লোক নাীতি ধাৰণা, প্ৰাসংগিকতা আৰু দৃষ্টিভংগী | Chapter 3 | Public Policy Concept, Relavance And Approaches | Question Answer Assamese Medium Solution | B.A 3rd Sem Political Science (Major) 1 | Political Science Notes And Suggestion

 লোক  নীতিঃ ধাৰণা, প্ৰাসংগিকতা আৰু দৃষ্টিভংগী

Public Policy: Concept, Relavance And Approaches

Chapter 3 

প্ৰশ্নাৱলীঃ

Objective Types and Multiple Choice Question:

1. লোক নীতিৰ আধুনিক ধাৰণাৰ উদ্ভৱ হৈছিল-

(a) America

(b) England

(c) Japan

(d) India

The Modern from of Public Policy emerged in

(a) America

(b) England

(c) Japan

(d) Inaia (Select the Correct Answer)

উত্তৰঃ

2. নীতি বিজ্ঞানৰ ধাৰণা পোনতে কোনে আগবঢ়াইছিল?

Who first used the term policy Science?

উত্তৰঃ

3. ” Policy’ শব্দটোৰ অৰ্থ  লিখা।

Write the meaning of the word ‘policy’

উত্তৰঃ

4. লাচৱেলৰ নীতি দৃষ্টিভংগীত কিমানটা স্তৰ পোৱা যায়?

How many stages are there in Lasswell’s Policy approach?

উত্তৰঃ

5. ‘Policy Science’ আলোচনীখন কেতিয়া প্ৰকাশ ুাইছিল?

In Which year the journal ‘Policy Science’ has been published?

উত্তৰঃ

6. ‘Analysis of political System’ গ্ৰন্থখনৰ ৰচক কোন?

Who is the author of the book ‘ Analysis of Political System?’

উত্তৰঃ

Short Questions: (2 marks)

1.নীতি দৃষ্টিভংগীৰ ব্যৱস্থাপক আৰ্হিৰ দুটা সমালোচনা লিখা।

Write two critisim against system Approach.

উত্তৰঃ

2.  বৃদ্ধিশীল তত্ত্বৰ দুটা কোষ লিখা।

Write two features of Incremental theory.

উত্তৰঃ

3. গোষ্ঠীগত তত্ত্বৰ দুটা কোষ লিখা।

Write two disadvantages of Group Approach.

উত্তৰঃ

4. PPBS কৈশল কি?

What is PPBS technique?

উত্তৰঃ

5. নীতি নিৰ্ধাৰণক প্ৰভাৱিক কৰা দুটা কাৰক লিখা?

Write two factors that influence in Public Policy formulation.

উত্তৰঃ

6. লোক নীতি কাৰ্যকৰীকৰণৰ Bottam up দৃষ্টিভংগীটো চমুকৈ লিখা।

Write very briefly the Bottam up Approach of Public Policy Implementation.

উত্তৰঃ

Short Notes: (5 mark)

1. লোক নীতি কাৰ্যকৰীকৰণৰ উপাদানসমূহ।

Elements of Public Policy Implementation

উত্তৰঃ

2.লোক নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ

Factots that influence in Public Policy formulation.

উত্তৰঃ

3. নীতি কাৰ্যকৰীকৰণৰ সমস্যাসমূহ

Problems of Policy Implementation.

উত্তৰঃ

4. সফল কাৰ্যকৰীকৰণৰ চৰ্তসমূহ।

Conditions for successful Implementation.

উত্তৰঃ

5.লোক নীতি মূল্যায়ন প্ৰক্ৰিয়া।

Policy Evaluation Process.

উত্তৰঃ

6. মূল্যায়নৰ উদ্দেশ্য আৰু ভূমিকা?

Objectives and Role of Evaluation.

উত্তৰঃ

Essey type Questions:

1.লোক নীতি কি? লোক নীতি প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা?

What is Public Policy? Discuss the Public Policy Process?

উত্তৰঃ

2.লোক নীতিৰ গুৰুত্ব আৰু তাৎপৰ্য আলোচনা কৰা? 

Discuss the Importance and significance of Public Policy.

উত্তৰঃ

3. লোক নীতিৰ যিকোলো দুটা আৰ্হিৰ সমালোচনাত্মক ব্যাখ্যা কৰা।

Critically discuss any two model of Public Policy.

উত্তৰঃ

4. লোক নীতি নিৰ্ধাৰণৰ  প্ৰক্ৰিয়াটো আলোচনা কৰা।

Discuss the Public Policy formulation process.

উত্তৰঃ

5. কাৰ্যকৰীকৰণ কি? ইয়াৰ বিভিন্ন দৃষ্টিভংগীসমূহ আলোচনা কৰা।

What is Implementation? Discuss its variour Approaches.

উত্তৰঃ

6. নীতি মূল্যায়নৰ সমস্যাসমূহ আলোচনা কৰা।

Discuss the various problems of Policy Evaluation.

উত্তৰঃ

Dikha Bora