তাত্ত্বিক পৰিপ্ৰেক্ষ | Theoretical Perspectives | Chapter 2 | Question Answer Assamese Medium | B.A 3rd Sem Political Science ( Major)1 Solution | Political Science Notes And Suggestion

 তাত্ত্বিক পৰিপ্ৰেক্ষ

[Theoretical Perspectives]

Chapter2 

   ভাগ (ক) (সনাতন তত্ত্বসমূহ)

প্ৰশ্নাৱলীঃ

Objective Type and Multiple Choice Question:

1. The another name of the Classical Theory of Organisation is- 

(a) Scientific Management Theory           (b) Mechanistic Theory

(c) Human Relation Theory                     (d) Bureaucratic Theory

সংগঠনৰ সনাতন তত্ত্বৰ আন এটা নাম হ’ল- 

(ক) বৈজ্ঞানীক পৰিচালনা তত্ত্ব 

(খ) যান্ত্ৰিক তত্ত্ব     

(গ) মানৱিক সম্পৰ্ক তত্ত্ব      

(ঘ) আমোলাতান্ত্ৰিক তত্ত্ব 

উত্তৰঃ

2. ” Management is a true Science resting upon clearly fixred laws, rules and principles as a foundation.” -Who said this?

(a) F.W. Tailor      (b) Mayo    (c) Henry Fayol    (d) Gilbert

”পৰিচালনা হ’ল এক ধৰণৰ বিজ্ঞান যি কিছুমান আইন, নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত।” এই কথাষাৰ কোনে কৈছিল-  

(ক) এফ. ডব্লিউ. টেইলৰ     (খ) মেয়োৱে    (গ) হেনৰি ফেয়লে   (ঘ) গিলবাৰ্টে

উত্তৰঃ

3. ” Principles of Scientific Management.” – The year of Publication of this book-

(a) 1917     (b) 2011    (c) 1811    (d) 1911

”Principles of Scientific Management.” এই কিতাপখন প্ৰকাশ হয়-

(ক) ১৯১৭চনত     

(খ) ২০১১চনত    

(গ) ১৮১১চনত     

(ঘ) ১৯১১চনত

উত্তৰঃ

4. The iedea ” complete Mentral Revolution” is related with-

(a) Human Relation theory     (b) Classical Theory

(c) Scientific Managemant Theory  (d) Bureaucratic Theory

” সাৰ্বিক মানসিক বিপ্লৱ”- ধাৰণাটো তলৰ কোনটো তত্ত্বৰ লগত জড়িত?

(ক) মানৱিক সম্পৰ্ক তত্ত্ব     (খ) সনাতন তত্ত্ব    (গ) বৈজ্ঞানিক পৰিচালনা তত্ত্ব   (ঘ) আমোলাতান্ত্ৰিক তত্ত্ব 

উত্তৰঃ

5. Which of the following is not associated with Scientific Management?

(a) Mental Revolution    (b) Unity of Command    (c) Time and Motion Study  (d) Rule of Thumb    Select the correct code- (1) a, b and c         (2) b, c and d    (c) c and d  (d) a and c

তলৰ কোনকেইটা ধাৰণা বৈজ্ঞানিক পৰিচালিনা তত্ত্বৰ লগত জড়িত নহয়?

(ক) মানসিক বিপ্লৱ      (খ) আদেশৰ ঐক্য   (গ) সময় আৰু গতি অধ্যয়ন   (ঘ) বুঢ়া আঙুলিৰ  অনুশাসন

উত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা- 

(১) ক, খ আৰু গ  

(২) খ. গ আৰু ঘ   

(৩)  খ আৰু ঘ    

(৪) ক আৰু গ

উত্তৰঃ

6. ” Organisation is a system of Co- operatives activites of two or more persons.” Who said this-

(a) Barnard Chester     (b) Monney     (c) Avashi and Maheswari  (d) Max Weber

”দুই বা তাতোধিক ব্যক্তিৰ সহযোগিতাপূৰ্ণ কাৰ্যাৱলীৰ যি ব্যৱস্থা সেয়েই সংগঠন।” – কথাষাৰ কোনে কৈছিল?

(ক) বাৰ্নাৰ্ড চেষ্টাৰে  (খ) মুনিৰ   (গ) অবস্থী আৰু মহেশ্বৰীয়ে  (ঘ) মেক্স ওৱেবাৰে

উত্তৰঃ

7. Which of the following books is written by Max Weber?( তলৰ কোনখন মেক্স ওৱেবাৰে ৰচনা কৰা গ্ৰন্থ?)

(The Theory of Social and Economic Organization/ The Functions of the Executive/ Administrative Behaviour)

উত্তৰঃ

8. Who coined the word ‘POSDCORB’? (‘POSDCORB’ শব্দটো কোনে সৃষ্টি কৰিছিল?)

উত্তৰঃ

9. Who is Known as the father of the Scientific Management Movement? 

উত্তৰঃ

10. The systematic study of bureaucracy is associated with Max weber/F. W. Taylor/ Karl/ Marx.   (Choose the correct answer)

উত্তৰঃ

11. The author of the book, Industrial and General Management is Luther Gulick/ Henri/ Fayol/ M.P. Follett. (choose the correct answer)

উত্তৰঃ

12. Whose name is associated with the macine model theory?

উত্তৰঃ

13. S. Lipset is associated with human relations theory. ( Write True or False)

উত্তৰঃ

14. With Which theory Henry Fayol is associated?

উত্তৰঃ

Short Type Questions:

1. Write short notes (চমুটোকা লিখা)ঃ

(a) Principle of Scientific Managhement Theory  (বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ নীতিসমূহ)

উত্তৰঃ

(b) Aspects of Scientific Management  (বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিভিন্ন দিশ) 

উত্তৰঃ

2. Explain the major principles of Scientific management theory of administration.

বৈজ্ঞানিৰ  ব্যৱস্থাপনাৰ  তত্ত্বটোৰ মূল নীতিসমূহ ব্যাথ্যা কৰা।

উত্তৰঃ

3. What are the principles of Management as put forward by Fayol?

ফেয়লৰ মতে ব্যৱস্থাপনাৰ নীতিসমূহ কি কি ?

উত্তৰঃ

4. Explain the major principles of Bureaucratic Theory of public Administration.

লোক প্ৰশাসনৰ আমোলাতান্ত্ৰিক তত্ত্বৰ মূল নীতিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

5. Write four drawbacks of the Classical Theory. (সনাতন তত্ত্বৰ চাৰিটা আঁসোৱাহ লিখা।)

উত্তৰঃ

6. Write shortly on ‘POSDCORB’ Theory.  (‘ পচ্ ডকৰ্ ব’  তত্ত্ব সম্পৰ্কে চমুকৈ লিখা।)

উত্তৰঃ

Essay  Type Question:

1. Examination the Bureaucratic of  Max Weber.

মেক্স ওৱেবাৰৰ আমালাতান্ত্ৰিক তত্ত্বটো পৰীক্ষা কৰা।

উত্তৰঃ

2. Discuss the Scientific Management Theory of Administration. What are its drawbacks?

প্ৰশাসনৰ বৈজ্ঞানিক ব্যনস্থাপনা তত্ত্বটো আলোচনা কৰা। ইয়াৰ আঁসোৱাহসমূহ কি কি?

উত্তৰঃ

3. Critically discuss the Theory of Scientific Management.

বৈজ্ঞানিক পৰিচালনা তত্ত্বটোৰ সমালোচনামূলক ব্যাথ্যা কৰা।

উত্তৰঃ

4. Critically examine the Classical Theory of Organisation.

সংগঠনৰ সনাতন তত্ত্বটোৰ সমালোচনাত্মক ব্যাখ্যা  দাঙি ধৰা।

উত্তৰঃ

5. What are the basic principles of scientific management theory?

উত্তৰঃ

6. Discuss critically the bureauratic theory of administration.

প্ৰশাসনৰ আমোলাতান্ত্ৰিক তত্ত্বটো সমালোচনাত্মকভাৱে আলোচনা কৰা।

উত্তৰঃ

7. হেনৰী ফেয়লে আগবঢ়োৱা প্ৰশাসনিক ব্যৱস্থাপনা তত্ত্বটো আলোেচনা কৰা।

উত্তৰঃ

ভাগ (খ) নৱ্য-সনাতন তত্ত্বসমূহ।

(NEO- CLASSICAL THEORIES)

প্ৰশ্নাৱলীঃ

Very Short Questionঃ

1. মানৱিক সম্পৰ্ক তত্ত্বৰ জনক কোন?

Who is the father of Human Relation Theory?

2. লিপচেট মানৱিক সম্পৰ্ক তত্ত্বৰ লগত জড়িত। (শুদ্ধ নে অশুদ্ধ লিখা)

Lipset is associated with Human Relation Theory. (Write True or  False)

3. হথৰ্ন পৰীক্ষা কোনটো তত্ত্বৰ লগত জড়িত?

Hawthorne experiment is associated with which theory?

