ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ | Chapter 1 (b) | Traditions of Political Theory | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Notes

ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ প্ৰশ্নাৱলী (Questions)
1.

(B) (i) উদাৰতাবাদী (Liberalism)                                                                                                                   ১. নিম্নতম ক্ষমতাসম্পন্ন ৰাষ্ট্ৰৰ ধাৰণাটোৰ বিকাশ কোনে কৰিছিল?

Who did develope the idea of ‘minimal state’?
২. Friedrick Hayek-এ ৰচনা কৰা গ্ৰন্থ এখনৰ নাম লিখা?
Write the name of one book written by Friedrick Hayek.
৩. ‘Open Society and its Enemies’ নামৰ গ্ৰন্থখনৰ লিখক কোন?
Who is the author of the book “Open Society and its Enemies”?
৪. উদাৰতাবাদৰ পৃষ্ঠপোষক বুলি কাক কোৱা হয়?
Who is regarded as the propounder of liberalism?
৫. সনাতন উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of classical liberalism.
৬. আধুনিক উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of modern liberalism.
৭. নব্য-উদাৰতাবাদৰ বিষয়ে এটি টোকা লিখা।
Write a note on Neo-liberalism.
৮. আধুনিক উদাৰতাবাদৰ বিষয়ে আলোচনা কৰা।
Discuss about modern liberalism.
৯. সনাতন উদাৰতাবাদৰ বিষয়ে আলোচনা কৰা।
Discuss about classical liberalism.
১০. উদাৰতাবাদৰ ওপৰত এটি সমালোচনাত্মক টোকা লিখা।
Write a critical note on liberalism?
১১. উদাৰতাবাদ কি? উদাৰতাবাদৰ বিভিন্ন পৰ্যায় আলোচনা কৰা। 
What is liberalism? Discuss different phrase of liberalism?
1. B(ii) মাৰ্ক্সবাদ (Marxism)
১. ‘Communist Manifesto’ ৰ লিখক কোন?
Who is the author of ‘Communist Manifesto’?
২. ‘Das Capital’ গ্ৰন্থখন কোনে লিখিছিল?
Who wrote the book ‘Das Capital’?
৩. বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন?
Who is the father of scientific socialism?
৪. কাল্পনিক সমাজবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of Utopian Socialism.
৫. উদ্ধৃ মূল্য তত্ত্ব সম্পৰ্কে এটি টোকা লিখা।
Write a note on the theory of Surplus Value.
৬. মাৰ্ক্সবাদ বুলিলে কি বুজা? ইয়াৰ মূল সূত্ৰসমূহ আলোচনা কৰা।
What do you mean by Marxism? Discuss its main tanets.
৭. দন্দ্বাত্মক বস্তুবাদ সম্পৰ্কে কাৰ্লমাৰ্ক্সৰ মতামত আলোচনা কৰা।
Discuss Karl Marx’s views on Dialectical Materialism.
৮. শ্ৰেণী সংগ্ৰামৰ তত্ত্বটো ব্যাখ্যা কৰা।
Explain  the theory of class struggle.
৯. নব্য-মাৰ্ক্সবাদ কি? ব্যাখ্যা আগবঢ়োৱা।
What is New-Marxism?一 Expalin
১০. ৰাজনৈতিক তত্ত্ব হিচাপে মাৰ্ক্সবাদৰ সমালোচনাত্মক আলোচনা কৰা।
Critically discuss Marxism as a political theory.
1.B(iii) নৈৰাজ্যবাদ (Anarchism)
১. ‘Enquiry Concerning Political Justice’ কোনে লিখিছিল?
Who wrote ‘Enquiry Concerning Political Justice’?
২. ১৯৭০ চনত কোনে ‘In Defence of Anarchism’ গন্থখন লিখিছিল?
Who wrote the book ‘In Defence of Anarchism’ in 1970.
৩. ব্যক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদৰ দুজন সমৰ্থকৰ নাম লিখা।
Name two supporters of liberatarian anarchism.
৪. দাৰ্শনিক নৈৰাজ্যবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of philosophical anarchism?
৬. ব্যক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদৰ বিষয়ে এটি টোকা লিখা। 
Write a note on libertarian anarchism.
৭. ‘বৈপ্লৱিক নৈৰাজ্যবাদ’, ‘নৈৰাজ্য-সংস্থাবাদ’ আৰু সুস্থিৰ বা প্ৰশান্ত নৈৰাজ্যবাদ’ৰ ওপৰত চমুটোকা লিখা।
Write short notes on ‘Revolutionary Anarchism’, ‘Anarcho-Syndicalism’ and ‘Pacific Anarchism’.
৮. নৈৰাজ্যবাদ কি? বিভিন্ন নৈৰাজ্যবাদী ৰাজনৈতিক চিন্তাধাৰাৰ বিষয়ে আলোচনা কৰা।
What is Anarchism? Discuss different anarchist political traditions.
1.B(iv) ৰক্ষণশীলতাবাদ(Conservatism)
১. ‘Conservatism’ শব্দটো কোনে নামাকৰণ কৰিছিল?
Who coined the term ‘Conservatism’?
২. Edmund Burke ৰক্ষণশীলতাবাদৰ এগৰাকী সমৰ্থক হয়নে নহয় কোৱা?
Edmund Burke was a supporter of conservatism. State ‘Yes’ or ‘no’?
৩. ‘সংৰক্ষণৰ বাবে পৰিৱৰ্তন’一 কথাষাৰ কোনে কৈছিল?
“Change in order to conserve”一 Who said this?
৪. ৰক্ষণশীল আদৰ্শক অনুসৰণ কৰা দুটা ৰাজনৈতিক দলৰ নাম লিখা।
Name two political parties that follow conservative idealogy.
৫. ৰক্ষণশীলতাবাদৰ সৈতে জড়িত দুগৰাকী চিন্তাবিদৰ নাম লিখা।
Name two political thinkers associated with conservatism.
৬. ৰক্ষণশীলতাবাদৰ দুটা প্ৰকাৰ উল্লেখ কৰা।
Name two variants of conservatism.
৭. ৰক্ষণশীলতাবাদৰ বিভিন্ন প্ৰকাৰৰ ওপৰত এটি চমু টোকা লিখা।
Write a short note on different forms of convervatism.
৮. ৰক্ষণশীল ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু বিকাশ বৰ্ণনা কৰা।
Explain the origin and devolopment of conservative political theory.
৯. ৰক্ষণশীল ৰাজনৈতিক তত্ত্ব কি? ইয়াৰ মূল কথাবোৰ আলোচনা কৰা।
What is conservative political theory? Discuss its basic points.
১০. ৰাজনৈতিক তত্ত্বত ৰক্ষণশীল পৰম্পৰা সম্পৰ্কে আলোচনা কৰা।
Discuss the conservative traditions in political theory. Type: Parishmita Hazarika.