অন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মৌলিক ধাৰণাসমূহ [Basic concepts of International Relations] Chapter 1 Question Answer Assam State | B.A 4th semester Political Science suggestion Assamese Medium | B.A 4th semester Political Science solution | B.A 4th semester Political Science Question answer | B.A 4th semester Political Science notice | B.A 4th semester Political Science Notes | অন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মৌলিক ধাৰণাসমূহ [Basic concepts of International Relations] পাঠটোৰ প্ৰশ্ন-উত্তৰ

অন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মৌলিক ধাৰণাসমূহ  

[Basic concepts of International Relations]

প্ৰশ্নাৱলী

১। বৈদেশিক নীতি বুলিলে কি বুজা ? বৈদেশিক নীতি নির্ধাৰণত প্ৰভাৱ পেলােৱা বিভিন্ন কাৰকসমূহ আলােচনা কৰা । 

উত্তৰঃ

২। বৈদেশিক নীতি সম্বন্ধে আগবঢ়োৱা বিভিন্ন সংজ্ঞাসমূহ উল্লেখ কৰা আৰু বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ

৩। বৈদেশিক নীতিৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ

৪। বৈদেশিক নীতি নির্ধাৰণত প্ৰভাৱ পেলােৱা কাৰকসমূহক মূলতঃ কেইভাগত ভগাব পাৰি ? 

উত্তৰঃ

৫। দেশ এখনৰ বৈদেশিক নীতিৰ ধাৰাবাহিকতা কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ

৬। কি ধৰণৰ শাসনব্যৱস্থাত জনমতে বৈদেশিক নীতি নির্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় ? 

উত্তৰঃ

৭। বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহৰ যিকোনাে দুটাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

৮। বৈদেশিক নীতি নির্ধাৰণত প্ৰভাৱ পেলােৱা যিকোনাে দুটা কাৰকৰ বিষয়ে চমু টোকা প্রস্তুত কৰা । 

উত্তৰঃ

৯। সংঘাত নিৰাময় বুলিলে কি বুজা আৰু সংঘাত নিৰাময়ৰ প্ৰধান উপায়সমূহৰ বিষয়ে বহলাই লিখা । 

উত্তৰঃ

১০। সংঘাত মানে কি আৰু ৰাষ্ট্ৰসমূহৰ মাজৰ সংঘাতৰ কাৰণসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ

১১। সংঘাত নিৰাময়ত মধ্যস্থতাকাৰীৰ ভূমিকা সম্পর্কে লিখা । 

উত্তৰঃ

১২। আলাপ – আলােচনা সফল হ’বৰ বাবে প্রয়ােজনীয় দুটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ

১৩। দ্বািদ নিষ্পত্তিকৰণ বা ন্যায় নির্ণয় মানে কি ? 

উত্তৰঃ

১৪। সংঘাত বুলিলে কি বুজা ? সংঘাত আৰু সহযােগিতাৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা । [GU.2006 (G)] 

What do you mean by Conflict ? Differentiate between Conflict and Co – operation . 

উত্তৰঃ

১৫। বিদেশ নীতি ’ বুলিলে কি বুজা ? ‘ বিদেশ নীতি ’ আৰু কূটনীতি’ৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । [ GU . 2014 ( Gen . ) ]

What is ‘ foreign policy ‘ ? Discuss the relationship between foreign policy and diplomacy . 

উত্তৰঃ

১৬। “ গােষ্ঠী – নিৰপেক্ষতা ” বুলিলে কি বুজা ? শীতল যুদ্ধৰ পৰৱৰ্তী কালচোৱাত এই নীতিৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । What is meant by ‘ non – alignment ‘ ? Discuss the importance of this principle in the post – Cold War [ GU , 2014 ( Gen . ) ] 

উত্তৰঃ

১৭। কূটনীতিয়ে কি বুজায় ? কূটনীতিৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলােচনা কৰা । What is meant by Diplomacy ? Discuss the growth and development of Diplomacy . 

উত্তৰঃ

১৮। কুটনীতিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে উল্লেখ কৰা । গােপন কূটনীতিৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া । Define Diplomacy and mention the various classes of Diplomacy . Discuss the merits and defects of Secret Diplomacy . era .

উত্তৰঃ

১৯। প্রকাশ্য কূটনীতি জনপ্রিয় হােৱাৰ কাৰণসমূহ লিখা । ( Write the reasons of popularity of Open Diplomacy . ) 

উত্তৰঃ

২০। প্রকাশ্য কূটনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰা । Mention the features of Open Diplomacy and explain its advantages and disadvantages . ২১। প্রাচীন আৰু নতুন কূটনীতিৰ মাজৰ প্ৰভেদসমূহ আলােচনা কৰা । Discuss the differences between the Old Diplomacy and the New Diplomacy . 

উত্তৰঃ

২২। গণতান্ত্রিক কূটনীতিৰ আসোঁৱাহসমূহ ব্যাখ্যা কৰা । Explain the disadvantages of Democretic Diplomacy . 

