শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education) Answer | Chapter 2 | TDC 1st Semester Education Major Book Solutions | B.A 1st Semester Major Education Question Answer | B.A 1st Sem Education Major Suggestion Question Answer Notes Solution Assamese medium | B.A Education CBCS Honours Book

Back
শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education) Answer | Chapter 2 | TDC 1st Semester Education Major Book Solutions | B.A 1st Semester Major Education Question Answer | B.A 1st Sem Education  Major  Suggestion Question Answer Notes Solution Assamese medium | B.A Education CBCS Honours Book
শিক্ষাৰ লক্ষ্যসমূহপ্ৰশ্নৱালী
(I) চমু প্ৰশ্ন (Short questions)
১। শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? What is the need of aims of education?

 ২। শিক্ষাৰ লক্ষ্যক প্ৰভাৱিত কৰা দুটা কাৰক উল্লেখ কৰা।Mention two factors which influenced aims of education.

৩। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য বুলিলে কি বুজা? What do you mean by individual aim of education. 

৪। শিক্ষাৰ সামাজিক লক্ষ্য কি? What is social aim of education? 

৫। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? What do you mean by vocational aim of education? 

৬। শিক্ষাৰ উদাৰনৈতিক লক্ষ্য কি? What is liberal aim of education? 

৭। শিক্ষাৰ গণতান্ত্রিক লক্ষ্য কি? What is democratic aim of education? 

৮। শিক্ষাৰ সুনাগৰিকত্বৰ লক্ষ্য বুলিলে কি বুজা? What do you mean by citizenship aim of education?

 ৯। শিক্ষাৰ নৈতিক লক্ষ্য কি? What is moral aim of education. 

১০। শিক্ষাৰ পূর্ণ জীৱন-যাপনৰ লক্ষ্য বুলিলে কি বুজা? What do you mean by complete living aim of education? 

১১। গণতান্ত্রিক দেশত বৃত্তিমূলক শিক্ষাৰ লক্ষ্যৰ প্রয়ােজনীয়তা কি? What is the need of vocational aim of education in democratic country?

 (II) দীঘলীয়া প্রশ্ন (Long questions) 

১। বৃত্তিমূলক শিক্ষাৰ লক্ষ্য বুলিলে কি বুজা? এই লক্ষ্যৰ সবলতা আৰু দুর্বলতাৰ দিশসমূহ আলােচনা কৰা। What do you mean by vocational aim of education? Discuss the merits and demerits of this aim.  

২। শিক্ষাৰ লক্ষ্যক প্ৰভাৱিত কৰা দিশসমূহ আলােচনা কৰা। Discuss the factors that influence the aims of education. 

৩। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য কি? ইয়াৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা। What is individual aim of eduction? Discuss the mertis and demerits of this aim. 

৪। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা। Discuss the merits and demerits of social aim of education. 

৫। শিক্ষাৰ উদাৰনৈতিক লক্ষ্যৰ সবলতা আৰু দুর্বলতাসমূহ আলােচন কৰা। Discuss the merits and demerits of liberal aim of education. 

৬। বৃত্তিমূলক শিক্ষাৰ লক্ষ্য আৰু উদাৰনৈতিক শিক্ষাৰ লক্ষ্যৰ মাজৰ পাৰ্থক্যসমূহ কি কি? What are the differences between vocational aim of education and liberal aim of education.

 ৭। শিক্ষাৰ গণতান্ত্রিক লক্ষ্যৰ বিষয়ে আলােচনা কৰা। Discuss about democratic aim of education. 

৮। শিক্ষাৰ সুনাগৰিকত্বৰ লক্ষ্যৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা। Discuss the merits and demeits of citizenship aim of education. 

৯। শিক্ষাৰ নৈতিক লক্ষ্যৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা। Discuss the merits and demerits of moral aim of education. 

০। শিক্ষাৰ পূর্ণ জীৱন-যাপনৰ লক্ষ্যৰ সবলতা আৰু দুর্বলতাসমূহ আলােচনা কৰা। Discuss the merits and demerits of complete living aim of education.Type Himanku Bora