প্ৰৱেশন, প্ৰশিক্ষণ, পদোন্নতি [Recruitment, Training & promotion] Chapter 1 Question and Answer Assamese Medium | B.A 4th Semester Political Science Solution | B.A 4th Semester Political Science Suggestion | B.A 4th Semester Political Science Question and Answer Assamese Medium | B.A 4th Semester Political Science Free Notes | প্ৰৱেশন, প্ৰশিক্ষণ, পদোন্নতি [Recruitment Training & promotion] পাঠটো প্ৰশ্ন আৰু উত্তৰ | লোক প্ৰশাসন | ড° কৃপেশ চন্দ্ৰ পাল, অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক আৰু ড° জয়ন্ত কৃষ্ণ শৰ্মা

প্ৰৱেশন, প্ৰশিক্ষণ, পদোন্নতি

 [Recruitment Training & promotion]

প্ৰশ্নাৱলী 

A. Objective type Questions :

1. By which Civil Service Act the ” spoils system was discarded in favour of the merit principle in the United States ? ( আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন অসামৰিক সেৱা আইনে ‘ গুণনীতি’ৰ সপক্ষে গৈ ‘ পদ – পুৰস্কাৰ ব্যৱস্থা’ক অগ্রাহ্য কৰিছিল ? )

 (i) 1883     (ii) 1857     (iii) 1887     [GU . 2018 (M)] 

2. “Recruitment is the cornerstone of whole public personnel structure . ” This was said by (“প্রৱেশন সমস্ত কার্যকাৰী গাঁথনিটোৰ আধাৰশিলা। ” এই কথাষাৰ কৈছিল )[GU . 2017 (M)] 

( i ) Marshall E. Dimock (মার্শাল ই . ডিমক) 

( ii ) O.G Stah (অ.জি. স্টলে) 

( iii ) 1.D. Kingsley (জে.ডি. কিংচলে) 

3. D.S.Kothari Committee on Recruitment policy and selection methods submitted its report in — 1975/1976/197.      

[D.U. 2004 , 2005 (Major)] 

প্রার্থী বাছনিৰ নীতি আৰু পদ্ধতিৰ বিষয়ে কোঠাৰী কমিটিয়ে ইয়াৰ প্রতিবেদন দাখিল কৰিছিল —১৯৭৫ / ১৯৭৬ / ১৯৭৭ চনত। 

উত্তৰঃ

4. The last stage in the process of recruitment is (প্রৱেশন প্রক্রিয়া শেষ পর্যায় হৈছে ) [GU. 2017( M)]

(i) appointment ( মকল)

(ii) orientation (উজ্জীৱন)

(iii) placement (সংস্থাপন) 

5. “Personnel Administration is the art of selecting new employees and making use of old ones in such manners that the maximum quality and quantity of output and service are obtained from the working force . ” This was said by – Nigro / Wilson / Macaulay.

“দেশসেৱাৰ লগত জড়িত কৰ্মচাৰীৰ পৰা যাতে গুণগত আৰু পৰিমাণগত সেৱা লাভ কৰিব পৰা যায়, সেই উদ্দেশ্যে নতুন কর্মচাৰী নিয়ােগ আৰু পুৰণি কর্মচাৰী ব্যৱহাৰৰ কৌশলেই হৈছে বিষয়া প্রশাসন। ” এই কথাষাৰ কৈছে — নিগ্রোৱে / উইলচনে/মেকলে। 

উত্তৰঃ

6. “Promotion means an appointment from a given position to a more difficult type of work and greater responsi bility , accompanied by change of title and usually an increase in pay”. This was said by- White/Nigro/Wilson. “ কোনাে নির্দিষ্ট এটা পদবীৰ পৰা অৰ্হতাসম্পন্ন আৰু অভিজ্ঞতাসম্পন্ন বিষয়ক অধিক কর্তৃত্ব, ক্ষমতা , দায়িত্ব দি উচ্চ পদবীত নিযুক্ত দিয়াকে প্রমােচন বােলে।” এই কথাষাৰ কৈছে — হােৱাইটে / নিগ্রোৱে / উইলচনে।

