শিক্ষাৰ অৰ্থ আৰু ধাৰণা (Meaning and concept of Eduction) | TDC 1st Semester Principles of Education Book Question and Answer Assamese Medium | B.A 1st Sem Principles of Education Book Solution

Back

শিক্ষাৰ অৰ্থ আৰু ধাৰণা (Meaning and concept of Eduction) | TDC 1st Semester Principles of Education Book Question and Answer Assamese Medium | B.A 1st Sem Principles of Education Book Solution

শিক্ষাৰ অৰ্থ আৰু ধাৰণা

প্ৰশ্নাৱলী

(i) অতি চমু প্ৰশ্ন (Very Short Question)

১। শিক্ষা কি? 

What is Education?

উত্তৰঃ 

২। শিক্ষাৰ সংজ্ঞা দিয়া।

Define education.

উত্তৰঃ

৩। সংকীৰ্ণ অৰ্থৰ শিক্ষা মানে কি? 

What is narrow meaning of education? 

উত্তৰঃ 

৪। ব্যাপক অৰ্থৰ শিক্ষা মানে কি? 

What is wide meaning of education? 

উত্তৰঃ 

৫। ‘শিক্ষাক দ্বি-পাক্ষিক প্ৰক্ৰিয়া’ -কথাষাৰ কোনে কৈছিল? 

‘Education is bio-polar process’ -Who said this? 

উত্তৰঃ 

৬। আনুষ্ঠানিক শিক্ষা কাক বোলে? 

What is formal Education? 

উত্তৰঃ 

৭। অনানুষ্ঠানিক শিক্ষা কি? 

What is informal education? 

উত্তৰঃ 

৮। অগতানুগতিক শিক্ষা কি? 

What is non-formal education? 

উত্তৰঃ 

৯। দ্বি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ দুটা কি কি? 

What are the two poles of education in bio-polar process? 

১০। ত্ৰি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ কেইটা কি কি?

What are the three poles of education in tri-polar process?

(ii) চমু প্ৰশ্ন (Short Question)

১। শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ লিখা।

Writ the etymological meaning of education.

২। শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্যবোৰ লিখা। 

Write the characteristics of narrow meaning of edcation.

৩। ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of broad meaning of edcation.

৪। শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

Mention five characteristics of edcation. 

৫। আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য পাঁচটা লিখা।

Write five characteristics of formal edcation.

উত্তৰঃ 

৬। অনানুষ্ঠানিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।

Write five characteristics of informal edcation.

উত্তৰঃ 

৭। অগতানুগতিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।

Write five characteristics of non-formal edcation.

উত্তৰঃ 

৮। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

Write the differences between formal education and informal education.

৯। অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবােৰ লিখা। 

Write the differences between informal and non-formal education. 

১০। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবােৰ লিখা। 

Write the differences between formal and non-formal education. 

১১। সমনীয়াৰ দলৰ শিক্ষামূলক কার্যবােৰ উল্লেখ কৰা। 

Mention the educational functions of peer group. 

১২। অগতানুগতিক শিক্ষাৰ যিকোনাে এটা মাধ্যম বর্ণনা কৰা। 

Explain any one agency of non-formal education. 

(iii) দীঘল প্রশ্ন (Long Question) 

১। শিক্ষাৰ সংজ্ঞা দিয়া আৰু পৰিসৰ বৰ্ণনা কৰা। 

Define education and explain its scope. 

২। শিক্ষাৰ ব্যাপক অর্থ বর্ণনা কৰা। শিক্ষাৰ প্রকৃতি বহলাই আলােচনা কৰা। 

Explain broad meaning of education. Discuss elaborately about the nature of education. 

৩। বিদ্যালয়ৰ কার্যৱলী বর্ণনা কৰা। 

Explain the functions of school. 

৪। অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম স্বৰূপে পৰিয়ালৰ ভূমিকা আলােচনা কৰা। 

Discuss the role of family as an agency of informal education. 

৫। শিক্ষাৰ যিকোনাে এটা গ্রহণযােগ্য সংজ্ঞা বর্ণনা কৰা। 

Explain any one acceptiable definition of education. 

৬। অগতানুগতিক শিক্ষাৰ মাধ্যম স্বৰূপে দূৰত্ব শিক্ষা আৰু মুক্ত শিক্ষাৰ বিষয়ে আলােচনা কৰা। 

Discuss about the distance education and open education as agency of non-formal education. 

৭। শিক্ষাৰ ব্যক্তিগত বিকাশ সাধনৰ কার্যাৱলীবােৰ বহলাই লিখা। 

Write elaborately the functions of individual development of education. 

৮। আত্মােপলব্ধি আৰু সফল জীৱন আহৰণৰ বাবে কৌশলৰ লগত জড়িত শিক্ষাৰ কাৰ্যবােৰ লিখা।

Write the functions of education related with acquisition of skills leading to self- actualisation and successful living. 

৯। শিক্ষাৰ মানৱীয় মূল্যবােধ বিকাশৰ কাৰ্যবােৰ বৰ্ণনা কৰা। 

Explain the function of development of human values in education. 

১০। সামাজিক পৰম্পৰা আৰু সামাজিক প্রগতিৰ লগত জড়িত শিক্ষাৰ কাৰ্যবােৰ কি কি? 

What are the functions of education related with social cohesion and social progress.

উত্তৰঃ 

Type Himanku Bora

অতিৰিক্ত প্ৰশ্ন উত্তৰ (Additional Questions and Answers)