শিক্ষা আৰু সামাজিক পৰিবৰ্তন (Education and Social Change) | Chapter 4 | B.A 2nd Sem Education Question and Answer Assamese Medium | TDC 2nd Semester Education Major Book Solution Question Answer | B.A 2nd Sem Education Honours Suggestion Question and Answer Notes Solution Assamese Medium | শিক্ষা আৰু সামাজিক পৰিৱৰ্তন পাঠটোৰ প্ৰশ্ন উত্তৰ

শিক্ষা আৰু সামাজিক পৰিবৰ্তন

প্ৰশ্নাৱলী
১। সমাজ পৰিবৰ্ত্তন মানে কি?
What is social change?
২। সমাজ পৰিবৰ্ত্তনৰ এটা গ্ৰহণযোগ্য সংজ্ঞা দিয়া।
Give a suitable definition of social change.
৩। ১৯২২ চনত ডব্লিউ এফ অগ’বাৰ্ণে লিখা পুথিখনৰ নাম লিখা।
Write the name of book written by W.F Ogburn in the year 1922.
৪। কিমান চনত ডব্লিউ. এফ. অগ’বাৰ্ণ “Social change” নামৰ পুথিখন লিখিছিল?
In which year W.F. Ogburn has written the book “Social change”.
৫। সামাজিক পৰিৱৰ্ত্তনৰ দুটা বৈশিষ্ট্য লিখা?
Write two characteristics of social change.
৬। সামাজিক পৰিৱৰ্ত্তনৰ দুটা উপাদান উল্লেখ কৰা।
Mention two characteristics of social change.
৭। সমাজ বিজ্ঞানী মন’ৰোয়ে লিখা কিতাপখনৰ নাম লিখা।
Write the name of the book written by sociologist Monroe.
৮। দুজন ভাৰতীয় শিক্ষাবিদৰ নাম লিখা যিয়ে সামাজিক সমাজৰ পৰিবৰ্ত্তন সাধন কৰিব পাৰিছিল? 
Mention two Indian Education educationists who have brought about changes in the society. 
৯। সামাজিক পৰিবৰ্ত্তনৰ আহিলা সমূহ কি কি? 
What are the agencies of social change.
১০। ভাৰতীয় সমাজ ব্যৱস্থাত শিক্ষাই কিদৰে পৰিবৰ্ত্তন আনিছে চমুকৈ লিখা। 
State briefly how education bring changes in the Indian society. 
১১। শিক্ষা এক সামাজিক পৰিবৰ্তনৰ আহিলা” চমুকৈ লিখা 
“Education is an instrument of social change” -Write briefly.
১২। সামাজিক পৰিবৰ্তনৰ আহিলা বা মাধ্যমসমূহৰ আলােচনা কৰা। 
Discuss the agencies of social change. 
১৩। সামাজিক পৰিবৰ্ত্তনৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা। 
Discuss the characteristics of social change. 
১৪। উইলবার্ট ই মূৰে আগবঢ়োৱা সামাজিক পৰিবৰ্তনৰ বৈশিষ্ট্য সম্পর্কে লিখা়। 
Write about the characteristics of social change as given by Wilbert E. More. 
১৫। সামাজিক পৰিবৰ্ত্তনৰ উপাদানসমূহ আলােচনা কৰা। 
Discuss the various factors of social change. 
১৬। ভাৰতবৰ্ষত সামাজিক পৰিবৰ্তনৰ বাবে শিক্ষাৰ ভূমিকা আলােচনা কৰা। 
Discuss the role of education in bringing social change in the context of India.
Type Himanku Bora