প্ৰস্তাৱনা আৰু সংবিধানৰ মূল বৈশিষ্ট্যসমূহ (The Preamble and Major Features of the Constitution) | Chapter 1 (3) | B.A 1st Semester Political Science Question and Answer Solution Assamese Medium | TDC 1st Semester Political Science Gauhati University Question and Answer Notes and Suggestion Solution Assamese Medium | B.A 1st Semester Political Science Gauhati University Question and Answer Notes and Suggestion Solution Assamese Medium | প্ৰস্তাৱনা আৰু সংবিধানৰ মূল বৈশিষ্ট্যসমূহ পাঠটোৰ প্ৰশ্ন উত্তৰ

১। প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ অবিচ্ছেদ্য অংগ হয়নে?

Is the Preamble of the Indian Constitution integral part of the constitution?

২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত আদৰ্শ আৰু আকাংখ্যাসমূহৰ বিষয়ে মন্তব্য দিয়া।

Comet on the ideals and aspirations expressed in the preamble of the Indian Constitution.

৩। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰাসংগিকতা পৰীক্ষা কৰা।

Examine the relevance of the Preamble of the Indian Constitution.

৪। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা আলোচনা কৰা আৰু ইয়াৰ তাৎপৰ্য লিখা।

Discuss the Preamble in the Indian Constitution and write its significance.

৫। ভাৰতীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য অনুধাৱন কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱনাৰ প্ৰাসংগিকতা আলোচনা কৰা।

Discuss the relevance of the Preamble of the Indian Constitution in understanding the aims and objectives of the constitution.

৬। ভাৰতৰ সংবিধানৰ উদ্দেশ্য আৰু দৰ্শন ব্যাখ্যা কৰা।

Explain the objectives and the philosophy of the constitution of the.

৭। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ‘একতা’ আৰু ‘সংহতি’ শব্দকেইটাৰ অৰ্থ কি বুজা?

What do you understand by the terms ‘unity’ and ‘integrity’ as mentioned in the Preamble of the Indian Constitution.

৮। ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the salient features of the Indian Constitution.

৯। চমু টোকাঃ

(ক) ধৰ্মনিপেক্ষতাবাদ 

(খ) ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ

১০। তলত উল্লিখিত কোনটো বিচাৰে ‘মৌলিক গাঁথনি নীতি’ৰ উদ্ভাৱন কৰিছিল? (Which of the following casses formally introduced the ‘Bassic Structure Doctrine’?)

(i) গোলোকনাথ বিচাৰ

(ii) কেশৱানন্দ বিচাৰ

(iii) মিনাৰ্ভা মিলচ বিচাৰ

১১। তলত উল্লিখিত প্ৰস্তাৱনা (Preamble)ৰ কোনটো ক্ৰম শুদ্ধ? (Which of the following is the correct sequence of the Preamble?)

(i) সাৰ্বভৌম, সামাজিক, গণতান্ত্ৰিক, গণৰাজ্য।

(ii) সাৰ্বভৌম, ধৰ্মনিৰপেক্ষ, সামাজিক, গণতান্ত্ৰিক, গণৰাজ্য

(iii) সাৰ্বভৌম, সামাজিক, গণৰাজ্য, গণতান্ত্ৰিক

Type Himanku Bora