পাঠ্যক্ৰম (Curriculum) | Chapter 3 | TDC 1st Semester B.A Education (Curriculum) Major Solution Assamese Medium | B.A 1st Semester Education Major Suggestion Question and Answer Notes Assamese Medium | শিক্ষাৰ নীতি তৃতীয় অধ্যায় পাঠ্যক্ৰম প্ৰশ্ন উত্তৰ ম (Curriculum) | Chapter 3 | TDC 1st Semester B.A Education (Curriculum) Major Solution Assamese Medium | B.A 1st Semester Education Major Suggestion Question and Answer Notes Assamese Medium | শিক্ষাৰ নীতি তৃতীয় অধ্যায় পাঠ্যক্ৰম প্ৰশ্ন উত্তৰ

Back——————————————————————-পাঠ্যক্ৰম (Curriculum) | Chapter 3 |
TDC 1st Semester B.A Education (Curriculum) Major Solution Assamese Medium ——————————————————————-
পাঠ্যক্ৰমপ্ৰশ্নৱালী
(i) অতি চমু প্ৰশ্ন
১। ‘Currer’ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?From which language did the word ‘Currere’ derive? ২। ‘Currere’ শব্দটোৰ অৰ্থ লিখা।Write the meaning of the word ‘currer’.৩। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া।Define curricului.৪। মনৰোৰ পাঠ্যক্ৰমৰ সংজ্ঞাটো লিখা।Write the defination of curriculum according to Monero.(ii) চমু প্ৰশ্ন
১। পাঠ্যক্ৰম বুলিলে কি বুজা?What do you mean by curriculum?

২। পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ উল্লেখ কৰা। Mention the types of curriculum.

৩। সহঃপাঠ্যক্ৰম কাৰ্যসূচী কাক বোলে?What is co-curricular activities?

৪। অধ্যয়ণৰ সহ-সম্বন্ধ বুলিলে কি বুজা?What do you mean by correlation of students.

৫। অধ্যয়ণৰ সহ-সম্বন্ধৰ প্ৰকাৰবোৰ লিখা।Write the types of co-relation of students

.(ii) দীঘল প্রশ্ন

 ১। পাঠ্যক্রম কাক বােলে? পাঠ্যক্রম প্রস্তুতিৰ সাধাৰণ নীতি সমূহ লিখা। What is curriculum? Write the general principles of curriculum construction. 

২। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া । পাঠ্যক্ৰমৰ প্রয়ােজনীয়তা আৰু গুৰুত্ব সম্পর্কে লিখা। Define curriculum. Discuss the need and importance of curriculum. 

৩। মাধ্যমিক স্তৰৰ পাঠ্যক্রম প্রস্তুতিৰ নীতিবােৰ আলােচনা কৰা। Discuss the principles of curriculum construction at secodary level. 

৪। প্রচলিত পাঠ্যক্ৰমৰ দোষ-ত্রুটিসমূহ আলােচনা কৰা। Discuss the defects of the existing curriculum. 

৫। অধ্যয়ণৰ সহঃসম্বন্ধ কাক বােলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলােচনা কৰা। What is correlation of studies? Discuss the types of correlation of studies. 

৬। অধ্যয়ন সহঃসম্বন্ধৰ প্রয়ােজনীয়তা সম্পর্কে আলােচনা কৰা। Discuss the need of correlation of studies. 

৭। অধ্যয়ণৰ সহঃসম্বন্ধৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰা। Explain the merits and demerits of correlation of studies. 

৮। সহঃপাঠ্যক্রম কাৰ্য্যসূচী কাক বােলে? শিক্ষণত সহঃপাঠ্যক্রম কাৰ্যসূচীৰ প্রয়ােজনীয়তা বর্ণনা কৰা। What is Co curricular activities? Explain the importance of co-curricular activities in Education. 

৯। সহঃ পাঠ্যক্রম কাৰ্যসূচীৰ বিভিন্ন প্রকাৰসমূহ বর্ণনা কৰা। Explain the various types of co-curricular activities. 

১০। অধ্যয়ণৰ সহঃসম্বন্ধৰ সীমাৱদ্ধতাসমূহ লিখা। Write the limitation of correlations of studies.

 ১১। চমুটোকা লিখাঃ Write short note: 

(i) শিশুকেন্দ্রিক পাঠ্যক্রম Child centric curriculum. 

(ii) কর্মকেন্দ্রিক পাঠ্যক্রম Activity centred curriculum 

(iii) পাঠ্যক্ৰমৰ কার্যাৱলী Functions of curriculum

 (iv) অধ্যয়ণৰ সহঃসম্বন্ধ নীতিসমূহ Principles of correlation of studies.

 (v) সহঃপাঠ্যক্রম কাৰ্যসূচীৰ গুৰুত্ব Importance of co-curricular activities.

Type Himanku Bora