মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতি (Fundamental Rights and the Directive Principles) | Chapter 1 (4) | B.A 1st Semester Political Science Question and Answer Solution Assamese Medium | TDC 1st Semester Gauhati University Political Science Notes and Suggestion Question and Answer Solution Assamese Medium | B.A 1st Semester Political Science Gauhati University Notes and Suggestion Question and Answer Solution Assamese Medium | মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতি পাঠটোৰ প্ৰশ্ন উত্তৰ

১। ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

Mention the Characteristics of the Fundamental Rights as laid down in the Indian Constitution.

২। ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা।

Discribe the Fundamental Rights of the Indian citizens.

৩। ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰবোৰ আলোচনা কৰা। এইবোৰ কেনেকৈ সুৰক্ষিত কৰা হয়?

Discuss the fundamental Rights of the Indian Constitution. How are they safeguarded?

৪। যুক্তিসংগত সীমাবদ্ধতাৰ লগত সংগতি ৰাখি স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা। (Discuss the Right to Freedom highlighting the reasonable restrictions attachedto it.)

৫। ভাৰতত নাগৰিকৰ অধিকাৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত মৌলিক অধিকাৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

Discuss the role of Fundamental Rights in protection and promotion of rights of citizens in India.

৬। ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ এটি মূল্যায়ন কৰা।

Make an Evaluation of the Fundamental Rights of the I ndian citizens.

৭। মৌলিক কৰ্তব্যসমূহৰ সাংবিধানিক তাৎপৰ্য ব্যাখ্যা কৰা।

Explain the Constitutional Significance of the Fundamental Duties.

৮। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ বাস্তবায়ন কৰিবলৈ লোৱা ভাৰতীয় ৰাষ্ট্ৰ (State)ৰ পদক্ষেপলসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the intiiatives of the State in implementing the Directive Principles of State Policy.)

৯। ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্যসমূহ কি কি?

What are the Fundamental Duties of the Indian Citizens?

১০। মৌলিক অধিকাৰৰ সাংবিধানিক মৰ্যাদা সম্পৰ্কে আলোচনা কৰা।

Discuss the Constitutional Status of the Fundamental Rights.

১১। সম্পত্তিৰ অধিকাৰৰ বিষয়ে এটি টোকা লিখা। (Write a notes on Right to Property)

১২। স্বাধীনতাৰ অধিকাৰৰ বিষয়ে এটি টোকা লিখা। (Write a note on Right to Freedom.)

১৩। নিৰ্দেশক নীতিবোৰৰ অৰ্থ আৰু উদ্দেশ্য ব্যাখ্যা কৰা।

Explain the Meaning and objectives of the Directive Principles.

১৪। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰৰ বৈশিষ্ট্য আলোচনা কৰা।

Discuss the differences between the Fundamental Rights and the Directive Principles.

১৫। মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিবোৰৰ মাজত থকা পাৰ্থক্যসমূহ দৰ্শোৱা।

Show the differences between the Fundamental Rights and the Directive Principles.

১৬। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰশংগিকতা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

Discuss the relevance and importance of Dirextive Principles of State Policy.

১৭। নিৰ্দেশক নীতিবোৰৰ সাংবিধানিক তাৎপৰ্য ব্যাখ্যা কৰা।

Explain the constitutional significance of the Directive Principles.

১৮। নিৰ্দেশক নীতিবোৰ ৰাষ্ট্ৰই কিমানদূৰ কাৰ্যকৰী কৰিছে?

How far the Directive Principles have been implemented by the State?

১৯। নিৰ্দেশক নীতিবোৰৰ আসোঁৱাহক আঙুলিয়াই দিয়া।

Point out the drawbacks of the Directive Principles.

২০। নিৰ্দেশক নীতিবোৰ বলৱৎ কৰি ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰত ৰূপান্তৰিত কৰিব পৰা যাব নে?

Can India be converted into a Welfare State by the implementation of the Directive Principles?

২১। ভাৰতত কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰাত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰাসঙ্গিকতাৰ বিষয়ে আলোচনা কৰা।

Discuss the relevance of Directive Principles of State Policy in evolution of Welfare State in India.

২২। চমু টোকাঃ (ক) বন্দী প্ৰত্যক্ষীকৰণ (খ) সমান নাগৰিক সংহিতা

২৩। ভাৰতীয় সংবিধানত ১১ টা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে। (There are eleven Fundamental Duties incorporated in the Indian Constitution.)

২৪। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে? (In which article of the Indian Constitution the Rights to Property is included?)

Type Himanku Bora