer:

(ii) নিৰ্দেশনাদান আৰু পৰামৰ্শদান

(Guidance and counselling.)

Answer:

(iii)  পৰ্যবেক্ষণ (Supervision)

Answer:

(iv) বিত্তীয় (Finance)

Answer:

(v) বিদ্যালয় গৃহ আৰু সা-সঁজুলি (School building and equipment)

Answer: 

(vi) প্ৰশাসন (Administration)

Answer:

(vii) শিক্ষক কৰ্মীৰ উন্নতি আৰু শিক্ষকৰ প্ৰশিক্ষণ

(Improvement of Teaching personnel and teacher training.)

Answer:

Type: Dikha Bora