উত্তৰঃ পৃথিৱীৰ কিছুমান অঞ্চল য’ত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভবন বেছি লগতে পৰিৱেশ শুকান আৰু গাছ গছনি কম, তেনে অঞ্চলবোৰক মৰুভূমি বোলে ৷ মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্রায় ২০ শতাংশ সামৰি আছে।
Question and Answer Solution