ভাৰতীয় শিক্ষাত শেহতীয়া বিকাশ আৰু কাৰ্যসূচী (Recent Development and Programmes in Indian Education) | Unit 5 | Recent Development and Programmes in Indian Education | B.A 3rd Semester Education 3 Major Question and Answer Assamese Medium | Gauhati University TDC B.A 3rd Semester 3 Major Unit 5 Recent Development and Programmes in Indian Education | ভাৰতৰ শিক্ষাৰ বিকাশ পঞ্চম অধ্যায় ভাৰতীয় শিক্ষাত শেহতীয়া বিকাশ আৰু কাৰ্যসূচী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্য়ায় ৫

ভাৰতীয় শিক্ষাত শেহতীয়া বিকাশ আৰু কাৰ্যসূচী (Recent Development and Programmes in Indian Education)

প্ৰশ্নাৱলী (Questions)
১। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ কিমান চনত ঘটন হৈছিল ? (In which year National Knowledge Commission was formed ?)উত্তৰ =
২। এই আয়োগৰ সদস্য় চাৰিজন নাম লিখা। (Write four names of National Konwledge Commission member.)উত্তৰ =
৩। জ্ঞান আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা। (Discuss the recommendations of Knowledge Commission.)  উত্তৰ =
৪। জ্ঞান আয়োগৰ পৰৱৰ্তী পদক্ষেপসমূহ আলোচনা কৰা। (Discuss the follow-up programmes of Knowledge Commission.)উত্তৰ =
৫। ৰাষ্ট্ৰীয় উচ্চ শিক্ষা আয়োগৰ মতে বিশ্ববিদ্য়ালয়ৰ ধাৰণা কি ? (What is the idea of a University according to National Higher Education Commission.)উত্তৰ =
৬। উচ্চ শিক্ষা আয়োগৰ মতে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ প্ৰত্য়াহ্বানসমূহ কেনেধৰণৰ ? (What are the challenges of Indian Higher Education according to Higher Education Commission ?)উত্তৰ =
৭। ৰাষ্ট্ৰীয় উচ্চ উদ্দেশ্য় আৰু পৰামৰ্শৱলী আলোচনা কৰা। (Discuss the objectives and recommendations of National Higher education.)উত্তৰ =
৮। জাতীয় পাট্য়ক্ৰম আঁচনিৰ মূল বিশেষত্বসমূহ কি কি ? (What are the main components of National Curricular Framework 2005.)উত্তৰ =
৯। জাতীয় পাঠ্য়ক্ৰম আঁচনিয়ে গুৰুত্ব আৰোপ কৰা দিশসমূহ আলোচনা কৰা। (Discuss the objectives and recommendations of National Higher Education.)উত্তৰ =
১০। সৰ্বশিক্ষা অভিজান কি ? (What is Sarva Siksha Abhiyan ?)উত্তৰ =
১১। সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্য কি ? (What is the objectives of SSA.)উত্তৰ =
১২। সৰ্বশিক্ষা অভিযানৰ বৈশিষ্ট্য আৰু যোজনাসমূহ আলোচনা কৰা।(Discuss about the characteristics and schemes under the SSA.)   উত্তৰ =
১৩। চমুটোকা লিখা (Write short notes on):
ক) অপাৰেচন ব্লেকবোৰ্ড (Operation Blackboard)উত্তৰ =
খ) অবিৰত আৰু সামগ্ৰিক মূল্য়ায়ণ (Continuous and Comprehensive evalution.)উত্তৰ =
গ) জিলা প্ৰাথমিক শিক্ষা আঁচনি (District Primary Education Programme.)উত্তৰ =
ঘ) কস্তৰবা গান্ধী বালিকা বিদ্য়ালয় (Kasturba Gandhi Balika Vidyalaya.)উত্তৰ =
১৪। ৰাষ্ট্ৰীয় মাধ্য়মিক শিক্ষা অভিযানৰ উদ্দেশ্য় কি ? (What was the objectives of Rashtriya Madhyamik Siksha Abhiyan.)উত্তৰ =
১৫। মাধ্য়মিক শিক্ষা সম্পৰ্কে ৰাষ্ট্ৰীয় মাধ্য়মিক শিক্ষা অভিযানৰ পৰিকল্পনাৰ কেনেধৰণৰ ? (What are the planning of RMSA regarding secondary education ?)উত্তৰ =
১৬। ৰাষ্ট্ৰীয় মাধ্য়মিক শিক্ষা অভিযানৰ মূল দিশসমূহ আলোচনা কৰা। (Discuss the significance of RUSA.)উত্তৰ =
১৭। ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান বুলিলে কি বুজা ? (What is meant by RUSA ?)উত্তৰ =
১৮। RUSA ৰ উদ্দেশ্য়সমূহ কি কি ? (What are the objectives of RUSA ?)উত্তৰ =
১৯। RUSA ৰ বৈশিষ্ট্য়সমূহ কি কি ? (What are the characteristics of RUSA.)উত্তৰ =
২০। RUSA মূল উপাদানসমূহ আলোচনা কৰা। (Discuss the components of RUSA.)উত্তৰ =
২১। শিক্ষাৰ অধিকাৰ বুলিলে কি বুজা ? (What indicates Right to Education ?)উত্তৰ =
২২। শিক্ষাৰ অধিকাৰ আইনৰ প্ৰাসংগিকতা ব্য়াখ্য়া কৰা। (Explain the relevance of Right to Education.)উত্তৰ =
২৩। ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ মূল দিশসমূহ কি কি ? (What are the main components of Right to Education Act, 2009 ?)উত্তৰ =
২৪। ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ বিশেষত্বসমূ কি কি ? (What are the characteristics of Right to Education Act, 2009 ?)উত্তৰ =
২৫। NAAC ৰ সম্পূৰ্ণ ৰূপ কি ? (What was the full form of NAAC ?)উত্তৰ =
২৬। সামগ্ৰিক গুণগত পৰিচালনা মানে কি ? (What is Total Quality Management ?)উত্তৰ =
২৭। ভাৰতবৰ্ষৰ উচ্চ শিক্ষাত গুণগত মানদণ্ডৰ বিষয়ে আলোচনা কৰা। (Discuss about the quality concern in Higher Education of India.)উত্তৰ =
২৮। উচ্চ শিক্ষাৰ পৰিমাপ আৰু মূল্য়ায়ণত NAAC ৰ ভূমিকা কেনেধৰণৰ ? (What is the role of NAAC in assessment and accerditation of Higher Education.)উত্তৰ =
২৯। উচ্চ শিক্ষাত NAAC ৰ পৰিমাণ আৰু মূল্য়ায়ণৰ সুফলসমূহ কেনেধৰণৰ ? (What are the advantages of assessment and accreditation of NAAC ?)উত্তৰ =
TypeHirokjyoti Bora.