উত্তৰঃ

 B. Short Answer type Questions :

 1. Mention the four main types of personnel recruitment tests . (বিষয়া প্রৱেশন পৰীক্ষাৰ চাৰিটা মূল প্ৰকাৰ উল্লেখ কৰা।) [GU. 2018 (M) ] 

উত্তৰঃ

2 . Which Article of the Indian Constitution deals with the removal of the Chairman and the members of the Union Public Service Commission ? ( ভাৰতবৰ্ষৰ সংবিধানৰ কোন অনুচ্ছেদত কেন্দ্রীয় লােকসেৱা আয়ােগৰ অধ্যক্ষ আৰু সদস্যসকলৰ অপসাৰণৰ বিষয়ে উল্লেখ আছে ? ) [GU . 2017 (M)] 

উত্তৰঃ

3. Discuss the advantages of Merit System . (মেধা ব্যৱস্থাৰ সুবিধাবােৰ আলােচনা কৰা।) 

উত্তৰঃ

4. Mention the disadvantages of Merit System. (মেধা ব্যৱস্থাৰ আসোঁৱাহবােৰ উল্লেখ কৰা।)

উত্তৰঃ

5. Write the problems of Recruitment . (প্রার্থী বাছনিৰ সমস্যাবােৰ লিখা।) [GU . 2016 (Gen.) 

উত্তৰঃ

6. Give argurnent is favour of Direct Recruitment . (প্রত্যক্ষ প্রৱেশন পদ্ধতিৰ সপক্ষে যুক্তি দিয়া।)[ D.U. 2005]

উত্তৰঃ

7. Explain the disadvantages of Direct Recruitment. (প্রত্যক্ষ প্রৱেশন পদ্ধতিৰ আসোঁৱাহ ব্যাখ্যা কৰা।)

উত্তৰঃ

8. Write the advantages of Indirect Recruitment (পৰােক্ষ প্রৱেশন পদ্ধতিৰ সুবিধাবোৰ লিখা।)

উত্তৰঃ

9. In – service Training  [GU. 2014 (Majon)

উত্তৰঃ

10. Mention the disadvantages of Indirect Recruitment . (পৰােক্ষ প্রৱেশন পদ্ধতিৰ আসোঁৱাহবােৰ উল্লেখ কৰা।) [GU . 2016 (Gen .)

উত্তৰঃ

11. Mention merits of indirect recruitment. (পৰােক্ষ প্রৱেশনৰ গুণসমূহ উল্লেখ কৰা।) 

উত্তৰঃ

12. Write the disadvantages of Oral Test or Interview . (মৌখিক পৰীক্ষাৰ অসুবিধাবােৰ লিখা।) 

উত্তৰঃ

13. Write the aims of Training. ( প্রশিক্ষণৰ উদ্দেশ্যসমূহ লিখ।) 

উত্তৰঃ

14. Mention any four objectives of Training . ( প্রশিক্ষণৰ যিকোনাে চাৰিটা উদ্দেশ্য উল্লেখ কৰা।) [ D.U. 2009 ( Gen.)]

উত্তৰঃ

15. Mention two objectives of training . (প্রশিক্ষণৰ দুটা উদ্দেশ্য উল্লেখ কৰা।)[ GU . 2014 ( Gen.)

উত্তৰঃ

16. Why Training is secondary ? Give reasons . (প্রশিক্ষণৰ প্ৰয়ােজন কিয়? যুক্তি দিয়া ।)

উত্তৰঃ

17. Distinguish between Informal Training and Formal Training.

 অনা – আনুষ্ঠানিক প্রশিক্ষণ আৰু আনুষ্ঠানিক প্রশিক্ষণৰ প্ৰভেদ নির্ণয় কৰা । [GU . 2016 ( Gen.)