Short Question:

1. হথৰ্ন পৰীক্ষা। (Hawthorne Theory)

2. মানৱীয় সম্পৰ্ক তত্ত্বৰ গুণ। (Merits of Human Relation Theory)

3. মানৱীক সম্পৰ্ক তত্ত্বৰ নীতিসমূহ। (Principles of Human Relation Theory)

4. মানৱিক সম্পৰ্ক তত্ত্বৰ দোষসমূহ। (Demerits of Human Relation Theory)

5. সিদ্ধান্ত গ্ৰহণৰ স্তৰসমূহ। (Stages of Decision Making)

6. সিদ্ধান্ত গ্ৰহণৰ ভিত্তি (Bases of Decision Making)

Essay Type Question:

1. মানৱিক  সম্পৰ্ক তত্ত্বটোৰ বৈশিষ্ট্য, দোষ- গুণসমূহ আলোচনা কৰা।

Discuss the features, merits and demerits of Human Relation Theory.

2. সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বটোৰ সমাৱোচনাত্মক আলোচনা কৰা।

Critically discuss the Human Relation theory of Organisation.

3. হাৰ্বাৰ্ট চাইমনৰ যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ তত্ত্বটো আলোচনা কৰা।

Discuss the Relation Decision Making Approach by Herbert Simon.

4. সিদ্ধান্ত গ্ৰহণৰ ভিত্তি আৰু স্তৰসমূহ আলোচনা কৰা।

Discuss the Bases and Stages of Decision Making.

ভাগ (গ) সমসাময়িক তত্ত্বসমূহ

(CONTEMPORARY THEORIES)

প্ৰশ্নাৱলীঃ

Very Short Question:

1. F.W. Riggs এ লিখা এখন গ্ৰন্থৰ নাম লিখা। 

(Write a name of book written by F. W. Riggs.)

উত্তৰঃ

2. তলৰ কোনটো প্ৰিজমীয় সমাজৰ বৈশিষ্ট্য নহয? 

(ক) বিবিধতা

(খ) অধিক্ৰমনতা

(গ) আংগিক সৰ্বস্বতা

(ঘ) ধৰ্মনিৰপেক্ষতা

Which of the following is not a feature of Prismatic Society

(a) Heterogenity 

(b) Overlapping

(c) Formalism

(d) Secularism

উত্তৰঃ

3. একীকৃত আৰু বিচ্ছুৰিত সমাজৰ মাজত অৱস্থান কৰা সমাদখনৰ নাম কি?

Name of Society existing between Fused and diffracted one.

উত্তৰঃ

4. পৰিচালনা ব্যৱস্থাৰ আধুনিক পিতৃ বুলি কাক জনা যায়?

Who is known as the modern Father of Management system.

উত্তৰঃ

5. Innovation and Enterpteneurship গ্ৰন্থখনৰ লিখক কোন?

Who is the auther of the book Innovation and Enterpteneurship?

উত্তৰঃ

Short notes Questions:

1. ফ্ৰেড ৰিগছৰ পৰিৱেশ তত্ত্ব। ( Ecological approach of Fred Riggs.)

2. একীকৃত সমাজ । (Fused Society)

3. বিশেষীকৃত সমাজ। (Differentiated Society)

4.অভিযোজনৰ নীতিসমূহ। (Principles of Innovation.)

5. অভিযোজনৰ সুবিধাৰ উসসমূহ (Sources of Innovation Opportunity.)

উত্তৰঃ

Essay Type Question:

1. ফ্ৰেড ৰিগছৰ পৰিৱেশগত তত্ত্বটো আলোচনা কৰা।

(Discuss the Ecological approach of Fred Riggs.)

উত্তৰঃ

2. প্ৰিজমীয় সমাজৰ পুনৰ্দৰ্শন গ্ৰন্থখনত ৰিগছে পৰিৱেশগত সম্পৰ্কে কৰা ব্যাখ্যাৰ সমালোচনামবলক আলোচনা কৰা।

Critically Discuss the views of Riggs on Prismatic Society Revisited.

উত্তৰঃ

3. পিটাৰ ড্ৰকাৰৰ অভিযোজন আৰু উদ্যমিতা তত্ত্বটো ব্যাখ্যা কৰা।

Discuss the Innovation and Enterpreneurship Perspective of peter Druker.

উত্তৰঃ

4. পিটাৰৰ ড্ৰকাৰে আগবঢ়োৱা অভিযোজনৰ নীতি আৰু উসসমূহ আলোচনা কৰা।.

Discuss the principles and sources of Innovation as peter Druker has described.

উত্তৰঃ

Dikha Bora