উত্তৰ আমেৰিকাৰ মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%।