পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা?

উত্তৰঃ পৰিৱেশ ” শব্দটোৱে জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায় যত অণুজীৱ , বিভিন্ন প্রজাতি উদ্ভিদ , জীৱ – জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপায়ী প্রাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি , পানী , বায়ুৰ লগতে সকলাে ধৰণৰ অজৈৱিক উপাদান অন্তর্ভুক্ত হৈ থাকে ।