উত্তৰঃ

18. Mention the importance of Promotion . (পদোন্নতিৰ গুৰুত্ব উল্লেখ কৰা।) 

উত্তৰঃ

19. Write four merits of promotion by seniority principle . (জ্যেষ্ঠতা নীতিৰ ভিত্তিত দিয়া পদোন্নতিৰ চাৰিটা গুণ লিখা।) 

উত্তৰঃ

20. Mention the disadvantages of promotion by Seniority principle.

 জ্যেষ্ঠতা নীতিৰ ভিত্তিত দিয়া পদোন্নতিৰ আসোঁৱাহবােৰ উল্লেখ কৰা।

উত্তৰঃ

 21. Of the two principles of promotion Seniority and Merit which one do you prefer and why ? [ D.U. 2005 ( Major )

জ্যেষ্ঠতা আৰু মেধাৰ ভিত্তিত প্রমােচন কোনটোক তুমি সমর্থন কৰা আৰু কিয় সমর্থন কৰা ? 

উত্তৰঃ

C. Essay type Quesions : 

1. What are the different types of training ! Discuss the objectives and importance of training for civil servants . (প্রশিক্ষণৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ? অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে প্ৰশিক্ষণৰ উদ্দেশ্য আৰু গুৰুত্ব আলােচনা কৰা।) [GU . 2017 (M)]

উত্তৰঃ

 2 What is meant by Recruitment ? Discuss the merits and defects of Spoils System and Merit System . ( প্ৰৱেশনে কি বুজায় ? পদ পুৰস্কাৰ ব্যৱস্থা আৰু মেধা ব্যৱস্থাৰ গুণ আৰু দোষ আলােচনা কৰা।)[ D.U. 1987 ( Major )

উত্তৰঃ

 3. What are the Direct ‘ and Indirect methods of Recruitment ? Discuss the differences between the two methods of Recruitment . প্রত্যক্ষ আৰু পৰােক্ষ প্রৱেশন পদ্ধতি কাক বােলে ? দুয়াে পদ্ধতিৰ পার্থক্য আলােচনা কৰা ।[GU . 2005 ] 

উত্তৰঃ

4. What is meant by Recruitment ? Discuss the merits and defects of Direct Recruitment and Indirect Recruitment প্রৱেশনে কি বুজায় ? প্রত্যক্ষ প্রৱেশন পদ্ধতি আৰু পৰােক্ষ প্রৱেশন পদ্ধতিৰ গুণ – দোষ আলােচনা কৰা । [GU. 1997 (Gen): D.U. 1999 (M)]

উত্তৰঃ

5. Evaluate the importance of merit system as a principle of recruitment as compared to the patronage system und the spoil system . (নিয়ােগ ব্যৱস্থাত পৃষ্ঠপােষকতা পদ্ধতি আৰু বল প্রয়ােগ পদ্ধতিৰ তুলনাত মেধা পদ্ধতিৰ গুৰুত্ব মূল্যায়ন কৰা।) 

উত্তৰঃ

6. Evaluate the process of Recruitment to the Higher Civil Services in India. 

উত্তৰঃ

ভাৰতৰ অসামৰিক সেৱাৰ উচ্চ পদবীত নিয়ােগ কৰা পদ্ধতিৰ মূল্যায়ন কৰা। [G U. 1996 ( Major)]

উত্তৰঃ

7. Write two arguments in favour of merit system.[G.U. 2013 (Major)]

উত্তৰঃ

8. What is Recruitment’ ? Discuss the merits and demerits of Direct ‘ and’ Indirect method of recruitment. প্ৰৱেশন কাক বােলে ? পৰোক্ষ ‘ প্রৱেশন পদ্ধতিৰ গুণ – দোষ আলােচনা কৰা ।[GU. 2006 (M), D.U. 1995 (Germ) 2009 (M)]