উত্তৰঃ

২৩। কূটনৈতিক বিষয়াৰ কার্যাবলী ব্যাখ্যা কৰা । ( Explain the function of Diplometotic Apent . ) 

উত্তৰঃ

২৪। জাতি – ৰাষ্ট্রসমূহে অৱলম্বন কৰা কূটনীতিৰ বিভিন্ন পদ্ধতি সম্পর্কে আলােচনা কৰা । [ GU . 2014 ( Gen . ) ] Discuss the various methods through which diplomacy is practised by Nation – States . 

উত্তৰঃ

২৫। কূটনীতিৰ গুৰুত্ব হ্রাস হােৱা বুলি ভাবানে ? যুক্তি দৰ্শাই উত্তৰ দিয়া। 

Do you think that then is decline of Diplomacy ? Give means for your answer . 

উত্তৰঃ

২৬। কূটনীতি কি ? কুটনীতিৰ বিভিন্ন কার্যাৱলী আলােচনা কৰা । What is Diplomacy ? Discuss the various functions of Diplomacy . [ GU . 2005 ( M ) ] 

উত্তৰঃ

২৭। বিভিন্ন প্রকাৰৰ কূটনীতিৰ বিষয়ে আলােচনা কৰা । সহযােগিতা আৰু সংঘাতৰ মাজৰ প্ৰভেদ কি ? Discuss the different types of Diplomacy . What is the difference between Co – operation and Conflict ? [ GU . 2007 ( M ) ] 

উত্তৰঃ

২৮। Critically discuss the concept of diplomacy ‘ . Analyze the differences between traditional and ‘ new ‘ diplomacy . [ GU . 2014 ( M . ) ] 

উত্তৰঃ

২৯। Critically analyze the importance of ‘ non – alignment in the post – Cold War era . [ GU . 2014 ( M . ) ] 

উত্তৰঃ

৩০। গােষ্ঠীনিৰপেক্ষতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উৎপত্তিৰ কাৰণবােৰ ব্যাখ্যা কৰা । Define Non – Alignment and explain the causes of its growth . [ D.U. 2007 ( M ) ] 

উত্তৰঃ

৩১। গােষ্ঠীনিৰপেক্ষতাবাদৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা । Discuss the main features of Non – Alignment . [ G.U. 2006 ( M ) , D.U. 2007 ( M ) ] 

উত্তৰঃ

৩২। গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ বিৰুদ্ধে যুক্তি দিয়া । ( Give arguments against the Non – Alignment Movement . ) 

উত্তৰঃ

৩৩। গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ সপক্ষে যুক্তি দিয়া । ( Give arguments for the Non – Alignment Movement.) 

উত্তৰঃ

৩৪। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । Discuss the role of NAM in International Politics . [G.U. 2008 (G) , 2008 (M)] 

উত্তৰঃ

৩৫। গােষ্ঠীনিৰপেক্ষতাৰ প্ৰাসংগিকতাৰ বিষয়ে আলােচনা কৰা । (Discuss the relevance of NAM .) [D.U. 2008 (M)] 

উত্তৰঃ


৩৬। চমুটোকা লিখা (Write notes on): 

(ক) সন্মিলন কূটনীতি (Conference Diplomacy ) 

(খ) শীর্ষ সন্মিলন কূটনীতি (Summit Diplomacy ) 

(গ) সংঘাত আঁতৰ কৰাৰ উপায় (Confilict Resolution ) [GU . 2008 (M)] 

(ঘ) দেশসমূহৰ মাজৰ সহযােগিতা ( Co – operation among the countries ) [ GU . 2008 ( M )] 

(ঙ) কূটনীতি (Diplomacy) [GU . 2008 (M)] 

(চ) বান্দুং সন্মিলন (Bandung Conference)]

(ছ) কাইৰে সন্মিলন , ১৯৬১ (Cairo Conference, 1961) 

(জ) বেলগ্রেদ সন্মিলন (Belgrade Conference) 

(ঝ) কাইৰৰ সন্মিলন , ১৯৬৪ (Cairo Conference, 1964) 

(ঞ) লুছাকা সন্মিলন (Lusaka Conference) 

(ট) আলজিয়াছ সন্মিলন (Algiers Conference) 

(ঠ) কলম্বাে সন্মিলন (Colombo Conference) 

(ড) হাভানা সন্মিলন (Havana Conference) 

(ঢ) দিল্লী সন্মিলন (Delhi Conference) 

(ণ) হাৰাৰে সন্মিলন (Harare Conference) 

(ত) বেলগ্রেদ সন্মিলন , ১৯৮৯ (Belgrade Conference , 1989) 

(থ) জাকার্তা সন্মিলন (Jakarta Conference) 

(দ) ডাৰবান সন্মিলন (Durban Conference) 

(ধ) প্রকাশ্য কুটনীতি (Open Diplomacy) 

(ন) গােষ্ঠী – নিৰপেক্ষ আন্দোলন (Non – aligned Movement ) [GU . 2014 (Gen. & M)]

Type: Ankur Raj Deka