অসমীয়া নাটক আৰু পৰিৱেশন শৈলী গোট ৩ | BA 5th Sem Assamese Major Question Answer | Gauhati University BA 5th Sem ASM-HC-5016 | Download PDF

 অসমীয়া নাটক আৰু পৰিৱেশন শৈলী

গোট ৩

১। অতি চমু প্ৰশ্ন(ক) প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি?
    (খ) ‘বঙাল-বঙালনী’ কাৰ ৰচনা?
    (গ) ‘নীলম্বৰ’ কোন চনত প্ৰকাশ হৈছিল?
    (ঘ) ‘শোণিত কুঁৱৰী’ৰ ৰচয়িতা কোন?
    (ঙ) ‘নীলম্বৰ’ নাটকৰ খলনায়কজনৰ নাম কি?২। চমু প্ৰশ্ন(ক) প্ৰথম অসমীয়া ঐতিহাসিক নাটকখন কোনে কোন চনত ৰচনা কৰিছিল?
    (খ) ‘নীলম্বৰ’ নাটকৰ দুটি নাৰী চৰিত্ৰৰ নাম উল্লেখ কৰা।
    (গ) ‘নাটকৰ আলোকসম্পাত’- কথাষাৰে কি সূচায়?
৩। ৰচনাধৰ্মী প্ৰশ্ন(ক) প্ৰাক্ স্বাধীনতা কালৰ আধুনিক অসমীয়া নাটকৰ এটি ইতিহাস দিবলৈ যত্ন কৰা।    (খ) প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া নাটকৰ পৰিৱেশন শৈলী সম্পৰ্কে এটি টোকা লিখা।
    (গ) ‘নীলম্বৰ’ নাটকৰ কাহিনীৰ উৎস আৰু মৌলিকতা সম্পৰ্কে আলোচনা কৰি এটা প্ৰবন্ধ যুগুত কৰা।    (ঘ) ঐতিহাসিক নাটক হিচাপে ‘নীলম্বৰ’ক বিচাৰ কৰা।
    (ঙ) চৰিত্ৰ বিশ্লেষণ কৰা।
        নীলম্বৰ, নন্দ, শচীপাত্ৰ, চন্দ্ৰাৱলী, ললিতা।
    (চ) নাটকৰ নাট্যৰীতি হিচাপে মঞ্চসজ্জা, আলোকসম্পাত আৰু অভিনয় ৰীতি সম্পৰ্কে লিখি ‘নীলম্বৰ’ত সেইবোৰ কিদৰে প্ৰয়োগ কৰা হৈছে লিখা।
Type: Punya hazarika