দক্ষিণ আমেৰিকাৰ মহাদেশৰ বৃহত্তম দেশখন কি?

উত্তৰঃ  বিশ্বৰ পঞ্চম বৃহত্তম দেশ ব্ৰাজিলেই হ’ল দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ।