বিশ্ব অৰ্থনীতিৰ পৰিচয়
[Introduction to Global Economy]
প্রশ্নাৱলী
Very Short Questions :
১। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি কোন চনত স্থাপন কৰা হৈছিল ?
The international Monetary Fund was established in which year ? [ GU . 2014 ( Gen . ) ]
উত্তৰঃ
২। উপনিবেশিকতাবাদৰ পর্যায় কেইটা ?
উত্তৰঃ
৩। R.P. Dutta- ই উপনিবেশিকতাবাদ অধ্যয়নৰ বাবে আগবঢ়োৱা স্তৰটোৰ নাম কি ?
উত্তৰঃ
৪। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ মুখ্য কার্যালয় ৱাচিংটন ডি.চিত অৱস্থিত । ( শুদ্ধ নে অশুদ্ধ লিখা ) [ GU . 2014 ( Gen . ) ]
The headquarters of the International Monetary Fund is located in Washington DC . ( Write Ture or False )
উত্তৰঃ
৫। Colonization of Mind ‘ বুলিলে কি বুজা ?
উত্তৰঃ
৬। Neo – Colonialism ‘ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰঃ
৭। নব্য উপনিবেশিকতাবাদৰ দুটা ৰাজনৈতিক আহিলা উল্লেখ কৰা ।
উত্তৰঃ
৮। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্ব অর্থনৈতিক সম্পর্ক পৰিচালনা কৰিবলৈ গঠন কৰা অনুষ্ঠানসমূহক কি বুলি জনা যায় ?
উত্তৰঃ
৯। বিশ্ব বাণিজ্য সংস্থা কোন চনত প্রতিষ্ঠা কৰা হয় ?
উত্তৰঃ
১০। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিচালনা কৰিবলৈ গঠন কৰা অনুষ্ঠানটোৰ নাম কি ?
উত্তৰঃ
১১। বিশ্ব বেংকৰ আৰম্ভণি হৈছিল আই.বি.আৰ.ডি. ৰূপে । ( শুদ্ধ নে অশুদ্ধ লিখা ) [ GU . 2014 ( Gen . ) The World Bank Started out as the IBRD . ( Write True or False )
উত্তৰঃ
১২। বিশ্ব বাণিজ্য সংস্থা স্থাপিত হৈছিল— ( The World Trade Organization came into being in ) [ G.U.2014 ( Gen . ) ] ( i ) 1990 ( ii ) 1992 ( iii ) 1994 ( iv ) 1995
উত্তৰঃ
১২। বিশ্ব বেংকৰ শাখা সংস্থাকেইটাৰ নাম লিখা ।
উত্তৰঃ
১৪। বিশ্ব বেংকত সদস্য ৰাষ্ট্রৰ ভােটৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ
১৫। দুখীয়া ৰাষ্ট্ৰসমূহৰ বিত্তীয় সমস্যা দূৰ কৰাৰ বাবে IMF- এ আগবঢ়োৱা পৰামৰ্শৱলীক কি বুলি জনা যায় ?
উত্তৰঃ
১৬। Structural Adjustment Programme ‘ ৰ যিকোনাে দুটা উপাদান উল্লেখ কৰা ।
উত্তৰঃ
১৭। বিশ্ববাণিজ্য সংস্থাৰ সাংগঠনিক গাঁথনিৰ শীর্ষ স্থানীয় সংস্থাটোৰ নাম কি ?
উত্তৰঃ
১৮। WTO- ৰ বৈষম্যহীন নীতিৰ মূল উপাদান দুটা কি কি ?
উত্তৰঃ
১৯। সাম্প্রতিক সময়ত UNDP ( United Nations Development Programme ) – এ কি ধৰণৰ বিশ্বায়নৰ পােষকতা কৰিছে ?
উত্তৰঃ
Short Questions :
১। উপনিবেশিকতাবাদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
২। উপনিবেশিকতাবাদৰ প্রকৃতি কি ?
