চিত্ৰনাট্য নিৰ্মাণঃ সাহিত্যৰ চিত্ৰায়ণ | চতুৰ্থ গোটঃ | BA 3rd Semester ব্যৱহাৰিক অসমীয়া Question Answer | BA 3rd Semester GU Assamese Medium Question Answer Solution |

 চতুৰ্থ গোটঃ 

চিত্ৰনাট্য নিৰ্মাণঃ সাহিত্যৰ চিত্ৰায়ণ

প্রশ্নাৱলী১) চিত্রনাট্য কাক বোলে ?

২) চিত্রনাট্যৰ ইংৰাজী প্ৰতিশব্দ কি ?

৩) চিত্র মানে কি ?

৪) চিত্রনাট্যৰ সংজ্ঞা দিয়া।

(৫) চিত্রনাট্য এখন লিখাৰ প্ৰথম কাম কি

৬) সত্যজিৎ ৰায়ৰ মতে – ‘চিত্রনাট্য’ কি

৭) চিত্রনাট্যৰ শিৰোনাম কাক বোলে ?

৮) দৃশ্য বা দৃশ্যাংশ কাক বোলে ?

৯) সংলাপ কি ? 
১০) আৱহ সংগীত কাক বোলে ?

(১১) চলচ্চিত্র কি ?

১২) উৎপল দত্ত সম্পাদিত চলচ্চিত্র বিষয়ক গ্রন্থ দুখনৰ নাম কি ?

১৩) অসমীয়া চলচ্চিত্র সাহিত্য চৰ্চাৰ প্ৰথমজন ব্যক্তি কোন ? 
১৪) প্রথম অসমীয়া খুহুতীয়া ছবিখনৰ নাম কি ?

১৫) প্রথম অসমীয়া থ্রিলাৰ ছবি কোনখন ?

১৬) ১৯৩১ চনত প্ৰথম ভাৰতীয় হিন্দী টকি চিনেমা ‘ আলম আৰা’ মুম্বাইত প্ৰদৰ্শন কৰা হয়। এই ছবিৰ পৰিচালক কোন আছিল?

১৭) বাংলা প্রথম পূর্ণাঙ্গ চলচ্চিত্ৰৰ নাম কি ?

১৮) কোন চহৰত চলচ্চিত্ৰৰ প্ৰথম উদ্ভৱ হৈছিল ?

১৯) ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ‘ৰাউনাক’ প্রেক্ষাগৃহত কোনখন

ছবিখন প্ৰথম প্ৰদৰ্শন কৰা হৈছিল ?

২০) জয়মতী’ক কেতিয়া গুৱাহাটীত ছবিখন মুক্তি দিয়া হৈছিল ?

২১)ড০ ভূপেন হাজৰিকা পৰিচালিত কোনখন চিনেমা অসমীয়া ছবি জগতৰ প্রথম আধুনিক ধাৰাৰ সূচনা কৰিছিল ?

২২) ফণী শৰ্মা পৰিচালিত কোনখন চিনেমায়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ট ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃত লাভ কৰিছিল ?

২৩) চিত্রনাট্যৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰা।

২৪) চিত্ৰনাট্যৰ উপাদান বা অংগসমূহ কি কি লিখা। ২৫) চিত্ৰনাট্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

২৬) চিত্রনাট্যৰ শ্ৰেণীবিভাগ সম্পর্কে আলোচনা কৰা।

২৭) চিত্রনাট্য গঠন প্রক্রিয়া সম্পর্কে আলোচনা কৰা।

২৮) চিত্রনাট্য নিৰ্মাণৰ স্তৰ সম্পৰ্কে আলোচনা কৰা।

২৯) সংলাপ ৰচনা কাক বোলে ? চলচিত্ৰত সংলাপৰ ভূমিকা কি ? 
৩০) ‘অসমীয়া চলচ্চিত্র সাহিত্য’ প্রবন্ধটিত বিংশ শতিকাৰ ষাঠি দশকলৈকে অসমীয়া চলচ্চিত্র সাহিত্যৰ বিজ্ঞানসন্মত চৰ্চাৰ নোহোৱাৰ কাৰণ তিনিটা উল্লেখ কৰিছে। কি কি কাৰণ উল্লেখ কৰা হৈছে আলোচনা কৰা। ৩১) সাহিত্য সমাজ জীৱনৰ দাপোন। — ব্যাখ্যা কৰা।

৩২) চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখন বৃহৎ পৰিসৰ। — ব্যাখ্যা কৰা।

৩৩) কাহিনী নির্বাচন কৰিবলৈ হ’লে কোনবোৰ বিষয়লৈ মনোনিৱেশ কৰা প্রয়োজন আলোচনা কৰা।

৩৪) চলচ্চিত্র নির্মাণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। ৩৫) চলচ্চিত্ৰৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

