অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?

উত্তৰঃ অসমত বিভিন্ন প্ৰকাৰৰ মাহজাতীয় শস্যৰ খেতি কৰা হয় । যেনেঃ মাটি মাহ , মগু মাহ , মচুৰ মাহ , মটৰ মাহ , ৰহৰ মাহ , বুট মাহ আদি ।