ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য বা পৰম্পৰাসমূহ | Chapter 2 | Unit 1 | B.A First Semester Political Science Question Answer Assamese Medium | TDC First Semester Political Science Suggestion | First Semester Political Science Solution | First Semester Political Science Free Question Answer Notes | ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য বা পৰম্পৰাসমূহ এই পাঠটো প্ৰশ্ন আৰু উত্তৰ | ড° কপেশ চন্দ্ৰ পাল, অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক ড° ৰাতুল চন্দ্ৰ কলিতা ড° গৌতম চন্দ্ৰ ৰয় |


Chapter-2 
ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য বা পৰম্পৰাসমূহ

1. ৰক্ষণশীলতাবাদ শব্দটো প্ৰথমে কোনে উল্লেখ কৰিছিল। Who First coined the tern ‘conservatism.’

2. ৰক্ষণশীলতাবাদৰ দুজন সমৰ্থকৰ নাম উল্লেখ কৰা। Mention the name of two supporters of conservatism.

3. ৰক্ষণশীল তাবাদ কি? ইয়াৰ মূল উপাদান আৰু বিশেষত্বসমূহ চমুকৈ আলোচনা কৰা।What is conservatism? Discuss its main elements or fundametals.

4. ৰক্ষণশীলতাবাদৰ বিভিন্ন প্রকাৰ সম্পর্কে আলােচনা কৰা। Discuss about different types of conservatism. 

5. ৰক্ষণশীলতাবাদ সম্পর্কে ডেভিদ হিউম আৰু এডমাণ্ড বার্কৰ ধাৰণা আগবঢ়োৱা। Briefly outline the philosophical argument of conservatism as advanced by David Hume and Edmund Burke.
6. “Enquiry Concerning Political Justice ” কিতাপখনৰ লিখক কোন? Who wrote the book “ Enquiry Concerning Political Justice”. 

7. নৈৰাজ্যবাদৰ পিতৃ হিচাপে কাক অভিহিত কৰা হয়? Who is regarded as Father of Anarchism?

 8. “Using Political Ideas” কিতাপখনৰ লেখক কোন?Who worte the book ” Using Political Ideas”.

9. নৈৰাজ্যবাদৰ দুজন সমৰ্থকৰ নাম লিখা?Name two Surpportors of Anarchism?
10.  ”সজাগতা, যি নিসংগতাৰে প্ৰায়েই পৰিপূৰ্ণ, ই অশান্তি মূল কাৰণ।”কথাষাৰ কোনে কৈছিল?”Caonsciousness, which is often alienated, is the source of our oppression” Who said this?
11. নৈৰাজ্যবাদৰ আশীৰ্বাদ ধাৰণাৰ প্ৰৱৰ্ত্তক কোন?Who developed the concept of Blessedness of Anachy?
12. নৈৰাজ্যবাদৰ ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যসমূহৰ সমালোচনত্মাক আলোচনা আগবঢ়োৱা Critically examine features of Anachist Political Theory 
13. সুস্থিৰ নৈৰাজ্যবাদৰ ধাৰণাটো ব্যাখ্যা কৰা। Explain the concept of Pacific Anarchism. 
14. “Anarchy, State and Utopia”  গ্ৰন্থৰ লেখক কোন? Who is the author of the book” Anarchy , State and Utopia”.
15. “ Law , Legislation and Liberty ” নামৰ গ্ৰন্থৰ লেখক কোন? Who is the author of the book” Law, Legislation and Liberty”.
16. “ Community , Anarchy and Liberty ” নামৰ গ্ৰন্থৰ লেখক কোন ? Who is the author of the book “ Community, Anarchy and Liberty”.
17. কোনজন চিন্তাবিদক উদাৰতাবাদৰ পিতৃ বুলি কোৱা হয়? Who is regarded as father of Liberalism.
18. চুক্তিপক্ষতাৰ দুখন সমর্থকৰ নাম উল্লেখ কৰা? Name two supporters of Contractualism. 
19. সনাতন উদাৰতাবাদৰ দুজন সমর্থকৰ নাম উল্লেখ কৰা? Name two supporter of classical liberalism. 
20. উপযােগিতাবাদৰ দুজন প্রবক্তাৰ নাম উল্লেখ কৰা? Name two supporter of utilitarianism.
21. উদাৰতাবাদৰ চাৰিটা ঘাই বিশেষত্ব উল্লেখ কৰা।Mention four fundamental attributes of Liberalism. 
22. মাৰ্ক্সবাদ আৰু উদাৰতাবাদৰ সংজ্ঞা দিয়া। এই দুয়োৰে মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা। Define Marxism and Liberalism. Explain the differences Between the two.
23. ৰাজনৈতিক আৰ্দশ হিচাপে উদাৰতাবাদৰ সমীক্ষাত্মক মূল্যয়ন আগবঢ়োৱা।Give a Critical evaluation of Liberal theory in Political discourse. 
24. ”A theory of Justice” কিতাপখনৰ লেখক কোন?Who is author of the book ”A theory of Justice”.

25. ”যি ৰাষ্ট্ৰই কমকৈ শাসন কৰে সেয়ে উৎকৃষ্ট ৰাষ্ট্ৰ।” কথাষাৰ কৈছিল?”That Government is the best which serves the least.”-Whose statement is this? 
26. ”Acquisitive Society” গ্ৰন্থখনৰ লেখক কোন?Who is the author of the book ”Acquisitive Society.”
27. গণতান্ত্ৰিক সমাজবাদৰ মূল বিশেষত্ববোৰ আলোচনা কৰা?Discuss the main tenets of Democratic Socialism. 

28. “ Das Capital ” গ্রন্থৰ লেখক কোন? Who is author of the book” Das Capital ”. 
29. নৱ – মার্ক্সবাদ কি? চমুকৈ আলােচনা কৰা? What is Neo – Marxism. Discuss briefly. 
30. নৱ – মার্ক্সবাদৰ দুজন প্রবক্তাৰ নাম উল্লেখ কৰা। Mention the name of two supporter of Neo – Marxism.
31. নৈৰাজ্যবাদৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকৃতি আৰু উদ্দেশ্য সম্পর্কে ব্যাখ্যা কৰা। Define Anarchism. Discuss the nature and objectives of Anarchism. 
32. ৰাজনৈতিক চিন্তাধাৰা হিচাপে নৈৰাজ্যবাদৰ আলােচনা কৰা। Discuss Anarchism as a Political Ideology . 
33. দার্শনিক নৈৰাজ্যবাদৰ সম্পর্কে আলােচনা কৰা। Discuss about Philosophical anarchism. 
34. মুক্ত বজাৰ ব্যৱস্থাৰ নৈৰাজ্যবাদ বা ব্যক্তি স্বতন্ত্র নৈৰাজ্যবাদৰ বিষয়ে আলােচনা কৰা। Discuss about Free Market Anarchism or Liberlarian Anarchism. 35. প্রউধনৰ নৈৰাজ্যবাদী ধাৰণাটো ব্যাখ্যা কৰা। Explain Proudhan’s concept of socialist Anarchism.
36. বৈপ্লৱিক নৈৰাজবাদৰ সম্পর্কে মাইকেল বাকুলিননৰ ধাৰণা আগবঢ়োৱা। Explain Bakunin’s idea about revolutionary Anarchism 

37. চমু টোকা লিখা?(a) নৈৰাজ্য সমসংঘবাদ ( Anarcho Syndicalism ) (b) ঐতিহাসিক বাস্তবাদ ( Historical Materialism )Type- Nayan Jyoti Bordoloi