৩৬) প্রযোজনাৰ মূল ভাগ পাঁচটা। সেইকেইটা কি কি উল্লেখ কৰা।

৩৭)প্রাক্‌-প্রযোজনা বা প্রাক্‌-নিৰ্মাণ বুলিলে কি বুজা লিখা।

৩৮) পৰিচালক মানে হ’ল কোনো কর্ম সুচাৰুৰূপে পৰিচালনা কৰা আলোচনা কৰা।

৩৯)চলচ্চিত্র নির্মাণত পৰিচালকৰ ভূমিকা কি? ৪০) পৰিচালকৰ কাম বিষয়ে লিখা।

৪১) চলচ্চিত্ৰৰ শ্ৰেণীবিভাগ সম্পর্কে আলোচনা দাঙি ধৰা।

৪২) অসমীয়া চলচ্চিত্র সাহিত্য চৰ্চাৰ বিষয়ে লিখা।

৪৩) চুটি ছবি (Short film) আৰু দীঘল ছবি (Long film) ৰ মাজত থকা পার্থক্যসমূহ লিখা।

৪৪)চলচ্চিত্ৰৰ সূচনা পৰ্ব কেতিয়া আৰু কেনেকৈ হৈছিল লিখা।

৪৫) অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা সম্পৰ্কে আলোকপাত কৰা।

৪৬) অসমীয়া চলচ্চিত্ৰক চাৰিটা যুগত ভাগ কৰিছে। যুগবিভাগ কেইটা কি কি চমুকৈ আলোচনা কৰা।
৪৭) অসমীয়া চলচ্চিত্ৰৰ সোণালী যুগ বুলিলে কি বুজা বহলাই লিখা। ৪৮) সাহিত্যবোধ বিহীন চিনেমাবোধ অসম্পূর্ণ। — ব্যাখ্যা কৰা।

৪৯) চমুটোকা লিখা। 
ক) সাহিত্য বোধ।

খ) চলচ্চিত্র বোধ।

গ) বিশ্লেষণধর্মী দৃষ্টিভঙ্গী।

ঘ) ভিজুৱেলাইজেশ্যন।

ঙ) সংলাপ ৰচনা।

চ) কার্টুন বা এনিমেটেড ফিল্ম।

ছ) চলচ্চিত্র।

জ) সাহিত্য আৰু চলচ্চিত্র।

ঝ) প্রযোজনা।

ঞ) প্রাক্‌-প্রযোজনা বা প্রাক্‌-নিৰ্মাণ। 
ট) চেন্সৰ ব’ৰ্ড।

ঠ) জয়মতী।

ড) চুটি ছবি।

ঢ) দীঘল ছবি।

ণ) স্মৃতি চিত্র।

ত) কাহিনী চিত্র। 
থ) চিত্রনাট্য গঠন প্রক্রিয়া।

দ) চিত্রনাট্য নিৰ্মাণৰ স্তৰ।

৫০) শুদ্ধ নে অশুদ্ধ লিখা।

ক) চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যন্ত্ৰৰ ব্যৱহাৰ অপৰিহাৰ্য। কৰিব নোৱাৰি।

খ) কাহিনী চিত্ৰৰ দৈৰ্ঘ্য আৰু বিষয় অনুসৰি কেইবাটাও উপ-বিভাগত ভাগ 
গ) ১৯৩৫ চনৰ ২৮ মার্চ তাৰিখে কলিকতাৰ ‘ৰাউনাক’ প্রেক্ষাগৃহত ‘জয়মতী’ ছবিখন প্ৰথম প্ৰদৰ্শন কৰা হয়।

ঘ) উৎপল দত্ত সম্পাদিত চলচ্চিত্র বিষয়ক গ্রন্থ হ’ল –‘চলচ্চিত্র কথা’, ‘চলচ্চিত্র : সময়-সমাজ-নন্দনতত্ত্ব’।
(ঙ) অসমীয়া চলচ্চিত্র সাহিত্য চৰ্চাৰ প্ৰথমজন ব্যক্তি হ’ল হীৰেণ গোহাঁই। চ) ব্ৰজেন বৰুৱা পৰিচালিত ইটো সিটো বহুতো’ প্রথম অসমীয়া খুহুতীয়া ছবি আৰু ‘ড০ বেজবৰুৱা’ চিনেমাখন হ’ল প্ৰথম থ্রিলাৰ ছবি।

(ছ) ১৯৩১ চনত প্ৰথম ভাৰতীয় হিন্দী টকি চিনেমা ‘আলম মুম্বাইত প্ৰদৰ্শন কৰা হয়। এই ছবিৰ পৰিচালক আছিল আৰ্দেশিৰ ইৰানী।

জ) ভাৰতত চলচ্চিত্ৰৰ প্ৰথম উদ্ভৱ হৈছিল।

ঝ) ‘জয়মতী’ ছবিখন- ২০ মাৰ্চত তাৰিখে গুৱাহাটীত ছবিখন মুক্তি দিয়া হয়। 
ঞ) ড০ ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ চিনেমাখনে অসমীয়া ছবি জগতৰ প্ৰথম আধুনিক ধাৰাৰ সূচনা কৰে।

ট) ফণী শৰ্মা পৰিচালিত ‘ত্যাগ’য়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ট ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃত লাভ কৰে।

Type-Bharat Kalita 
Morigaon Assam