ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইজন স্থায়ী সদস্য আছে?

উত্তৰঃ  স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাচিয়া, ফ্রান্স, ইংলেণ্ড আৰু চীনদেশ। নিৰাপত্তা পৰিষদৰ আন ১০ গৰাকী সদস্যক সাধাৰণ সভাই দুই বছৰৰ কাৰণে নিৰ্বাচিত কৰে।