সমাজবিজ্ঞান আৰু শিক্ষা
(i) অতি চমু প্ৰশ্ন (Very Short Questions)
১। সমাজবিজ্ঞান কি?
What is Sociology?
Answer-
২। সমাজবিজ্ঞানৰ পিতৃ কোন?
Who was the father of Sociology?
Answer-
৩। শিক্ষা সমাজবিজ্ঞান কাক বোলে?
Who was educational Sociology?
Answer-
৪। শিক্ষা সমাজবিজ্ঞানৰ পিতৃ কোন?
Who was the father of educational sociology?
Answer-
৫। ‘The Principles of Educational sociology’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
Who was the author of the book ‘The Principles of Educational sociology’?
Answer-
৬। প্ৰাথমিক সমূহৰ এটা উদাহৰণ দিয়া।
Give an example of primary group.
Answer-
৭। ছামনাৰৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
What is the name of Summer’s renowned book?
Answer-
৮। সমূহ মানে কি?
What is group?
Answer-
৯। সামাজিকৰণ কি?
What is socialisation?
Answer-
১০। সমূহৰ এটা বৈশিষ্ট্য় লিখা।
Write a characteristic of group?
Answer-
(ii) চমু প্ৰশ্ন (Short Questions)
১। সমাজ বিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে লিখা।
Write about the nature of Sociology.
Answer-
২। শিক্ষা সমাজবিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে লিখা।
Write about the nature of educational sociology.
Answer-
৩। শিক্ষা সমাজবিজ্ঞান কিয় গুৰুত্বপূৰ্ণ?
Why educational sociology is important?
Answer-
৪। সামাজিক সমূহৰ পাঁচটা বৈশিষ্ট্য় লিখা।
Write five characteristics of social group.
Answer-
৫। জেমচ্ ড্ৰেভাৰৰ সমূহৰ শ্ৰেণীবিভাজন বৰ্ণনা কৰা।
Explain the classification of group of James Drever.
Answer-
৬। প্ৰাথমিক সমূহ কি প্ৰয়োজনীয়?
Why Primary group is important?
Answer-
৭। মাধ্যমিকসমূহ কিয় প্ৰয়োজনীয়?
Why Secondary group is important?
Answer-
৮। সামাজিককৰণৰ বৈশিষ্ট্য়বোৰ লিখা।
Write the features of Socialisation.
Answer-
(iii) দীঘল প্ৰশ্ন (Long Questions)
১। সমাাজবিজ্ঞান কি? সমাজবিজ্ঞানৰ পদ্ধতিবোৰ আলোচনা কৰা।
What is sociology? Discuss the methods of sociology.
Answer-
২। শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰ বৰ্ণনা কৰা।
Explain the scope of educational sociology.
Answer-
৩। শিক্ষা আৰু সমাজবিজ্ঞানৰ মাজৰ সম্বন্ধ আলোচনা কৰা।
Discuss the relationship between education and sociology.
Answer-
৪। সমূহৰ প্ৰকাৰবোৰ কি কি? আলোচনা কৰা?
What are the types of group? Discuss.
Answer-
৫। প্ৰাথমিক সমূহ আৰু মাধ্যমিক সমূহৰ বিষয়ে বৰ্ণনা কৰা।
Explain about the primary group and secondary group.
Answer-
৬। সমাজিকৰণৰ মাধ্যম স্বৰূপে শিক্ষাৰ বিষয়ে লিখা।
Write about education as a process of socialistation.
Answer-
Type: Chinmay Kakati