নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে লিখা?

উত্তৰঃ – ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ল নিৰাপত্তা পৰিষদ। ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয়। আৰম্ভণিতে ৫ জন স্হায়ী সদস্য আৰু ৬জন অস্হায়ী সদস্য মুঠ ১১ জন সদস্যৰে নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল।