ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা?

উত্তৰঃ ধর্মনিৰপেক্ষতা মানে ৰাষ্ট্ৰই কোনাে ধৰ্মৰ পৃষ্ঠপােষকতা নকৰাকে বুজায় ।