উত্তৰঃ
৩। উপনিবেশিকতাবাদৰ ৰাজনৈতিক প্রভাব সম্পর্কে লিখা ।
উত্তৰঃ
৪। বহুজাতিক প্রতিষ্ঠানসমূহে কিদৰে নব্য উপনিবেশিকতাবাদৰ আহিলা হিচাপে কাম কৰে ?
উত্তৰঃ
৫। নব্য উপনিবেশিকতাবাদৰ উপস্থিতি কি কি ক্ষেত্রত প্রত্যক্ষ কৰিব পাৰি ?
উত্তৰঃ
৬। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ সাংগঠনিক দিশটো আলােচনা কৰা ।
উত্তৰঃ
৭। বিশ্ব বেংকৰ নীতি – নির্দেশনাসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ
৮। IMF- ৰ ‘ কোটা ব্যৱস্থা বুলিলে কি বুজা ?
উত্তৰঃ
৯। বিশ্বায়নৰ ফলত তৃতীয় বিশ্বৰ দেশসমূহে লাভ কৰা তিনিটা সুফলৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ
Long Questions :
১। বিশ্ব বেংকৰ কার্যাৱলী আৰু গুৰুত্ব সম্পর্কে আলােচনা কৰা । [ GU . 2014 ( Gen . ) ] Discuss the functions and importance of the World Bank .
উত্তৰঃ
২। উপনিবেশিকতাবাদ বুলিলে কি বুজা আৰু ইয়াৰ বিভিন্ন পর্যায়সমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
৩। উপনিবেশিকতাবাদৰ মূল বৈশিষ্ট্যসমূহ কি আৰু ই উপনিবেশসমূহৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহত কিদৰে প্ৰভাৱ পেলাইছিল ?
উত্তৰঃ
৪। নব্য উপনিবেশিকতাবাদ মানে কি আৰু ইয়াৰ বিভিন্ন আহিলাসমূহৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ
৫। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ উদ্দেশ্য আৰু কার্যাৱলীৰ বিষয়ে লিখা ।
উত্তৰঃ
৬। বিশ্ব বেংকৰ উদ্দেশ্য আৰু নীতি – নির্দেশাৱলী উল্লেখ কৰি ইয়াৰ কার্যাৱলীৰ পর্যালােচনা কৰা ।
উত্তৰঃ
৭। বিশ্ব বাণিজ্য সংস্থাৰ কার্যাবলী আৰু ভূমিকাৰ বিষয়ে এক বিশ্লেষণ আগবঢ়োৱা ।
উত্তৰঃ
৮। তৃতীয় বিশ্ব অর্থনীতিত বিশ্বায়নৰ যােগাত্মক প্রভাৱৰ সম্বন্ধে লিখা।উত্তৰঃ
৯। তৃতীয় বিশ্ব অর্থনীতিত বিশ্বায়নে সৃষ্টি কৰা আশংকাসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
১০। What is globalization ? Discuss the impact of globalization on the economics of the developing world . [ GU . 2014 ( M . ) ]
উত্তৰঃ
১১। Critically discuss the structure and function of the WTO .[ G.U. 2014 ( M . ) ]
উত্তৰঃ
Short Nots
১। নব্য – উপনিবেশিকতাবাদ ( Neo – colonialism ) [ GU . 2014 ( Gen . ) ] [ GU . 2014 ( Gen . ) ]
উত্তৰঃ
২। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি ( International Monetary Fund )
উত্তৰঃ
৩। উপনিবেশিকতাবাদ ( Colonialism ) [ GU . 2014 ( Gen . ) ] [ GU . 2014 ( Gen . ) ]
উত্তৰঃ
৪। বিশ্ব বাণিজ্য সংস্থা ( World Trade Organization ) Short Notes :উত্তৰঃ
Type: Ankur Raj Deka