প্ৰশ্নাৱলী
১। আধুনিকীকৰণ কি?
What is modernization?
২। আধুনিকীকৰণ এটা সংজ্ঞা দিয়া।
Giva a definition of modernization.
৩। আধুনিকীকৰণৰ দুটাৈ বৈশিষ্ট্য লিখা।
Write two Characteristics of modernization.
৪। ৰাজনৈতিক আধুনিকীকৰণ কি?
What is political modernization?
৫। অর্থনৈতিক আধুনিকীকৰণ কি?
What is economic modernization?
৬। আধুনিকীকৰণ দুটা উপাদন উল্লেখ কৰা।
Mention two facors of modernization.
৭। আধুনিক সমাজৰ চাৰিটা বৈশিষ্ট্য লিখা।
Write four characteristics of modern society.
৮। পশ্চিমীয়াকৰণ কি?
What is westernization?
৯। পশ্চিমীয়াকৰণ এক সংজ্ঞা দাঙি ধৰা।
Giva a suitable definition of westernization.
১০। পশ্চিমীয়াকৰণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
Mention two characteristics of westernization.
১১। ভাৰতীয় সমাজত পশ্চিমীয়াকৰণৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা।
Discuss the impact of westernization on Indian society.
১২। আধুনিকীকৰণ আৰু পশ্চিমীয়াকৰণৰ পার্থক্য বিচাৰ কৰা।
Distinguish between modernization and westernization.
১৩। চমুটোকা লিখা (Write short notes)
(ক) আধুনিকীকৰণৰ আৰুপাঠ্যক্রম (Modernization and curriculum)
(খ) আধুনিকীকৰণ আৰু শিক্ষক (Modernization and teacher)
(গ) আধুনিকীকৰণত শিক্ষাৰ ভূমিকা (Role of education in modernization)
Type Himanku Bora