উত্তৰঃ

9. What is meant by Recruitment? Discuss the merits and demerits of spoils system and Merit System. প্ৰৱেশনে কি বুজায় ? পর্ণ পুৰস্কাৰ ব্যৱস্থা আৰু মেধা ব্যৱস্থাৰ গুণ আৰু দোষসমূহ আলােচনা কৰা। [D.U. 2009{Gate}]

উত্তৰঃ

10. Seniority and merit principles of promotion .[GU. 2013(Major)]

উত্তৰঃ

11. Evaluate the process of Recruitment in India. (ভাৰতৰ প্রার্থী বাছনি প্রক্রিয়াৰ মূল্যায়ন কৰা।

উত্তৰঃ

12. What do you mean by training? Discuss the various kinds of training. [GU. 2013(Major)]

উত্তৰঃ

13. Evaluate the promotion system followed in India. ভাৰতত অনুসৰণ কৰা প্রমােচন পদ্ধতিৰ মূল্যায়ন কৰা । [GU . 2014 ( Gen.)]

উত্তৰঃ

14. What do you mean by recruitment ? Discuss the problems related to recruitment . [D.U. 1996. 2009 ( Major ) প্রৱেশন মানে কি বুজা ? প্রৱেশন পদ্ধতিৰ লগত জড়িত সমস্যাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

15 . Discuss the main requirements of a promotional administration . প্রমােচনৰ কাৰণে দৰকাৰী ব্যৱস্থা সম্পর্কে আলোচনা কৰা [GU.1995(Major)? 

উত্তৰঃ

16. Evaluate the Promotion System followed in India . (ভাৰতত অনুসৰণ কৰা প্রমােচন পদ্ধতিৰ মূল্যায়ন কৰা।) 

উত্তৰঃ

17. What is meant by training ? Discuss the objects of training . (প্রশিক্ষণে কি বুজায় ? ইয়াৰ উদ্দেশ্যসমূহ আলোচনা কৰা।)

উত্তৰঃ 

18. Evaluate the vairous kinds of training . (বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ মূল্যায়ন কৰা।) ID . U. 1996 ( Major) 

উত্তৰঃ

19. Distinguish between fornial and informal training. (আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্রশিক্ষণৰ পার্থক্য নির্ণয় কৰা।) 

উত্তৰঃ

20. Write a note on in – service training . (চাকৰিত যােগদান কৰাৰ পিছত দিয়া প্রশিক্ষণ সম্পর্কে এটা টোকা লিখা।)

উত্তৰঃ 

21. Mention two disadvantages of promotion by seniority principle . [ GU, 2014 (Gen.) ] . জ্যেষ্ঠতা নীতিৰ ভিত্তিত দিয়া পদোন্নতিৰ দুটা আসােবহ উল্লেখ কৰা।

উত্তৰঃ 

22. Evaluate the arrangements for in – service training of Higher Civil Services in India. ভাৰতৰ উচ্চ পর্যায়ৰ অসামৰিক সেৱাৰ লােকসকলৰ প্রশিক্ষণ ব্যৱস্থাৰ মূল্যায়ন কৰা । [GU.*90]

উত্তৰঃ

23. Write tw ) arguments against spoils syster . ( পদ পুৰস্কাৰ ব্যৱস্থাৰ বিপক্ষে দুটা যুক্তি দিয়া । ) GU . 2014 ( Gen.] 

উত্তৰঃ

24. Evaluate the training system of India . (ভাৰতবৰ্ষৰ প্রশিক্ষণ ব্যবস্থাৰ মূল্যায়ন কৰা।) 

উত্তৰঃ

25. Evaluate the principles of promotion . (প্রমােচন পদ্ধতিৰ মূল্যায়ন কৰা।) [D.U.1996(M)] 

উত্তৰঃ

26. Discuss the importance of Promotion . Mention the merits and demerits of seniority principle of Promotion (পদোন্নতিৰ গুৰুত্ব আলােচনা কৰা । জ্যেষ্ঠতা নীতি পদোন্নতিৰ গুণ আৰু দোষসমূহ উল্লেখ কৰা ।) [D.U.2009 (Gen.)] 

27. or the two principles of promotion, seniority and merit- which one do you prefer and why ? Give two arguments . [GU.20014(M)] 

উত্তৰঃ

28. What are the principles of Promotion ? Examine the importance of promotion in civil services . ( পদোন্নতি ব্যৱস্থাৰ নীতিসমূহ কি কি? অসামৰিক সেৱাত পদোন্নতিৰ গুৰুত্ব পৰীক্ষা কৰা।) [G.U.2009(Gen.)] 

উত্তৰঃ

29. What is meant by promotion? Discuss the importance of promotion. (পদোন্নতি বুলিলে কি বুজায়? পদোন্নতিৰ গুৰুত্ব আলােচনা কৰা । ) [D.U. 1996 (Gen.) & (M) GU. 2017 (M) 2006 (Gen .)]

উত্তৰঃ

30. Discuss the importance of seniority principle of promotion as compared to the merit principle of promotion . (পদোন্নতি ব্যবস্থাৰ গুণনীতিৰ তুলনাত জ্যেষ্ঠতা নীতিৰ গুৰুত্ব আলােচনা কৰা।) [GU . 2018(M) 

উত্তৰঃ

31. Discuss the necessary qualifications for the candidates for recruitment . ( কর্মচাৰী প্ৰৱেশনৰ বাবে প্ৰাৰ্থীসকলৰ আৱশ্যকীয় অৰ্হতাবােৰ আলােচনা কৰা।) GU . 2016 ( Gen .)] 

উত্তৰঃ

32. What do you mean by recruitment? Discuss the problems related to recruitment [GU . 2014 (M)] 

উত্তৰঃ

33. Control by the people on administration. (প্রশাসনৰ ওপৰত জুনসাধাৰণৰ নিয়ন্ত্রণ ) [GU . 2014 ( Gen :)] 

উত্তৰঃ

34. Advantages of indirect recruitment. (পৰােক্ষ প্রৱেশনৰ সুবিধাসমূহ ) GU . 2014 (Gen.) 

উত্তৰঃ

35. Evaluate the mertis and defects of different types of promotion system . বিভিন্ন ধৰণৰ পদোন্নতি পদ্ধতিৰ মূল্যায়ন কৰা। 

উত্তৰঃ

36. Mention two functions of c vil servants . [GU . 2014 ( M )]

উত্তৰঃ

37. Analyse the Promotion System followed in India . (ভাৰতত অনুসৰণ কৰা পদোন্নতি পদ্ধতি বিশ্লেষণ কৰা।) 

উত্তৰঃ

38. Write notes on (52 61 falt): (a) Service – Training (চাকৰিত যােগদানৰ প্রশিক্ষণ ) ( by Training for Indian Administrative Service, (ভাৰতীয় প্রশাসনিক সেৱাৰ বাবে প্রশিক্ষণ । ) [ GU . 2018 (M)] 

উত্তৰঃ

39. Define Promotion. Give your arguments in favour and against Seniority as a criterion for promotion in Civil service (প্রমােচনৰ সংজ্ঞা দিয়ে আৰু জ্যেষ্ঠতাৰ ভিত্তিত দিয়া প্রমােচনৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।) [G. 2005 ( M)] 

উত্তৰঃ

40. Explain the difference between Pre – Entry Training and Post – Entry Training . প্রাক প্ৰৱেশন আৰু প্ৰৱেশনােওৰ প্ৰশিক্ষণৰ পথক্য লিখ । [ G U , 2005 ]

উত্তৰঃ

41. Analyse the importance of the merit system in the recruitment procedure . IG U. 2008 ( Major)] 

উত্তৰঃ

42 of the two principles of promotion – Seniority and Merit, which one do you prefer and why ? [D. U. 2008 (M)]

উত্তৰঃ

Type: Ankur Raj Deka